এক ৰাষ্ট্ৰ, এক বজাৰ

Published By : Admin | September 26, 2016 | 12:31 IST
Share
 
Comments

আমি স্বাধীনতা লাভ কৰা আৰু চৰ্দাৰ পেটেলে ভাৰতৰ সকলো প্ৰদেশৰ এক কৰা ৭ দশক পাৰ হ’ল৷ ৰাজনৈতিক সংঘ বাস্তৱত পৰিণত হ’ল, যদিও ভাৰত এখন বজাৰত পৰিণত হ’ব পৰা নাছিল৷ এনডিএ চৰকাৰে আমাৰ উৎপাদনকাৰীক সবল আৰু উপভোক্তাসকলক শক্তিশালী কৰি এখন একক ভাৰতীয় বজাৰ গঢ় দিয়াৰ লক্ষ্যৰে কাম কৰি আহিছে৷ এই দৃষ্টিভংগীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে এক ৰাষ্ট্ৰ, এক বজাৰৰ লক্ষ্যত উপনীত হ’বলৈ বিভিন্ন প্ৰচেষ্টা হাতত লৈছে৷

জিএছটি

আমাৰ দেশত বহুতো কৰ আদায় দিব লগা হৈছিল৷ এখন দেশত বহুতো কৰ আৰু বহুতো আইন থাকে৷ মাজে-সময়ে উৎপাদনকাৰীয়ে অধিক দিব লাগে আৰু একেদৰে উপভোক্তাইও সেইটো কৰিব লগা হৈছিল৷ জিএছটি হৈছে এই সকলোবোৰৰ এক সামগ্ৰিক পৰিৱৰ্তন৷ জিএছটিৰ অধীনত সমগ্ৰ দেশতে কৰৰ হাৰ এক হ’ব৷

জিএছটি হৈছে প্ৰস্তুতকৰ্তাৰ পৰা উপভোক্তালৈকে সামগ্ৰী আৰু সেৱা যোগানৰ বিপৰীতে প্ৰদান কৰিবলগীয়া এক একক কৰ৷ প্রতি পর্যায়ত প্রদান কৰিবলগীয়া ইনপুট কৰৰ দেনাৰ মান সংযোজনৰ পৰৱর্তী পর্যায়ত পোৱা যাব, যি জিএছটিক নিশ্চিতভাৱে প্রতিটো পর্যায়ত মূল্য সংযোজনত কেৱল কৰ প্ৰদান কৰিব লাগে জিএছটিয়ে পৰোক্ষ কৰৰ হাৰ সুনিশ্চিত কৰিব আৰু কাঠামো দেশৰ সকলোতে একে হ’ব, যাৰ ফলত নিশ্চয়তা আৰু ব্যৱসায় কৰাটো সহজ হৈ পৰিছে৷ জিএছটিত প্রধান কেন্দ্রীয় আৰু ৰাজ্যিক কৰৰ সর্বনিম্ন, সামগ্ৰী আৰু সেৱাসমূহৰ সম্পূর্ণ ইনপুট আৰু ব্যাপক গঠন তথা কেন্দ্রীয় বিক্ৰী কৰ (চিএছটি)ৰ পৰা স্থানীয়ভাবে ফিজিং কৰা সামগ্ৰী আৰু আৰু সেৱাৰ ব্যয় হ্রাস কৰিব এখন আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় সামগ্ৰী আৰু সেৱাসমূহৰ প্রতিযোগিতাক বৃদ্ধি কৰিব আৰু ভাৰতৰ সামগ্ৰী ৰপ্তানিত সহায় কৰিব দক্ষতা লাভ আৰু মধ্যস্থতাকাৰী প্রতিৰোধৰ বাবে অধিকাংশ সামগ্ৰীৰ সামগ্রিক কৰৰ বোজা হ্ৰাস পাব, যিটোৱে উপভোক্তাসকলক উপকৃত কৰিব

এক ৰাষ্ট্ৰ, এক পৰিসৰ, এক মূল্য

সুস্থিৰ আৰু সৱল ৰাজ্যৰ পৰা দূৰ্বল ৰাজ্যলৈ যোগানৰ সীমাবদ্ধতাৰ বাবে ভাৰতৰ ট্ৰেন্সমিছন সক্ষমতা অপৰ্যাপ্ত আৰু অসমানকৈ বিতৰণ কৰা হৈছে৷ পৰ্যাপ্ত ট্ৰেন্সমিছন লাইনৰ অভাৱত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে গ্ৰীষ্মৰ মাহকেইটাত বিদ্যুত সংকটৰ সন্মুখীন হয়৷ ইয়াৰ ফলত এই ৰাজ্যসমূহৰ বাবে বিদ্যুতৰ মূল্য দুগুণ হৈ পৰে৷ এনডিএ চৰকাৰে ‘উপলব্ধ হস্তান্তৰ সক্ষমতা’(এটিচি) প্ৰায় ৭১%লৈ বৃদ্ধি কৰে৷ ইয়াৰ ফলত ২০১৩-১৪ৰ ৩,৪৫০ মেগাৱাটৰ পৰা ৫,৯০০ মেগাৱাটলৈ বিদ্যুৎ যোগান বৃদ্ধি পায়৷ ইয়ে উল্লেখনীয় হাৰত বিদ্যুতৰ মূল্য হ্ৰাস কৰে৷

