ক্ৰমিক নং

বুজাবুজিৰ চুক্তি

বিৱৰণ

ভাৰতীয় পক্ষ

ইৰাণী পক্ষ

দ্বৈতকৰ আৰু আয় অনুসৰি কৰ কৰ্ত্তন বিষয়ত বুজাবুজিৰ চুক্তি

বিনিয়োগ আৰু সেৱাৰ ক্ষেত্ৰত দুয়োখন দেশৰ বাবে দ্বৈতকৰৰ বোজা নোহোৱা কৰিবৰ বাবে

শ্ৰীমতী সুষমা স্বৰাজ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

ড০ মাছুদ কাৰবাছিয়ান, অৰ্থনৈতিক পৰিক্ৰমা আৰু বিত্তমন্ত্ৰী

ডিপ্লমেটিক পাছপোৰ্ট থকাসকলৰ বাবে ভিছাৰ ক্ষেত্ৰত ৰেহাইৰ বাবে  বুজাবুজিৰ চুক্তি

দুয়োখন দেশৰ ডিপ্লমেটিক পাছপোৰ্ট থকাসকলৰ বাবে ভিছাৰ ক্ষেত্ৰত ৰেহাই দিবৰ বাবে 

শ্ৰীমতী সুষমা স্বৰাজ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

ড০ মহম্মদ জাভাদ জাৰিফ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

এক্সট্ৰাডিশ্যন ট্ৰিটি সংস্কাৰ আৰু বিনিময়ৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তি

২০০৮ চনত স্বাক্ষৰিত হোৱা এক্সট্ৰাডিশ্যন ট্ৰিটিক ৰূপায়িত কৰিবৰ বাবে

শ্ৰীমতী সুষমা স্বৰাজ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

ড০ মহম্মদ জাভাদ জাৰিফ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

ইৰাণৰ প’ৰ্ট এণ্ড মেৰিটাইম অৰ্গেনাইজেশ্যন আৰু ভাৰতৰ প’ৰ্টছ গ্ল’বেল লিমিটেডৰ মাজত শ্বাবাহাৰৰ শ্বাহিদ বেহেস্তি প’ৰ্ট- ফেজ ১ ৰ লীজৰ বাবে বুজাবুজিৰ চুক্তি

বহুমূখী আৰু কন্টেইনাৰ টাৰ্মিনেলক ১৮ মাহৰ বাবে লীজত দি বন্দৰৰ সুবিধাসমূহৰ সদব্যৱহাৰ কৰিবৰ বাবে

শ্ৰী নিতিন গাডকাৰি, জল- পৰিৱহণ মন্ত্ৰী

ড০ আব্বাচ আখুনী, পথ আৰু নগৰোন্নয়ন মন্ত্ৰী

ঔষধৰ পৰম্পৰাগত ব্যৱস্থাৰ ক্ষেত্ৰত সহোগিতাৰ বাবে  বুজাবুজিৰ চুক্তি

শৈক্ষিক তথা অভ্যাসৰ  নিয়ন্ত্ৰণ, প্ৰশিক্ষণ তথা উপযুক্ত সংৰক্ষণ, বৃত্তিৰ সুবিধা, বিশেষজ্ঞৰ জ্ঞানৰ আদান-প্ৰদান আদিৰ যোগেদি   ঔষধৰ পৰম্পৰাগত ব্যৱস্থাৰ ক্ষেত্ৰত সহোগিতাক শক্তিশালী কৰিবৰ বাবে

শ্ৰী বিজয় গোখলে, বিদেশ সচিৱ

মাননীয় ঘোলাম্ৰেজা আনচাৰী, ইৰাণৰ ৰাষ্ট্ৰদূত

পাৰস্পৰিক আগ্ৰহ থকা বিষয়সমূহত বাণিজ্যিক নিৰাময়ৰ বাবে বিশেষজ্ঞ গোট গঠন তথা প্ৰচাৰৰ ক্ষেত্ৰত সহোগিতাৰ বাবে  বুজাবুজিৰ চুক্তি

বাণিজ্যিক নিৰাময়ৰ লগত জড়িত বিষয়সমূহৰ ক্ষেত্ৰত সহোগিতাৰ বাবে 

শ্ৰীমতী ৰীতা টিয়টিয়া, সচিৱ (বাণিজ্য)

