প্রধানমন্ত্রীশ্রীনৰেন্দ্রমোদীৰআমন্ত্রণতমার্কিনযুক্তৰাষ্ট্রৰৰাষ্ট্রপতিমিষ্টাৰডোনাল্ডজেট্রাম্পে ২৪-২৫ ফেব্রুৱাৰীতভাৰতভ্ৰমণকৰে।

সুসংহতবিশ্বকৌশলগতঅংশীদাৰীত্ব

সার্বভৌমআৰুপ্রাণোচ্ছ্বলগণতান্ত্রিকদেশৰনেতৃবৃন্দইস্বাধীনতাৰগুৰুত্ব, দেশৰসকলোনাগৰিকৰসমানসুযোগ-সুবিধা, মানৱাধিকাৰ, আইনৰশাসনৰপ্রতিঅঙ্গীকাৰৰদৰেবিষয়বোৰস্বীকাৰকৰে। প্রধানমন্ত্রীমোদীআৰুৰাষ্ট্রপতিট্রাম্পেভাৰত – মার্কিনসৰ্বাত্মকবিশ্বকৌশলগতঅংশীদাৰীত্বকঘনিষ্ঠকৰিবৰবাবেপাৰস্পৰিকআস্থা, অভিন্নস্বার্থ, সৌবাবেআৰুদুয়োখনদেশৰনাগৰিকসকলৰমাজতআৰুঅধিকঘনিষ্ঠতাবৃদ্ধিৰলগতেযোগাযোগৰক্ষেত্ৰতযৌথপ্ৰশ্নউত্থাপনকৰে।

 

প্রধানমন্ত্রীমোদীআৰুৰাষ্ট্রপতিট্রাম্পেআৰুঅধিকনৌ-বাণিজ্যৰসম্প্ৰসাৰণকৰাআৰুমহাকাশক্ষেত্রততথ্যবিনিময়ৰমাধ্যমেৰেপ্রতিৰক্ষাআৰুনিৰাপত্তাক্ষেত্রতসহযোগিতাআৰুঅধিকগাঢ়কৰাৰঅঙ্গীকাৰকৰিছে। দুইনেতাইযৌথঅংশীদাৰীত্ব, সামৰিকআৰুসেনাৰআদান-প্রদান, সেনাবাহিনীৰসকলোবোৰশাখাআৰুবিশেষজ্ঞবাহিনীৰমাজতঅত্যাধুনিকপ্রশিক্ষণ, আধুনিকপ্রতিৰক্ষাসৰঞ্জাম, যৌথভাৱেউৎপাদনআৰুউদ্ভাৱনআৰুপ্রতিৰক্ষাউদ্যোগবোৰৰমাজতঅংশীদাৰীত্বগঢ়িতোলাৰওপৰতজোৰদিছে।

শক্তিশালীআৰুসক্ষমভাৰতীয়সেনাবাহিনীয়েভাৰত – প্রশান্তমহাসাগৰীয়অঞ্চলতশান্তি, স্থিতিশীলতাআৰুআইনৰউচিতপ্ৰয়োগঅক্ষুণ্ণৰখাতসহায়কৰিবপাৰিবুলেউল্লেখকৰেৰাষ্ট্রপতিট্রাম্পে। তেওঁলগতেআধুনিকমার্কিনসামৰিকপ্রযুক্তিভাৰতকহস্তান্তৰৰক্ষেত্ৰততেওঁৰপ্ৰতিশ্ৰুতিৰকথাওপুনৰায়স্মৰণকৰেআৰু এমএইচ-৬০ আৰনেভেলআৰু এএইচ-৬৪ ই আপাছেহেলিকপ্টাৰসংগ্রহৰবাবেভাৰতৰসাম্প্রতিকসিদ্ধান্তকস্বাগতমজনায়। সামৰিকবাহিনীৰশক্তিবৃদ্ধিতএইসহযোগিতাইঅভিন্ননিৰাপত্তাগতস্বার্থবজাইৰখাতযথেষ্টসহায়কৰিবআৰুদুইদেশৰমাজতকর্মসংস্থাপনৰসুযোগবৃদ্ধিৰলগতেউদ্যোগপ্ৰতিষ্ঠানবোৰৰমাজতসহযোগিতাগঢ়িতুলিব। গুৰুত্বপূর্ণপ্রতিৰক্ষাঅংশীদাৰহিচাপেভাৰতৰমর্যাদাৰকথাপুনৰউল্লেখকৰিৰাষ্ট্রপতিট্রাম্পেসামৰিকউপকৰণসংগ্রহআৰুপ্রযুক্তিহস্তান্তৰৰক্ষেত্রতসৰ্বাধিকঅগ্রাধিকাৰদিয়াৰকথাঅৱগতকৰে। দুইনেতাইমৌলিকআদান-প্রদানআৰুসহযোগিতাচুক্তিসহপ্রতিৰক্ষাসহযোগিতাচুক্তিক্ষীপ্ৰতাৰেসম্পাদনকৰাৰপ্ৰতিআগ্রহপ্রকাশকৰে।

