আজি নতুন দিল্লীত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে এইদৰে;
"ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী @DrManikSaha2-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।"
CM of Tripura, @DrManikSaha2 met Prime Minister @narendramodi. pic.twitter.com/8ZITcO6q4B
— PMO India (@PMOIndia) October 15, 2025




