Published By : Admin |
February 3, 2015 | 10:57 IST
Share
चीन में रहने वाले मेरे सभी मित्रों को मेरा नमस्कार!
नी हाओ!
आज "Visit India Year 2015" के अवसर पर Video के माध्यम से आपको संबोधित करते हुए मुझे बहुत ही ख़ुशी हो रही है।
भारत और चीन के रिश्तों की डोर कुछ ऐसी है, जो हजारों वर्षों से हमें अटूट बंधन में बांधे हुए है। हम दोनों की विरासत प्राचीन सभ्यता हैं, जिनके बीच गहरे संबंध भी हैं।
चीन के साथ मेरा निजी रूप से भी एक विशेष नाता है; मैं उसे बहुत गहरा रिश्ता समझता हूँ।
मेरा जन्म जहाँ हुआ, वो गुजरात प्रदेश का एक छोटा सा गांव वडनगर; वो वह स्थान है जहाँ चीन के प्रसिद्द यात्री, शुआन जांग जब भारत आये थे, तो मेरे गांव भी आये थे। और कहते हैं कि बहुत लम्बे अरसे तक वो मेरे गांव में रहे थे।
और जब भारत से वापस जा कर चीन में शुआन जांग के शिआन क्षेत्र गए थे, और जब मुझे इस बात की जानकारी हुई तो मुझे बड़ा आनंद हुआ कि वो राष्ट्रपति शी जिनपिंग जी का क्षेत्र है। ये भी एक बड़ा विशेष प्रकार का संकेत मैं समझता हूँ।
ये सब सिर्फ इतिहास की बातें नहीं हैं। वर्तमान में भी हम उसी अटूट डोर से बंधे हैं।
राष्ट्रपति शी जिनपिंग जब पिछले साल भारत आये, तो सबसे पहले उनसे, मैं गुजरात में ही मिला था।
मैं स्वयं भी चीन की यात्रा कर चुका हूं। आपके देश में मेरा अनुभव बहुत ही अच्छा रहा। किताबों में चीन के बारे में बहुत कुछ पढ़ा था, लेकिन चीन जा कर जो अनुभव मैंने पाया, वो अद्वितीय था। जब भी मैं चीन गया, मेरी हमेशा मन में एक कसक रह जाती थी कि काश मेरे पास ज्यादा समय होता तो मैं चीन के हर क्षेत्र में जाता, हर इलाके में जाता, अधिकतम लोगों से मिलता, बहुत कुछ देखता।
हमारी पुरातन सभ्यताओं ने दुनिया को बहुत कुछ दिया है। आने वाली सदी Asia की होगी। इस सदी में हमें एक बार फिर दुनिया को बहुत कुछ देना है, बहुत कुछ बताना है।
इसके लिए ज़रूरी है कि हम एक दूसरे को देखें, जाने, और समझें। और यह तब होगा जब हम, एक दूसरे के यहाँ और बड़ी संख्या में आएँ-जाएँ... People to People Exchange।
मैंने और राष्ट्रपति शी जिनपिंग ने पिछले साल ये फैसला लिया था कि 2015 चीन में "Visit India Year" होगा और 2016 भारत में "Visit China Year" होगा।