মানৱসৰবৰাহ, সন্ত্রাস, হিংসাত্মককার্যকলাপ, মাদকদ্ৰৱ্যৰচোৰাংকাৰবাৰআৰুছাইবাৰঅপৰাধৰদৰেআন্তর্জাতিকঅপৰাধবোৰৰযৌথভাৱেমোকাবিলাৰমাধ্যমেৰেনিজনিজদেশতসহযোগিতাআৰুবৃদ্ধিকৰিবৰবাবেপ্রধানমন্ত্রীমোদীআৰুৰাষ্ট্রপতিট্রাম্পেদৃঢ়সংকল্পগ্রহণকৰে। দুয়োগৰাকীনেতাইআভ্যন্তৰীণনিৰাপত্তাকলৈসেইদেশৰআভ্যন্তৰীণনিৰাপত্তাদপ্তৰআৰুভাৰতৰগৃহমন্ত্ৰালয়ৰমাজতআলাপ-আলোচনাআৰম্ভকৰাৰসিদ্ধান্তকস্বাগতমজনাইছে। নাগৰিকসকলৰস্বার্থতঅবৈধমাদকদ্ৰব্যৰবিষয়টোৱেযেভীতিৰসঞ্চাৰকৰিছে, সেয়াদমনৰক্ষেত্ৰতঅভিন্নপ্ৰতিশ্ৰুতিৰনিদর্শনহিচাবেদুয়োখনদেশৰসংশ্লিষ্টদপ্তৰেএইক্ষেত্রৰআইনবলবৎকাৰীসংস্থাবোৰৰমাজতএকনতুনমাদকদমনকর্মীগোষ্ঠীগঠনতআগ্রহপ্ৰকাশকৰিছে।

প্রধানমন্ত্রীমোদীআৰুৰাষ্ট্রপতিট্রাম্পেভাৰত – মার্কিনঅংশীদাৰীত্বৰক্ষেত্রতবাণিজ্যআৰুবিনিয়োগৰক্রমবর্ধমানগুৰুত্বকস্বীকাৰকৰিদুইদেশৰঅর্থনীতিৰস্বার্থতদীর্ঘম্যাদীবাণিজ্যস্থিতিশীলতাবজাইৰখাৰওপৰতগুৰুত্বআৰোপকৰিছে। দুয়োগৰাকীনেতাইআশাপ্রকাশকৰিছেযেসুসংঘবদ্ধদ্বিপাক্ষিকবাণিজ্যচুক্তিয়েউভয়দেশৰমাজতবাণিজ্যিকসম্পর্ক, সমৃদ্ধি, বিনিয়োগআৰুকর্মসংস্থানসৃষ্টিৰক্ষেত্রতপ্রকৃতপ্রত্যাশাআৰুপূর্ণসম্ভাৱনাবাস্তৱায়িতকৰণৰবিষয়বোৰৰস্পষ্টপ্রতিফলনঘটাব।

 

