এআইয়ে এই শতিকাত মানৱতাৰ বাবে সংহিতা লিখি আছে: প্ৰধানমন্ত্ৰী
আমাৰ ভাগ-বতৰা কৰা মূল্যবোধসমূহক ৰক্ষা কৰা, বিপদসমূহ সমাধান কৰা আৰু বিশ্বাস গঢ়ি তোলা সন্দৰ্ভত শাসন আৰু মানদণ্ড স্থাপন কৰিবলৈ সামূহিক বিশ্বব্যাপী প্ৰচেষ্টাৰ প্ৰয়োজন: প্ৰধানমন্ত্ৰী
এআইয়ে স্বাস্থ্য, শিক্ষা, কৃষি আৰু আন বহু খণ্ডত উন্নতি সাধন কৰি লাখ লাখ মানুহৰ জীৱন ৰূপান্তৰিত কৰাত সহায় কৰিব পাৰে: প্ৰধানমন্ত্ৰী
আমি এআই-চালিত ভৱিষ্যতৰ বাবে আমাৰ লোকসকলক দক্ষতা প্ৰদান কৰা আৰু পুনৰ দক্ষতা প্ৰদান কৰাত বিনিয়োগ কৰিব লাগিব: প্ৰধানমন্ত্ৰী
আমি ৰাজহুৱা মংগলৰ বাবে এআই এপ্লিকেচন বিকশিত কৰি আছোঁ: প্ৰধানমন্ত্ৰী
বিশ্বৰ ৰাজনীতিবিদ, নীতি নিৰ্ধাৰক আৰু উদ্যোগ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰা উচ্চ পৰ্যায়ৰ খণ্ডৰে সন্মিলনৰ সামৰণি পৰে।

আজিৰ আলোচনাত সকলো অংশীদাৰৰ মাজত এক সমন্বিত দৃষ্টিভংগী আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয়, "এ আই ফাউণ্ডেশ্যন" আৰু "কাউন্সিল ফৰ ছাষ্টেনেবল এ আই" স্থাপনক মই আন্তৰিকতাৰে আদৰণি জনাইছো। এই পদক্ষেপসমূহৰ বাবে ফ্ৰান্স আৰু মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি মেক্ৰনক অভিনন্দন জনাইছো আৰু আমাৰ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিছো।

"এআইৰ বাবে বিশ্বব্যাপী অংশীদাৰিত্ব"ক প্ৰকৃততে বিশ্বব্যাপী কৰি তোলাটোও অতি গুৰুত্বপূৰ্ণ। ইয়াৰ ভিতৰত অধিক অন্তৰ্ভুক্ত পদ্ধতি অন্তৰ্ভুক্ত হ’ব লাগে যিয়ে গ্ল’বেল চাউথৰ অগ্ৰাধিকাৰ, উদ্বেগ আৰু প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে।

এই একচন শীৰ্ষ সন্মিলনৰ ক্ষীপ্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে পৰৱৰ্তী শীৰ্ষ সন্মিলন আয়োজন কৰিবলৈ পাই গৌৰৱান্বিত হ’ব।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi