PM Modi inaugurates the Amma Two Wheeler Scheme in Chennai, pays tribute to Jayalalithaa ji
When we empower women in a family, we empower the entire house-hold: PM Modi
When we help with a woman's education, we ensure that the family is educated: PM
When we secure her future, we secure future of the entire home: PM Narendra Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চেন্নাইত আম্মা দুচকীয়া আঁচনি উদ্বোধন কৰে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁ মহিলা সৱলীকৰণৰ বিষয়ে বিস্তৃতভাৱে উল্লেখ কৰে৷ তেওঁ কয়—‘আমি যেতিয়া পৰিয়ালৰ মহিলাসকলক সৱল কৰো, তেতিয়া গোটেই ঘৰখনে সৱল হয়৷ আমি যেতিয়া মহিলা শিক্ষাৰ ক্ষেত্ৰত সহায় কৰো, তেতিয়া পৰিয়ালটোৰ শিক্ষা নিশ্চিত হয়৷ আমি যেতিয়া তেওঁলোকৰ সুস্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিও, তেতিয়া গোটেই পৰিয়ালটোৰ সুস্থতা নিশ্চিত হয়৷’

 

মহিলা সৱলীকৰণৰ দিশত কেন্দ্ৰই গ্ৰহণ কৰা বিভিন্ন সংস্কাৰমূলক পদক্ষেপৰ কথাও তেওঁ লগতে উল্লেখ কৰে৷ এই পদক্ষেপে মহিলাসকলৰ জীৱনলৈ কঢ়িয়াই অনা ইতিবাচক দিশসমূহো প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰে৷   

 

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister offers prayers to Bhagwan Shri Ganesh during Ganpati Darshan at Union Minister Piyush Goyal’s residence
September 14, 2026

The Prime Minister, Shri Narendra Modi has visited the residence of Union Minister Shri Piyush Goyal for Ganpati Darshan.

The Prime Minister prayed for the blessings of Bhagwan Shri Ganesh for everyone.

The Prime Minister wrote on X;

“Went for Ganpati Darshan at the residence of Union Minister Shri Piyush Goyal Ji.

May Bhagwan Shri Ganesh bless everyone!

@PiyushGoyal”