প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰীষ্মকালৰ সময়ছোৱাত যাত্ৰীসকলৰ সুচল ভ্ৰমণ নিশ্চিতকৰণৰ বাবে ২১৭ বিশেষ ট্ৰেইনৰ সংযোজনত সন্তোষ প্ৰকাশ কৰে।
প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
“এই সংযোজনে সমগ্ৰ গ্ৰীষ্মকালছোৱাত আৰাম আৰু যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব।”
This will enhance comfort and connectivity through the summer. https://t.co/FpFZYzSZ2U
— Narendra Modi (@narendramodi) April 12, 2023