इस साल आप भारत आइए, और शुआन जांग और फ़ा शिएन के कदमों में चलने का अनुभव कीजिये।
बोधगया, सारनाथ, नालंदा और कुशीनगर जैसे अनगिनित स्थान हैं; आप इतिहास के पन्ने पलटिये।
योग की जन्मभूमि भारत में गंगा नदी के किनारे कुछ आसन लगाइए।
भारत की संस्कृति, विविधता और सौन्दर्य को अनुभव कीजिये।
"अतिथि देवो भवः" - भारत में अतिथि को भगवान् का रूप माना जाता है।
Incredible India के Incredible आदर सत्कार का अनुभव करने के लिए मैं आपको भारत आने का आमंत्रण देता हूं।
अंत में, सभी चीन वासियों को मैं नव वर्ष की शुभकामनाएं देना चाहता हूँ।
মহাত্মা গান্ধী, বাবাচাহেব আম্বেদকাৰ, জ্যোতিবা ফুলে আৰু সাবিত্ৰীবাই ফুলেই এখন নতুন ভাৰত গঢ়াৰ সপোন দেখিছিল, য’ত আটাইতকৈ দৰিদ্ৰ আৰু বঞ্চিত লোকসকলে শীৰ্ষস্থান লাভ কৰাৰ সুযোগ পাব পাৰেঃ প্ৰধানমন্ত্ৰী
কোবিন্দজীৰ দৰে ব্যক্তিসকলে কেৱল নিজৰ অধ্যৱসায় আৰু সক্ষমতাৰ জৰিয়তে নিজৰ জীৱন সলনি কৰাই নহয়, বৰং তেওঁলোকে শতিকা পুৰণি সপোন আৰু দৃষ্টিভংগী বাস্তৱায়িত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰেঃ প্ৰধানমন্ত্ৰী
ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ লোৱাৰ পাছতো তেওঁ ‘এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচন’ বিষয়ত কাম কৰি আছে, ইয়াৰ সংকল্পই গণতন্ত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব পাৰেঃ প্ৰধানমন্ত্ৰী
আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ ডাঙৰীয়া, লোকসভাৰ মাননীয় অধ্যক্ষ ওম বিৰলা ডাঙৰীয়া, শ্ৰীমতী সবিতা কোবিন্দ দেৱী আৰু সভাগৃহত উপস্থিত সকলো জ্যেষ্ঠ প্ৰতিনিধি— সকলোৰে নাম হয়তো মই পৃথকে ল'ব পৰা নাই, কিন্তু এই সমাৱেশটো এটি পৰিয়ালৰ মিলনৰ দৰে অনুভৱ হৈছে আৰু ই মোক অপৰিসীম আনন্দ প্ৰদান কৰিছে।
ভাই-ভনীসকল,
আজি এক ভব্য অনুষ্ঠানত শ্ৰী ৰামনাথ কোবিন্দ ডাঙৰীয়াৰ আত্মজীৱনী উন্মোচন কৰা হৈছে। মই অত্যন্ত আনন্দিত যে এই অনুষ্ঠানৰ অংশ হ’বলৈ পোৱাৰ সৌভাগ্য মোৰো হৈছে। কোবিন্দ ডাঙৰীয়াৰ সৈতে মোৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে; তেওঁক অতি ওচৰৰ পৰা জনাৰ, ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ মাৰ্গদৰ্শন লাভ কৰাৰ আৰু এইবোৰৰ সমান্তৰালভাৱে মোৰ প্ৰতি তেওঁৰ যি বিশেষ স্নেহ আৰু উষ্ম আদৰ আছিল, ই মোৰ জীৱনৰ এক অমূল্য সম্পদ। তেওঁৰ জীৱনক মই যিদৰে উপলব্ধি কৰিছোঁ আৰু তেওঁৰ সামৰ্থ্যক যিদৰে প্ৰত্যক্ষ কৰিছোঁ, তাৰ পৰা মই সম্পূৰ্ণ বিশ্বাসেৰে ক'ব পাৰোঁ যে শ্ৰী ৰামনাথ কোবিন্দ ডাঙৰীয়াৰ এই আত্মজীৱনী ভাৰতীয় গণতন্ত্ৰ আৰু ভাৰতীয় সমাজৰ বাবে এক অক্ষয় ঐতিহ্য হৈ পৰিব। তেওঁৰ জীৱন যাত্ৰা, সমাজ আৰু ৰাষ্ট্ৰলৈ তেওঁৰ অৱদান, এই বিষয়ে মই বহুত কথা ক'ব পাৰোঁ, কিন্তু গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেৱল এক ‘আভাস’হে দিব পাৰি। গ্ৰন্থখনৰ প্ৰকৃত সুফল লাভ কৰিবলৈ আপোনালোকে সমগ্ৰ কিতাপখন মনোযোগেৰে পঢ়া উচিত।
বন্ধুসকল,
কোবিন্দ ডাঙৰীয়াৰ জীৱন যাত্ৰাৰ কথা তেওঁৰ নিজৰ মুখেৰে জনা, তেওঁৰ লিখনী আৰু অভিজ্ঞতাবোৰ পঢ়া আদিবোৰে নতুন প্ৰজন্মক বহু কথা শিকাৰ সুযোগ দিব। মই শ্ৰী ৰামনাথ কোবিন্দ ডাঙৰীয়াক এই আত্মজীৱনীখনৰ বাবে আন্তৰিক অভিনন্দন জনাইছোঁ।
বন্ধুসকল,
কোবিন্দ ডাঙৰীয়াই তেওঁৰ পুথিখনৰ অতি যথোপযুক্ত নামাকৰণ কৰিছে— “Triumph of the Indian Republic: My Life, My Struggles” (ভাৰতীয় গণৰাজ্যৰ জয়যাত্ৰা: মোৰ জীৱন, মোৰ সংগ্ৰাম)। ইয়াৰ অৰ্থ হ’ল, জীৱন আৰু ইয়াৰ সংগ্ৰামবোৰ ব্যক্তিগত হ’ব পাৰে, কিন্তু সেই সংগ্ৰামৰ পৰা অহা সাফল্যসমূহ ভাৰত গণৰাজ্যৰ, ভাৰতীয় গণতন্ত্ৰৰ।
বন্ধুসকল,
আমি প্ৰায়ে দেখা পাওঁ যে মানুহৰ স্বভাৱ এনেকুৱা, সফলতাত নিজক কৃতিত্ব দিয়ে আৰু বিপদ-সমস্যাৰ সময়ত সমাজক দোষাৰোপ কৰে। কিন্তু হৃদয় যেতিয়া উদাৰ হয়, যেতিয়া ভাৰতীয় মূল্যবোধ অন্তৰত থাকে, তেতিয়া মানুহে সমাজৰ ভুল-ত্ৰুটি বিচাৰি সময় নষ্ট নকৰে। তেওঁ ধনাত্মক দিশটোতহে মনোনিবেশ কৰে আৰু নিজৰ সফলতাত সমাজকো সমানেই অংশীদাৰ বুলি গণ্য কৰে। কোবিন্দ ডাঙৰীয়াৰ আত্মজীৱনী আৰু ইয়াৰ পাতনিও ইয়াৰে উৎকৃষ্ট উদাহৰণ। তেওঁৰ জীৱনলৈ চাওক, কানপুৰ দেহাতৰ অতি সাধাৰণ পৰিয়াল এটাত তেওঁ জন্মগ্ৰহণ কৰিছিল। গ্ৰীষ্মকালৰ এদিনাখন কেনেকৈ তেওঁলোকৰ ঘৰত জুই লাগিছিল, সেই কথা তেওঁ কিতাপখনত বৰ্ণনা কৰিছে। নিজৰ নিৰাপত্তাৰ কথা পাহৰি তেওঁৰ মাকে ঘৰুৱা বস্তুবোৰ বচাবলৈ চেষ্টা কৰিছিল। এক সাধাৰণ পৰিয়ালৰ মাতৃৰ বাবেপ্ৰতিটো বস্তুৱেই সন্তানক ডাঙৰ-দীঘল কৰাৰ সম্বল। সেই প্ৰচেষ্টাতে মাক জুইৰ মাজত আবদ্ধ হৈ পৰে আৰু তেওঁৰ কৰুণ মৃত্যু হয়। ভাবি চাওক, ইমান কম বয়সতে এইদৰে মাকক হেৰুওৱাটো কিমান কষ্টকৰ আৰু যন্ত্ৰণাদায়ক আছিল। মই ভাগ্যৱান আছিলোঁ যে মোