দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স হেণ্ডেল পোষ্টত কয়:
“দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী @gupta_rekhaই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।
@CMODelhi”
Chief Minister of Delhi, Smt. @gupta_rekha, met Prime Minister @narendramodi.@CMODelhi pic.twitter.com/84ZTYJWY1s
— PMO India (@PMOIndia) June 10, 2025