অতিৰিক্ত বিদ্যুতৰ মূল্য আৰু উপলব্ধতা সম্পৰ্কীয় তথ্যসমূহ বিদ্যুতপ্ৰবাহ নামৰ এটি এপছৰ জৰিয়তে জনসাধাৰণক অৱগত কৰোৱা হয়৷ ৰাজ্যই ক্ৰয় কৰা বিদ্যুতৰ পৰিমাণ আৰু কোনো ৰাজ্যই সন্মুখীন হোৱা বিদ্যুৎ সংকটৰ কথাও এই এপত প্ৰকাশ কৰা হয়৷ বিদ্যুতপ্ৰবাহ এপৰ তথ্য অনুসৰি, সকলো ৰাজ্যৰ বিদ্যুতৰ মূল্য অধিকাংশ সময়তে একে হয়৷

ট্ৰেন্সমিছন ক্ষমতাৰ এই বৃদ্ধিয়ে বহুতো ৰাজ্যক নেচনেল গ্ৰীডৰ পৰা হ্ৰস্বকালীন বিদ্যুৎ আৱশ্যকতা পূৰণৰ সুযোগ প্ৰদান কৰিছে৷ হ্ৰস্বকালীন বিদ্যুত যোগান আগবঢ়াবলৈ চৰকাৰে ‘দীপ (ডিছক’ভাৰী অৱ ইফিচিয়েণ্ট ইলেক্ট্ৰিচিটী প্ৰাইচ) ই-বিদিং এণ্ড ই-ৰিভাৰ্ছ নিলাম প’ৰ্টেল’ মুকলি কৰিছে৷ এই প্ৰতিযোগিতামূলক প্ৰক্ৰিয়াই মূল্য হ্ৰাসত সহায় আগবঢ়াইছে৷

UAN

ইউএএন

পূৰ্বে কোনো ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে নতুন চাকৰিত যোগ দিলে তেওঁক নিয়োগকৰ্তাই এটা ইপিএফ একাউণ্ট মুকলি কৰি দিয়, য’ত তেওঁৰ ভৱিষ্যতনিধিৰ ধন জমা হয়৷ যেতিয়া কৰ্মচাৰী গৰাকীয়ে চাকৰি ত্যাগ কৰে, তেতিয়া তেওঁ পুনৰ এটি নতুন ইপিএফ একাউণ্ট খুলিব লগীয়া হয়৷ এই প্ৰক্ৰিয়াত কেৱল উচ্চ লেনদেন ব্যয় আৰু কেইবাখনো আবেদন পত্ৰ পূৰণ কৰিবলগীয়া হোৱাই নহয়, কৰ্মচাৰীগৰাকীয়ে ভেলিডেচনৰ বাবে পূৰ্বৰ নিয়োগকৰ্তাৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগিছিল৷ কিন্তু ইউএএন প্ৰক্ৰিয়াত কৰ্মচাৰীৰ ধনৰ লেদদেনত নিয়োগকৰ্তাৰ কোনো ভূমিকা নাথাকে আৰু ইপিএফঅ’ আৰু নিয়োগকৰ্তাৰ মাজত কোনোধৰণৰ প্ৰত্যক্ষ যোগাযোগ স্থাপন নহয়৷ ইউএএন কৰ্মচাৰী এগৰাকীৰ সমগ্ৰ জীৱনৰ বাবে সুস্থিৰ আৰু অভিন্ন হৈ থাকিব৷ পিএফৰ জমা ধন ইউএএনৰ সৈতে সংযুক্ত হ’ব৷ ইয়াৰ ধন উলিওৱা প্ৰক্ৰিয়াও অতি সৰল৷
কেন্দ্ৰৰ এই পদক্ষেপে দেশৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ মান সৰল কৰিছে৷  

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
20 years of Vibrant Gujarat: Industrialists hail Modi for ‘farsightedness’, emergence as ‘global consensus builder’

Media Coverage

20 years of Vibrant Gujarat: Industrialists hail Modi for ‘farsightedness’, emergence as ‘global consensus builder’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi Adorns Colours of North East
March 22, 2019
Share
 
Comments

The scenic North East with its bountiful natural endowments, diverse culture and enterprising people is brimming with possibilities. Realising the region’s potential, the Modi government has been infusing a new vigour in the development of the seven sister states.

Citing ‘tyranny of distance’ as the reason for its isolation, its development was pushed to the background. However, taking a complete departure from the past, the Modi government has not only brought the focus back on the region but has, in fact, made it a priority area.

The rich cultural capital of the north east has been brought in focus by PM Modi. The manner in which he dons different headgears during his visits to the region ensures that the cultural significance of the region is highlighted. Here are some of the different headgears PM Modi has carried during his visits to India’s north east!