ড০ মহম্মদ খাজেই, অৰ্থনৈতিক পৰিক্ৰমা আৰু বিত্ত বিভাগৰ উপমন্ত্ৰী

কৃষি আৰু আনুসঙ্গিক বিষয়ৰ ক্ষেত্ৰত সহোগিতাৰ বাবে  বুজাবুজিৰ চুক্তি 

কৃষি আৰু আনুসঙ্গিক বিষয়ৰ ক্ষেত্ৰত পাৰস্পৰিক জ্ঞানৰ আদান-প্ৰদান, যুটীয়া পদক্ষেপ আদিৰে   দ্বিপাক্ষিক সহোগিতাৰ বাবে

শ্ৰী এচ কে পট্টনায়ক, সচিৱ (কৃষি)

ড০ মহম্মদ খাজেই, অৰ্থনৈতিক পৰিক্ৰমা আৰু বিত্ত বিভাগৰ উপমন্ত্ৰী

স্বাস্থ্য আৰু ঔষধৰ ক্ষেত্ৰত সহোগিতাৰ বাবে  বুজাবুজিৰ চুক্তি

প্ৰযুক্তি তথা মানৱ সম্পদৰ আদান-প্ৰদান, যুটীয়া পদক্ষেপ আদিৰে স্বাস্থ্য আৰু ঔষধৰ ক্ষেত্ৰত   দ্বিপাক্ষিক সহোগিতাৰ বাবে

শ্ৰী বিজয় গোখলে, বিদেশ সচিৱ

মাননীয় ঘোলাম্ৰেজা আনচাৰী, ইৰাণৰ ৰাষ্ট্ৰদূত

ডাক বিভাগৰ সহোগিতাৰ বাবে  বুজাবুজিৰ চুক্তি

দুটা পোষ্টেল এজেন্সিৰ মাজত সহোগিতাৰ বাবে

শ্ৰী অনন্ত নাৰায়ণ, সচিৱ (ডাক বিভাগ)

মাননীয় ঘোলাম্ৰেজা আনচাৰী, ইৰাণৰ ৰাষ্ট্ৰদূত

এই ভ্ৰমণৰ সময়তে  স্বাক্ষৰিত হোৱা অন্যান্য বুজাবুজিৰ চুক্তিসমূহ তলত উল্লেখ কৰা হ’লঃ

১. ভাৰতৰ ই ই পি চি আৰু ইৰাণৰ ট্ৰে’ড প্ৰমচন কাউন্সিলৰ মাজত বুজাবুজিৰ চুক্তি

২. ভাৰতৰ ফিক্কি আৰু ইৰাণ চেম্বাৰ অৱ কমাৰ্চ, ইণ্ডাষ্ট্ৰিজ, মাইনচ এণ্ড এগ্ৰিকালচাৰৰ মাজত বুজাবুজিৰ চুক্তি

৩. ভাৰতৰ এচিচিয়েট চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ  আৰু ইৰাণ চেম্বাৰ অৱ কমাৰ্চ, ইণ্ডাষ্ট্ৰিজ, মাইনচ এণ্ড এগ্ৰিকালচাৰৰ মাজত বুজাবুজিৰ চুক্তি

৪. ভাৰতৰ পি এইচ ডি চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ  আৰু ইৰাণ চেম্বাৰ অৱ কমাৰ্চ, ইণ্ডাষ্ট্ৰিজ, মাইনচ এণ্ড এগ্ৰিকালচাৰৰ মাজত বুজাবুজিৰ চুক্তি

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Spirituality remains key driver for travel in Asia, India ranks top: Report

Media Coverage

Spirituality remains key driver for travel in Asia, India ranks top: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets people on the occasion of Ram Navami
March 26, 2026

The Prime Minister, Shri Narendra Modi, has extended his greetings to the people on the auspicious occasion of Ram Navami. Shri Modi said that the life of Maryada Purushottam Lord Ram, marked by sacrifice, penance and self-restraint, continues to inspire people to face every situation with strength and determination.

Emphasising the enduring relevance of Lord Ram’s ideals, the Prime Minister noted that these values will remain a guiding force not only for the people of India but for the entire humanity for all times to come.

The Prime Minister wrote on X;

“देशभर के मेरे परिवारजनों को रामनवमी की असीम शुभकामनाएं। त्याग, तप और संयम से भरे मर्यादा पुरुषोत्तम के जीवन से हमें हर परिस्थिति का पूरे सामर्थ्य से सामना करने की प्रेरणा मिलती है। उनके आदर्श अनंतकाल तक भारतवासियों के साथ-साथ संपूर्ण मानवता के पथ-प्रदर्शक बने रहेंगे। मेरी कामना है कि भगवान राम की कृपा से सबका कल्याण हो, जिससे विकसित और आत्मनिर्भर भारत के संकल्प की सिद्धि का मार्ग प्रशस्त हो।”