|
ক্ৰমিক নং |
দস্তাবেজসমূহ |
ক্ষেত্ৰসমূহ |
|
১. |
ভাৰত-নেদাৰলেণ্ডছৰ কৌশলগত অংশীদাৰিত্বৰ ৰূপৰেখা [২০২৬-২০৩০] |
ব্যাপক নথিপত্ৰ |
|
২. |
চোলসকলৰ তামৰ প্লেটসমূহৰ প্ৰত্যৰ্পণ |
সংস্কৃতি |
|
৩. |
ভাৰত গণৰাজ্য চৰকাৰ আৰু নেদাৰলেণ্ডছ চৰকাৰৰ মাজত আহ-যাহ আৰু প্ৰব্ৰজন সম্পৰ্কীয় বুজাবুজিৰ চুক্তিপত্ৰ |
প্ৰব্ৰজন আৰু আহ-যাহ |
|
৪. |
ধোলেৰাত ছেমিকণ্ডাক্টৰ ফেবক সহযোগ কৰিবলৈ টাটা ইলেক্ট্ৰনিকছ আৰু এএছএমএলৰ মাজত বুজাবুজি চুক্তি |
ছেমিকণ্ডাক্টৰ |
|
৫. |
গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত গণৰাজ্যৰ খনি মন্ত্ৰালয় আৰু নেদাৰলেণ্ডছ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তি |
গুৰুত্বপূৰ্ণ খনিজ |
|
৬. |
গুজৰাটৰ কল্পাচাৰ প্ৰকল্প সন্দৰ্ভত কাৰিকৰী সহযোগিতাৰ বাবে ভাৰত গণৰাজ্যৰ জল শক্তি মন্ত্ৰালয় আৰু নেদাৰলেণ্ডৰ আন্তঃগাঁথনি আৰু জল ব্যৱস্থাপনা মন্ত্ৰালয়ৰ মাজত আগ্ৰহ পত্ৰ |
পানী |
|
৭. |
সেউজ হাইড্ৰ’জেন সহযোগিতাৰ উন্নয়নৰ ক্ষেত্ৰত ভাৰত-নেদাৰলেণ্ডৰ ৰূপৰেখা |
নৱীকৰণযোগ্য শক্তি |
|
৮. |
নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে পুনৰ নৱীকৰণ কৰা বুজাবুজি চুক্তিৰ অধীনত এক যুটীয়া কৰ্মগোট গঠন |
|
|
৯. |
শক্তি খণ্ড আৰু শক্তি পৰিবৰ্তনৰ বাবে প্ৰকল্পসমূহত সহযোগিতাৰ বাবে নিটি আয়োগ আৰু নেদাৰলেণ্ডছৰ যুটীয়া বিবৃতি |
|
|
১০. |
পশ্চিম ত্ৰিপুৰাত ফুলৰ বাবে ইণ্ডো-ডাচ্চ চেণ্টাৰ অব এক্সেলেন্স স্থাপন |
কৃষি/পশুপালন |
|
১১. |
বেংগালুৰুৰ পশু পালনৰ উৎকৃষ্টতা কেন্দ্ৰত (চিইএএইচ) দুগ্ধজাত সামগ্ৰীৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত ইণ্ডো-ডাচ্চ উৎকৃষ্টতা কেন্দ্ৰ স্থাপন |
|
|
১২. |
ভাৰত চৰকাৰৰ মীনপালন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰালয় আৰু নেদাৰলেণ্ডছৰ কৃষি, মীনপালন, খাদ্য সুৰক্ষা আৰু প্ৰকৃতি মন্ত্ৰালয়ৰ মাজত পশুপালন আৰু দুগ্ধ উৎপাদনত সহযোগিতা সন্দৰ্ভত যৌথ ঘোষণা পত্ৰ |
|
|
১৩. |
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ), ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ স্বাস্থ্য গৱেষণা বিভাগ আৰু নেচনেল ইনষ্টিটিউট ফৰ পাব্লিক হেলথ এণ্ড এনভাইৰনমেণ্ট (আৰআইভিএম)ৰ মাজত স্বাস্থ্যৰ ক্ষেত্ৰত সহযোগিতা/যুটীয়া প্ৰচেষ্টা সন্দৰ্ভত অভিপ্ৰায়পত্ৰ |
স্বাস্থ্য |
|
১৪. |
ভাৰত গণৰাজ্য চৰকাৰ আৰু নেদাৰলেণ্ডছ চৰকাৰৰ মাজত শুল্ক সম্পৰ্কীয় বিষয়ত পাৰস্পৰিক প্ৰশাসনিক সহায়তাৰ চুক্তি |
শুল্ক |
|
১৫. |
উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত চৰকাৰ আৰু নেদাৰলেণ্ডছ চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ |
শিক্ষা/সংস্কৃতি |
|
১৬. |
ভাৰতৰ নালন্দা বিশ্ববিদ্যালয় আৰু নেদাৰলেণ্ডছৰ গ্ৰোনিংজেন বিশ্ববিদ্যালয়ৰ মাজত শৈক্ষিক সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ |
|
|
১৭. |
লেইডেন বিশ্ববিদ্যালয় পুথিভঁৰাল আৰু ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ |


