প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সংসদৰ নতুন ভৱনে আমাৰ সকলোকে গৌৰৱ আৰু আশাৰে পৰিপূৰ্ণ কৰি তুলিব৷ শ্ৰী প্ৰধানমন্ত্ৰীয়ে কায়িকভাৱে এখন নামফলক উন্মোচন কৰি নতুন সংসদ ভৱন ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;
आज का दिन हम सभी देशवासियों के लिए अविस्मरणीय है। संसद का नया भवन हम सभी को गर्व और उम्मीदों से भर देने वाला है। मुझे पूर्ण विश्वास है कि यह दिव्य और भव्य इमारत जन-जन के सशक्तिकरण के साथ ही, राष्ट्र की समृद्धि और सामर्थ्य को नई गति और शक्ति प्रदान करेगी। pic.twitter.com/aOReN4JiF4
— Narendra Modi (@narendramodi) May 28, 2023
“আজিৰ দিনটো আমাৰ সমগ্ৰ দেশবাসীৰ বাবে অবিস্মৰণীয়৷ সংসদৰ নতুন ভৱনে আমাৰ সকলোকে গৌৰৱ আৰু আশাৰে পৰিপূৰ্ণ কৰি তুলিব৷ মোৰ সম্পূৰ্ণ বিশ্বাস এই যে এই দিব্য আৰু ভব্য ভৱনে প্ৰতিগৰাকী ব্যক্তিৰ সবলীকৰণৰ লগতে ৰাষ্ট্ৰৰ সমৃদ্ধি আৰু সামৰ্থ্যৰ নতুন গতি আৰু শক্তি প্ৰদান কৰিব৷”
As the new building of India’s Parliament is inaugurated, our hearts and minds are filled with pride, hope and promise. May this iconic building be a cradle of empowerment, igniting dreams and nurturing them into reality. May it propel our great nation to new heights of progress. pic.twitter.com/zzGuRoHrUS
— Narendra Modi (@narendramodi) May 28, 2023


