প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সংসদৰ নতুন ভৱনে আমাৰ সকলোকে গৌৰৱ আৰু আশাৰে পৰিপূৰ্ণ কৰি তুলিব৷ শ্ৰী প্ৰধানমন্ত্ৰীয়ে কায়িকভাৱে এখন নামফলক উন্মোচন কৰি নতুন সংসদ ভৱন ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;

“আজিৰ দিনটো আমাৰ সমগ্ৰ দেশবাসীৰ বাবে অবিস্মৰণীয়৷ সংসদৰ নতুন ভৱনে আমাৰ সকলোকে গৌৰৱ আৰু আশাৰে পৰিপূৰ্ণ কৰি তুলিব৷ মোৰ সম্পূৰ্ণ বিশ্বাস এই যে এই দিব্য আৰু ভব্য ভৱনে প্ৰতিগৰাকী ব্যক্তিৰ সবলীকৰণৰ লগতে ৰাষ্ট্ৰৰ সমৃদ্ধি আৰু সামৰ্থ্যৰ নতুন গতি আৰু শক্তি প্ৰদান কৰিব৷” 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains among best-performing major economies: S&P Global

Media Coverage

India remains among best-performing major economies: S&P Global
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 এপ্ৰিল 2026
April 19, 2026

Building a Stronger Bharat: Infrastructure Revolution, Economic Resilience & Inclusive Welfare Under PM Modi