ভাৰতআৰুমার্কিনযুক্তৰাষ্ট্রৰমাজতবাণিজ্যআৰুহাইড্র’কার্বনক্ষেত্রতবিনিয়োগৰলক্ষ্যৰেক্রমবর্ধমানযোগসূত্রগঢ়িউঠাবিষয়টোকস্বাগতমজনাইছেপ্রধানমন্ত্রীমোদীআৰুৰাষ্ট্রপতিট্রাম্পে। শক্তিক্ষেত্রতপাৰস্পৰিককৌশলগতঅংশীদাৰীত্বগঢ়িতোলাৰমাধ্যমেৰেভাৰতআৰুমার্কিনযুক্তৰাষ্ট্রইনিজনিজশক্তিনিৰাপত্তাবৃদ্ধিৰউপৰিসংশ্লিষ্টবিষয়বোৰতউদ্ভাৱনীমূলকসহযোগিতাআৰুবেছিসম্প্রসাৰণকৰিবলৈআগ্রহপ্ৰকাশকৰিছে। দুয়োদেশৰউদ্যোগপ্ৰতিষ্ঠানআৰুসংশ্লিষ্টঅন্যান্যপক্ষৰমাজতোযোগসূত্রআৰুবৃদ্ধিকৰাৰওপৰতগুৰুত্বপ্ৰদানকৰিছেদুয়ো। প্রধানমন্ত্রীমোদীআৰুৰাষ্ট্রপতিট্রাম্পেভাৰতীয়বজাৰততৰলপ্রাকৃতিকগেছৰযোগানবৃদ্ধিৰলক্ষ্যৰেসাম্প্রতিকবাণিজ্যচুক্তিস্বাক্ষৰকস্বাগতমজনাইশক্তিক্ষেত্রত, বিশেষকৈআমদানিকৃতৰন্ধনআৰুপ্রাকৃতিকগেছৰবাবেমজুতভাণ্ডাৰগঢ়িতুলিবলৈভাৰতৰচাহিদাপূৰণতমার্কিনযুক্তৰাষ্ট্রৰবিপুলসম্ভাৱনাৰকথাউল্লেখকৰে। ভাৰততষষ্ঠপাৰমাণৱিকঅগ্নিউৎপাদককলনির্মাণৰবাবেকাৰিকৰী – বাণিজ্যিকসহযোগিতাকক্ষীপ্ৰতাৰেচূড়ান্তৰূপদিয়াৰবাবেভাৰতৰপাৰমাণৱিকশক্তিকমিশ্যনলিমিটেডআৰুমার্কিনসংস্থাৱেষ্টিংহাউছইলেক্ট্রিককোম্পানীকদুয়োগৰাকীনেতাইউৎসাহিতকৰিছে।

প্রধানমন্ত্রীমোদীআৰুৰাষ্ট্রপতিট্রাম্পেবিজ্ঞান, প্রযুক্তিআৰুউদ্ভাৱনীক্ষেত্রতদীর্ঘম্যাদীআৰুবাস্তৱিকসহযোগিতাৰদিশবোৰৰপ্ৰতিসন্তোষপ্রকাশকৰিছে। উভয়নেতাইভাৰতীয়মহাকাশগৱেষণাসংস্থা (ইছৰো) আৰুআমেৰিকাস্থিতনেশ্যনেলএৰোনটিক্সএণ্ডস্পেছএডমিনিষ্ট্ৰেশ্যন (নাছা) – ৰ মাজত ২০২২ চনৰভিতৰতযৌথভাৱেভাৰতৰপ্রথমটোডুৱেলফ্রিকুৱেন্সিছিন্থেটিকএপার্চাৰৰাডাৰছেটেলাইটউৎক্ষেপণৰপ্রচেষ্টাকস্বাগতমজনাইছে। দুয়োখনদেশৰমহাকাশসংস্থাৰমাজতআলাপ-আলোচনাআৰুযৌথকাৰ্যসূচীগ্রহণৰফলতভূ-পর্যবেক্ষণক্ষেত্রতোসহযোগিতাবৃদ্ধিপাব। তাৰলগতে, মানৱসহমহাকাশযানপ্রেৰণআৰুবাণিজ্যিকউদ্দেশ্যেমহাকাশসহযোগিতামূলককাৰ্যসূচীবোৰআৰুজোৰদাৰহ’ব।

প্রধানমন্ত্রীমোদীআৰুৰাষ্ট্রপতিট্রাম্পে ‘ইয়ংইনোভেটৰ্ছ’ বা ‘তৰুণউদ্ভাৱক’ ইণ্টাৰ্ণশ্বিপকাৰ্যসূচীসহউচ্চশিক্ষাক্ষেত্রতসহযোগিতাআৰুশিক্ষামূলকআদান-প্রদানবৃদ্ধিকৰাৰক্ষেত্ৰতোআগ্রহপ্রকাশকৰিছে। উভয়নেতাইমার্কিনযুক্তৰাষ্ট্রতসাম্প্রতিকসময়তভাৰতীয়শিক্ষাৰ্থীৰসংখ্যাবৃদ্ধিপোৱাবিষয়টোকআদৰণিজনাইছে।

নোভেলকৰোনাভাইৰাছবা কোভিড-১৯ – ৰ দৰেমহামাৰীৰপৰাপ্রতিকাৰ, আগতীয়াকৈৰোগচিনাক্তকৰণআৰুযথাযথব্যৱস্থাগ্রহণৰক্ষেত্রতবিশ্বব্যাপীপ্রয়াসবোৰৰসহযোগিতাতপ্রধানমন্ত্রীমোদীআৰুৰাষ্ট্রপতিট্রাম্পেনিজৰপ্ৰতিশ্ৰুতিৰকথাপুনৰউল্লেখকৰে। ভাৰতীয়আৰুআমেৰিকাৰগ্রাহকসকলৰবাবেউৎকৃষ্টমানৰনিৰাপদ, কার্যকৰীআৰুসুলভঔষধ-পথ্যৰযোগানবৃদ্ধিতদ্বিপাক্ষিকবুজাবুজিচুক্তিস্বাক্ষৰকআদৰণিজনাইছেদুইনেতাই। উদ্ভাৱনীমূলকপদক্ষেপগ্রহণৰমাধ্যমেৰেমানসিকস্বাস্থ্যগতপ্ৰত্যাহ্বানবোৰআঁতৰকৰিবলৈদুয়োখনদেশৰমাজতযিবুজাবুজিচুক্তিস্বাক্ষৰিতহৈছে, তাকদুয়োগৰাকীনেতাইআদৰণিজনাইছে।

ভাৰত – প্রশান্তমহাসাগৰীয়অঞ্চলতকৌশলগতঅংশীদাৰীত্ব

ভাৰতআৰুমার্কিনযুক্তৰাষ্ট্রৰমাজতঘনিষ্ঠঅংশীদাৰীত্বএকঅবাধ, উন্মুক্ত, সর্বব্যাপী, শান্তিপূর্ণআৰুসমৃদ্ধভাৰত – প্রশান্তমহাসাগৰীয়অঞ্চলগঢ়িতোলাৰক্ষেত্রতঅত্যন্তগুৰুত্বপূর্ণ। দুইদেশৰমাজতএইসহযোগিতাআন্তর্জাতিকআইনমানিচলা, নৌ-চলাচলৰক্ষেত্ৰতনিৰাপত্তাআৰুস্বাধীনতা, সমূদ্রপথৰযুক্তিসংগতব্যৱহাৰআদিৰমাজেৰেইয়াকবাস্তৱৰূপদিবপৰাযায়।

ভাৰতমহাসাগৰীয়অঞ্চলতনিৰাপত্তাসহউন্নয়নমূলকপ্রয়াসআৰুমানৱীয়সহায়তাপ্রদানৰক্ষেত্রতভাৰতেগ্ৰহণকৰাভুমিকাৰপ্রশংসাকৰিছেমার্কিনযুক্তৰাষ্ট্রই। এইঅঞ্চলতএকসুস্থায়ী, স্বচ্ছআৰুউন্নতমানৰপৰিকাঠামোগঢ়িতুলিবলৈদুয়োখনদেশেইপ্ৰতিশ্ৰুতিবদ্ধ। ভাৰততপুনর্নবীকৰণযোগ্যশক্তিকাৰ্যসূচীবোৰতমার্কিনসংস্থাইণ্টাৰনেশ্যনেলডেভেলপমেণ্টফিনান্সকর্প’ৰেশ্যনৰতৰফৰপৰাচৰ্তসাপেক্ষে ৬০০ মিলিয়নমার্কিনডলাৰৰঋণসাহায্যঘোষণাকপ্রধানমন্ত্রীমোদীআৰুৰাষ্ট্রপতিট্রাম্পউভয়েইস্বাগতমজনাইছে। চলিতবছৰতেইভাৰততসংশ্লিষ্টমার্কিনসংস্থাৰস্থায়ীকেন্দ্রগঠনৰবিষয়টোকোদুয়োগৰাকীনেতাইআদৰণিজনাইছে।

ভাৰত – প্রশান্তমহাসাগৰীয়অঞ্চলসহসমগ্ৰবিশ্বজুৰিউন্নয়নমূলকপ্রয়াসবোৰকআগুৱাইলৈযোৱাতদুইদেশৰঅভিন্নপ্ৰতিশ্ৰুতিৰকথাউল্লেখকৰিপ্রধানমন্ত্রীমোদীআৰুৰাষ্ট্রপতিট্রাম্পেঅন্যদেশবোৰতসহযোগিতাৰবাবেমার্কিনসংস্থাইউএছএইডআৰুভাৰতৰডেভেলপমেণ্টপার্টনাৰশ্বিপএডমিনিষ্ট্ৰেশ্যনৰমাজতএকনতুনঅংশীদাৰীত্বগঢ়িউঠাৰআশাপ্রকাশকৰিছে।

দক্ষিণ – চীনসাগৰতএকআদর্শআচৰণবিধিৰলক্ষ্যৰেউদ্যোগগ্রহণৰক্ষেত্ৰতভাৰতআৰুমার্কিনযুক্তৰাষ্ট্রইসহমতপ্রকাশকৰিছেআৰুএনেধৰনৰআদর্শআচৰণবিধিকার্যকৰীকৰাৰসময়তআন্তর্জাতিকআইনঅনুযায়ীকোনোদেশৰইযাতেঅধিকাৰবাস্বার্থখৰ্বনহয়, সেয়াসুনিশ্চিতকৰাহ’ববুলিকয়।

প্রধানমন্ত্রীমোদীআৰুৰাষ্ট্রপতিট্রাম্পেভাৰত – মার্কিন – জাপানত্রিপাক্ষিকশীর্ষবৈঠক; ভাৰতআৰুমার্কিনযুক্তৰাষ্ট্রৰবিদেশতথাপ্রতিৰক্ষামন্ত্রীসকলকলৈ ২+২ মন্ত্রীপর্যায়ৰবৈঠকসহভাৰত – মার্কিনযুক্তৰাষ্ট্র – অষ্ট্ৰেলিয়া – জাপানৰমাজতআলাপ-আলোচনাকআৰুঅধিকঘনিষ্ঠকৰিতোলাৰসিদ্ধান্তগ্ৰহণকৰাহৈছে। উভয়নেতাইমার্কিনযুক্তৰাষ্ট্র, ভাৰতআৰুঅন্যান্যসহযোগীদেশৰমাজতনৌ-বাণিজ্যক্ষেত্রতসহযোগিতাআৰুতথ্যআদন-প্রদানআৰুবৃদ্ধিকৰাৰক্ষেত্ৰতগভীৰআগ্রহপ্রকাশকৰিছে।

বিশ্বজুৰিঅগ্রণীভূমিকাগ্রহণতঅংশীদাৰীত্বপ্রধানমন্ত্রীমোদীআৰুৰাষ্ট্রপতিট্রাম্পেৰাষ্ট্রসংঘৰলগতেঅন্যান্যআন্তর্জাতিকপ্রতিষ্ঠানবোৰৰসংস্কাৰতথাসেইবোৰআৰুসুদৃঢ়কৰিবলৈএকত্ৰিতহৈকামকৰিবলৈপ্ৰতিশ্ৰুতিবদ্ধ। সংশোধিতৰাষ্ট্রসংঘনিৰাপত্তাপৰিষদতভাৰতৰস্থায়ীসদস্যপদৰবাবেৰাষ্ট্রপতিট্রাম্পেতেওঁৰদেশৰসমর্থনৰকথাপুনৰায়অৱগতকৰে। পৰমাণুসৰবৰাহকাৰীগোষ্ঠীতঅবিলম্বেভাৰতৰঅন্তর্ভুক্তিৰবিষয়টোতোট্ৰাম্পেমার্কিনযুক্তৰাষ্ট্রৰসমর্থনৰকথাপুনৰায়জনাইছে।

