প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিএছএলভিৰ সফল উৎক্ষেপণৰ বাবে ইছৰ’ক অভিনন্দন জনাইছে৷
‘‘পিএছএলভিৰ সফল উৎক্ষেপণৰ বাবে আমাৰ মহাকাশ বিজ্ঞানীসকলক অশেষ অভিনন্দন জনাইছো৷ এই উৎক্ষেপণৰ দ্বাৰা ভাৰতীয় প্ৰতিভাশালী শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰা কালামছেট কক্ষপথত প্ৰৱেশ সম্ভৱ হ’ল৷ এই উৎক্ষেপণে ভাৰতক মাইক্ৰ’-গ্ৰেভিটী পৰীক্ষণৰ বাবে কক্ষপথীয় মাধ্যমত মহাকাশ ৰকেটৰ চতুৰ্থ পৰ্যায় ব্যৱহাৰ কৰা প্ৰথমখন দেশ হিচাপে প্ৰসিদ্ধ কৰিলে’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
Heartiest congratulations to our space scientists for yet another successful launch of PSLV.
— Narendra Modi (@narendramodi) January 25, 2019
This launch has put in orbit Kalamsat, built by India's talented students.
With this launch, India also becomes the first country to use the fourth stage of a space rocket as an orbital platform for micro-gravity experiments. @isro
— Narendra Modi (@narendramodi) January 25, 2019


