প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নেচনেল ইণ্টাৰ কলেজ ক্ৰছৱৰ্ড এক্সপেডিচন, ২০২৩(এনআইচিই)এ যুৱক-যুৱতী, বিশেষকৈ ক্ৰছৱৰ্ডৰ প্ৰতি আগ্ৰহীসকলৰ মাজত উৎসাহ বৃদ্ধি কৰিব৷
শিক্ষা মন্ত্ৰালয়ৰ এলানি টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;
“এই প্ৰচেষ্টাই যুৱক-যুৱতী, বিশেষকৈ ক্ৰছৱৰ্ডৰ প্ৰতি আগ্ৰহীসকলৰ মাজত উৎসাহ বৃদ্ধি কৰিব৷”
This is something that would interest youngsters, particularly crossword enthusiasts. https://t.co/MuST3NIOLS
— Narendra Modi (@narendramodi) March 31, 2023