প্রধানমন্ত্রীমোদীআৰুৰাষ্ট্রপতিট্রাম্পেএকবহুপাক্ষিকউদ্যোগৰঅংশহিচাপে ‘ব্লুডটনেটৱর্ক’ গঢ়িতোলাৰক্ষেত্ৰতনিজৰআগ্রহৰকথাপ্রকাশকৰিছে। এইনেটৱর্কব্যৱস্থাইচৰকাৰী, বেচৰকাৰীক্ষেত্রআৰুনাগৰিকসমাজকএকেলগেসামৰিল’ব। ইয়াৰফলত, বিশ্বজুৰিপৰিকাঠামোউন্নয়নৰক্ষেত্রতশ্রেষ্ঠত্বৰলগতেআদর্শগুণগতমানবজাইৰখাটোওসম্ভৱহ’ব।

প্রধানমন্ত্রীমোদীআৰুৰাষ্ট্রপতিট্রাম্পেঅর্থসাহায্য, প্রশিক্ষণআৰুপৃষ্ঠপোষকতামূলকউদ্যোগগ্রহণৰমাধ্যমেৰেমহিলাআৰুছোৱালীবোৰৰবাবেআধুনিকশিক্ষা, আর্থিকসবলীকৰণআৰুশিল্পোদ্যোগীমানসিকতাৰবিকাশৰওপৰতগুৰুত্বদিঅর্থনীতিতএইবোৰকাৰকৰপূর্ণআৰুঅবাধঅংশগ্রহণৰপ্রয়োজনীয়ব্যৱস্থাগ্ৰহণৰক্ষেত্ৰতসহমতপোষণকৰিছে। মার্কিনযুক্তৰাষ্ট্রত ‘উইমেনছগ্লোবেলডেভেলপমেণ্টএণ্ডপ্রস্পাৰিটি’ উদ্যোগআৰুভাৰত ‘বেটিবাঁচাও, বেটিপঢ়াও’ কাৰ্যসূচীৰজৰিয়তেসামঞ্জস্যবজাইৰখাৰপ্রয়োজনীয়ব্যৱস্থাগ্ৰহণৰবিষয়টোস্থিৰহ’ব।

একঅখণ্ড, সার্বভৌম, গণতান্ত্রিক, স্থিতিশীলআৰুসমৃদ্ধআফগানিস্তানগঢ়িতোলাৰক্ষেত্ৰতভাৰতআৰুমার্কিনযুক্তৰাষ্ট্রৰব্যাপকভুমিকাআছে। সম্পূর্ণআফগানপৰিচালিতআৰুসেইদেশৰতৰফৰপৰাঅনুকূলশান্তিআৰুপুনর্গঠনপ্রক্রিয়াতভাৰতআৰুমার্কিনযুক্তৰাষ্ট্রইসমর্থনজনায়। আফগানিস্তানতস্থিতিশীলতাবজাইৰাখিবলৈআৰুযোগাযোগব্যৱস্থাগঢ়িতুলিবলৈউন্নয়নমূলকপ্রয়াসআৰুনিৰাপত্তাগতসহায়প্রদানতভাৰতেধাৰাবাহিকভাবেযিভুমিকাপালনকৰিআহিছে, তাকৰাষ্ট্রপতিট্রাম্পেউচ্চপ্রশংসাকৰে।

প্রধানমন্ত্রীমোদীআৰুৰাষ্ট্রপতিট্রাম্পেযিকোনোধৰণৰসন্ত্রাসআৰুছায়াযুদ্ধৰনিন্দাকৰে। তাৰলগতে, সকলোধৰণৰসীমান্তৰসীপাৰৰসন্ত্রাসকভৰ্ৎসনাকৰে। উভয়নেতাইপাকিস্তানৰপ্রতিআহ্বানজনাইকয়, তেওঁলোকৰঅধীনতথকাকোনোভূখণ্ডকেযেনজংগীআক্রমণচলোৱাৰবাবেব্যৱহাৰকৰানহয়। তাৰলগতে, ২৬/১১ মুম্বাইআক্ৰমণআৰুপাঠানকোটআক্ৰমণসহঅন্যান্যসংন্ত্ৰাসবাদীআক্ৰমণৰষড়যন্ত্রকাৰীসকলকযথাসম্ভৱশীঘ্ৰেবিচাৰৰআওতালৈঅনাৰবাবেওপাকিস্তানকআহ্বানজনায়। পাকিস্তানকআল-কায়দা, আইছিছ, জঈছ-ঈ-মহম্মদ, লস্কৰ-ঈ-তৈবা, হিজাব-উলমুজাহিদ্দিন, হাক্কানিনেটৱৰ্ক, ডিকোম্পানীৰউপৰিওঅন্যান্যসন্ত্ৰাসবাদীসংগঠনআৰুসেইবোৰৰসহযোগীসংস্থাবোৰৰবিৰুদ্ধেদৃঢ়পদক্ষেপগ্রহণৰবাবেওআহ্বানজনায়উভয়নেতাই।

