প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিগত আঠ বছৰত চৰকাৰে মহিলা সশক্তিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ চেষ্টা ৰখা নাই। শ্ৰী মোদীয়ে লগতে কয় যে মহিলাৰ নেতৃত্বত হোৱা উন্নয়নৰ ফলত আমাৰ কোটি কোটি মাতৃ, ভগ্নী আৰু কন্যাৰ জীৱন সহজ হৈ পৰিছে আৰু তেওঁলোকে দেশৰ প্ৰগতিত যথেষ্ট অৰিহণা যোগাই ছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"যোৱা ৮ বছৰত চৰকাৰে নাৰী শক্তিক শক্তিশালী কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ চেষ্টা ৰখা নাই। মহিলাৰ নেতৃত্বত বিকাশক আৰম্ভণিৰে পৰা অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ ফলস্বৰূপে, আমাৰ কোটি কোটি মাতৃ, ভগ্নী আৰু কন্যাৰ জীৱন সহজ হৈ পৰিছে আৰু তেওঁলোকে দেশৰ উন্নতিত অৰিহণা যোগাইছে। "

  • Vikas kudale December 26, 2024

    जय श्रीराम 🚩
  • Harsh Ajmera October 15, 2024

    Jai ho 🙏🏻
  • Rahul Rukhad October 05, 2024

    bjp
  • Shashank shekhar singh September 29, 2024

    Jai shree Ram
  • ओम प्रकाश सैनी September 14, 2024

    Ram Ram Ram Ram Ram
  • ओम प्रकाश सैनी September 14, 2024

    Ram Ram Ram Ram
  • ओम प्रकाश सैनी September 14, 2024

    Ram Ram Ram
  • ओम प्रकाश सैनी September 14, 2024

    Ram Ram
  • ओम प्रकाश सैनी September 14, 2024

    Ram
  • Pradhuman Singh Tomar April 26, 2024

    310
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Net household financial savings rebound, India to lead growth in FY26: RBI

Media Coverage

Net household financial savings rebound, India to lead growth in FY26: RBI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets the family members of Shubham Dwivedi
May 30, 2025

Prime Minister, Shri Narendra Modi, today, met with the family members of Shubham Dwivedi, at Kanpur, who lost his life in the terrorist attack in Pahalgam. "They expressed gratitude to our valiant army for Operation Sindoor against terrorism", Shri Modi stated.

The Prime Minister posted on X :

"पहलगाम के कायराना आतंकी हमले में जान गंवाने वाले हमारे कानपुर के बेटे शुभम द्विवेदी के परिजनों से आज मुलाकात हुई। उन्होंने आतंक के खिलाफ ऑपरेशन सिंदूर के लिए हमारी पराक्रमी सेना का आभार जताया। उनका ये जज्बा देशवासियों को प्रेरित करने वाला है।"