বীৰ সাবৰকাৰৰ আদৰ্শৰ ভিত্তিত ৰাষ্ট্ৰ নিৰ্মাণত আমি ৰাষ্ট্ৰীয়তাবাদীক ভেঁটি হিচাপে বিবেচনা কৰিছোঃ অকোলাত প্ৰধানমন্ত্ৰী মোদী
তেওঁলোকে এক ভাৰত বিচৰা নাই, তেওঁলোকে বিচ্ছিন্নতাবাদী ভাৰত বিচাৰিছে য’ত পৰস্পৰে পৰস্পৰৰ সৈতে যুদ্ধত লিপ্ত হ’বঃ বিৰোধী সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

মহাৰাষ্ট্ৰৰ অকোলাত এখন নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুচ্ছেদ ৩৭০ক ৰাজনীতিকৰণ কৰাৰ বাবে বিৰোধী দলক দোষাৰোপ কৰে আৰু ‘‘চুবুৰীয়া দেশৰ সদৃশ ভাষাত ভাষণ প্ৰদান কৰা’’ বুলি মন্তব্য কৰে৷

বিৰোধী দলক তুলাধূনা দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘ৰাজনৈতিক লাভৰ বাবে কিছুমান দলে মহাৰাষ্ট্ৰৰ নিৰ্বাচনত অনুচ্ছেদ ৩৭০ৰ উল্লেখ অৰ্থহীন আৰু জম্মু-কাশ্মীৰত ইয়াৰ একো কাম নাই বুলি কৈছে৷ মই তেওঁলোকক ক’ব বিচাৰিছো যে জম্মু-কাশ্মীৰৰ বাসিন্দাসকলো মা ভাৰতীৰ সন্তান৷’’

 

 

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India on track to becoming third-largest economy by FY31: S&P report

Media Coverage

India on track to becoming third-largest economy by FY31: S&P report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 ছেপ্টেম্বৰ 2024
September 20, 2024

Appreciation for PM Modi’s efforts to ensure holistic development towards Viksit Bharat