 

ভাৰতআৰুমার্কিনযুক্তৰাষ্ট্রইএকবাধাহীন, বিশ্বাসযোগ্যআৰুনিৰাপদইণ্টাৰনেটব্যৱস্থাগঢ়িতুলিবলৈপ্ৰতিশ্ৰুতিবদ্ধ। এইব্যৱস্থাইবাণিজ্যআৰুযোগাযোগৰক্ষেত্রকার্যকৰীহৈউঠিব। উভয়দেশেএনেদৰেএকঅনুকূলউদ্ভাৱনীডিজিটেলব্যৱস্থাগঢ়িতোলাৰবিষয়টোকগুৰুত্বদিছে, যিটোহ’বতথ্যআদান-প্রদানৰক্ষেত্রতনিৰাপদ, বিশ্বস্তআৰুউপযুক্ত। দুইনেতাইউদ্যোগআৰুশিক্ষাপ্রতিষ্ঠানবোৰৰমাজতঅবাধ, নিৰাপদযোগাযোগব্যৱস্থাৰওপৰতগুৰুত্বআৰোপকৰিছে, যাতেশেহতীয়াপ্রযুক্তিবোৰৰপ্রয়োগৰলগেলগেসহজাতবিপদাশংকাবোৰৰোমূল্যায়ননিৰূপণকৰিবপৰাযায়।

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'2,500 Political Parties In India, I Repeat...': PM Modi’s Remark Stuns Ghana Lawmakers

Media Coverage

'2,500 Political Parties In India, I Repeat...': PM Modi’s Remark Stuns Ghana Lawmakers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes: Prime Minister's State Visit to Trinidad & Tobago
July 04, 2025

A) MoUs / Agreement signed:

i. MoU on Indian Pharmacopoeia
ii. Agreement on Indian Grant Assistance for Implementation of Quick Impact Projects (QIPs)
iii. Programme of Cultural Exchanges for the period 2025-2028
iv. MoU on Cooperation in Sports
v. MoU on Co-operation in Diplomatic Training
vi. MoU on the re-establishment of two ICCR Chairs of Hindi and Indian Studies at the University of West Indies (UWI), Trinidad and Tobago.

B) Announcements made by Hon’ble PM:

i. Extension of OCI card facility upto 6th generation of Indian Diaspora members in Trinidad and Tobago (T&T): Earlier, this facility was available upto 4th generation of Indian Diaspora members in T&T
ii. Gifting of 2000 laptops to school students in T&T
iii. Formal handing over of agro-processing machinery (USD 1 million) to NAMDEVCO
iv. Holding of Artificial Limb Fitment Camp (poster-launch) in T&T for 50 days for 800 people
v. Under ‘Heal in India’ program specialized medical treatment will be offered in India
vi. Gift of twenty (20) Hemodialysis Units and two (02) Sea ambulances to T&T to assist in the provision of healthcare
vii. Solarisation of the headquarters of T&T’s Ministry of Foreign and Caricom Affairs by providing rooftop photovoltaic solar panels
viii. Celebration of Geeta Mahotsav at Mahatma Gandhi Institute for Cultural Cooperation in Port of Spain, coinciding with the Geeta Mahotsav celebrations in India
ix. Training of Pandits of T&T and Caribbean region in India

C) Other Outcomes:

T&T announced that it is joining India’s global initiatives: the Coalition of Disaster Resilient Infrastructure (CDRI) and Global Biofuel Alliance (GBA).