Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয়ৰ ৰাজ্যিক দিৱস উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷ এই সন্দৰ্ভত তেওঁ টুইটাৰত এইদৰে লিখে, ‘‘মেঘালয়ৰ ৰাজ্যিক দিৱসত মই ৰাজ্যখনৰ ভাই-ভনীসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো৷ দয়াশীলতা তথা ভ্ৰাতৃত্ববোধৰ বাবে বিখ্যাত এই ৰাজ্যখনৰ যুৱক-যুৱতীসকল অতিশয় সৃজনীমূলক আৰু উদ্যমী৷ ৰাজ্যখনে যাতে আগন্তুক সময়ত উন্নতিৰ শিখৰত আৰোহণ কৰিব পাৰে৷’’

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
India's successful adoption of digital health technologies can provide lessons for world: WHO official

Media Coverage

India's successful adoption of digital health technologies can provide lessons for world: WHO official
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 জুন 2023
June 06, 2023
Share
 
Comments

New India Appreciates PM Modi’s Vision of Women-led Development