আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটি সেউজ আৰু বহনক্ষম ভৱিষ্যৎ গঢ়ি তুলিবলৈ ভাৰতৰ অংগীকাৰ আৰু প্ৰচেষ্টাৰাজিক প্ৰশংসা কৰে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“এই সাফল্যই এটি সেউজ আৰু বহনক্ষম ভৱিষ্যৎ গঢ়ি তুলিবলৈ ভাৰতৰ অংগীকাৰ আৰু প্ৰচেষ্টাৰাজিত আলোকপাত কৰিছে।”
This illustrates India’s commitment and efforts towards building a green and sustainable future. https://t.co/muYoYqUI8Q
— Narendra Modi (@narendramodi) July 15, 2025