টাইমছ নাউ সন্মিলনত বক্তৃতা প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত আঠ মাহত চৰকাৰে গ্ৰহণ কৰা বৃহৎ সিদ্ধান্তসমূহৰ তালিকাৰ বিষয়ে উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে দ্ৰুত গতিত উন্নত প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে৷

প্ৰধানমন্ত্ৰী মোদীয়ে সন্মিলনত উল্লেখ কৰা বিগত আঠ মাহৰ চৰকাৰৰ বৃহৎ সাফল্যসমূহ তলত উল্লেখ কৰা হ’লঃ

সকলো কৃষকক পিএম কিষাণ যোজনাৰ অধীনত সামৰি লোৱা হৈছে

কৃষক, শ্ৰমিক আৰু দোকানীসকলৰ পেঞ্চনৰ নিশ্চিতি প্ৰদান কৰা হৈছে

পানীৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ সমস্যা সমাধান কৰিবলৈ জল শক্তি মন্ত্ৰালয় গঠন কৰা হৈছে

মধ্যবিত্তসকলৰ বাবে গৃহ নিৰ্মাণ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ ২৫,০০০ কোটি টকাৰ বিশেষ পুঁজিৰ ব্যৱস্থা কৰা হৈছে

দিল্লীৰ ৪০ লাখ লোক উপকৃত হোৱাকৈ অকৰ্তৃত্বশীল কল’নীসমূহক বৈধতা প্ৰদান কৰা হৈছে

তিনি তালাক সম্বন্ধীয় আইনৰ প্ৰণয়ন

শিশু নিৰ্যাতনকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক আইনৰ প্ৰণয়ন

তৃতীয় লিংগৰ ব্যক্তিসকলৰ সৱলীকৰণৰ বাবে আইনৰ প্ৰণয়ন

চিট ফাণ্ড আঁচনি প্ৰৱঞ্চনা প্ৰতিৰোধী আইনৰ প্ৰণয়ন

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ আঁচনিৰ প্ৰণয়ন

ঔদ্যোগিক কৰত ঐতিহাসিক হ্ৰাস

পথ দুৰ্ঘটনা প্ৰতিৰোধী কঠোৰ আইনৰ প্ৰণয়ন

প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বীৰ নিযুক্তি

দেশক পৰৱৰ্তী প্ৰজন্মৰ যুঁজাৰু বিমানৰ যোগান

বড়ো শান্তি চুক্তি

ব্ৰু-ৰিয়াঙৰ স্থায়ী সমাধান

বৃহৎ ৰাম মন্দিৰ নিৰ্মাণৰ ন্যাস গঠন

অনুচ্ছেদ-৩৭০ৰ বিলোপনৰ সিদ্ধান্ত

জম্মু, কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰণৰ সিদ্ধান্ত

নাগৰিকত্ব সংশোধনী আইন

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Regional air connectivity scheme UDAN gets huge budget boost, gets 27 per cent higher allocation for FY27

Media Coverage

Regional air connectivity scheme UDAN gets huge budget boost, gets 27 per cent higher allocation for FY27
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Haryana meets Prime Minister
February 02, 2026

Chief Minister of Haryana, Shri Nayab Saini met the Prime Minister, Shri Narendra Modi, at New Delhi, today.

The Prime Minister posted on X:

"Chief Minister of Haryana, Shri @NayabSainiBJP met Prime Minister @narendramodi."

@cmohry