• পলাতক অৰ্থনৈতিক অপৰাধৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে জি-২০ সদস্যভুক্ত দেশসমূহৰ মাজত সক্ৰিয় আৰু শক্তিশালী সহযোগিতা বৃদ্ধিত গুৰুত্ব দিয়া।
  • আইনী প্ৰক্রিয়াৰ মাজেৰে সহযোগিতা বৃদ্ধি। পলাতক অৰ্থনৈতিক অপৰাধীৰ দ্রুত প্ৰত্যার্পণৰ বিষয়ত গুৰুত্ব আৰোপ কৰা।
  • সকলো পলাতক অৰ্থনৈতিক অপৰাধীৰ প্ৰৱেশ বন্ধ কৰিবলৈ আৰু অন্য দেশক তেওঁলোকৰ নিৰাপদ স্থান হিচাপে চিহ্নিত নকৰিবলৈ জি-২০ সদস্যভুক্ত দেশসমূহৰ মাজত এক কাৰ্যকৰী প্ৰক্রিয়া গঠনত গুৰুত্ব দিয়া।
  • দুর্নীতিৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ নীতি, সংঘবদ্ধ অপপাধৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ নীতিসমূহৰ মূল চিন্তাভাৱনাক, বিশেষকৈ, আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ দিশটো কাৰ্যকৰী কৰা৷
  • পলাতক অৰ্থনৈতিক অপৰাধীৰ সম্পর্কে সময়মতে তথ্য বিনিময়ৰ বাবে সংশ্লিষ্ট সংস্থাসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ দিশত প্রাধান্য দিয়াৰ পৰামর্শ আগবঢ়োৱা।
  • পলাতক অৰ্থনৈতিক অপৰাধত অভিযুক্তসকলক চিনাক্ত কৰাৰ বাবে ইয়াৰ এক নির্দিষ্ট পৰিচয়পত্ৰ প্ৰস্তুত কৰা৷
  • পলাতক অৰ্থনৈতিক অপৰাধত অভিযুক্তসকলৰ বিৰুদ্ধে আইনগত যুঁজাৰ বাবে এক সর্বসন্মত নীতি-প্ৰক্রিয়া গঠন আৰু জি-২০ৰ প্ৰতিখন ৰাষ্ট্ৰৰ নিজা আইন অনুসৰি এক সংঘবদ্ধ নীতি-নির্দেশনা প্ৰস্তুত কৰা৷
  • দেশ এৰি পলাই যোৱাকে ধৰি নীতি ভংগকাৰীৰ দৰে বিভিন্ন ঘটনাৰ বিৰুদ্ধে সাফল্য অর্জন কৰিলে সেইবোৰক লৈ আলোচনাৰ বাবে এক সাধাৰণ মঞ্চ গঠন কৰা৷
  • যিসকল অৰ্থনৈতিক অপৰাধীয়ে দেশত কৰ দিবলৈ বাকী আছে, তেওঁলোকৰ সম্পত্তি বা বাসগৃহ বাজেয়াপ্ত কৰাৰ বাবে জি-২০ মঞ্চই উদ্যোগ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan

Media Coverage

India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুন 2026
June 29, 2026

PM Modi Advancing National Strength Through Unity, Innovation and Janbhagidari