নতুন দিল্লীত আজি ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্টত কয়:
“ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী @MohanMOdisha-ই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।
@CMO_Odisha”
CM of Odisha, Shri @MohanMOdisha, met Prime Minister @narendramodi.@CMO_Odisha pic.twitter.com/CpjuGk0J8Q
— PMO India (@PMOIndia) July 12, 2025


