প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰ্ডানৰ ৰজা মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে বাৰ্তালাপ কৰে।
প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ত গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ জৰ্ডানৰ জনসাধাৰণৰ শান্তি, নিৰাপত্তা আৰু মংগলৰ বাবে সমৰ্থনৰ কথা পুনৰ দৃঢ় কৰে।
প্ৰধানমন্ত্ৰীয়ে লগতে এই কঠিন সময়ত জৰ্ডানৰ ভাৰতীয় সমাজৰ কথা চিন্তা কৰাৰ বাবে মহামহিমক ধন্যবাদ জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে ;
"জৰ্ডানৰ ৰজা মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে কথা পাতিলোঁ। অঞ্চলটোৰ পৰিস্থিতিৰ প্ৰতি আমাৰ গভীৰ উদ্বেগ প্ৰকাশ কৰিলোঁ। আমি শান্তি, নিৰাপত্তা আৰু জৰ্ডানৰ জনসাধাৰণৰ মংগলৰ বাবে আমাৰ সমৰ্থন পুনৰ দৃঢ় কৰিছো। এই কঠিন সময়ত জৰ্ডানৰ ভাৰতীয় সম্প্ৰদায়ৰ কথা চিন্তা কৰাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো।"
Spoke with His Majesty King Abdullah II, the King of Jordan. Conveyed our deep concern at the evolving situation in the region. We reaffirm our support for peace, security and the well-being of the people of Jordan. I thanked him for taking care of the Indian community in Jordan…
— Narendra Modi (@narendramodi) March 2, 2026
تحدثتُ مع جلالة الملك عبد الله الثاني، ملك الأردن، وأعربتُ له عن قلقنا البالغ إزاء تطورات الوضع في المنطقة. نؤكد مجدداً دعمنا للسلام والأمن ورفاهية الشعب الأردني. وشكرته على رعايته للجالية الهندية في الأردن في هذه الظروف الصعبة.@KingAbdullahII
— Narendra Modi (@narendramodi) March 2, 2026


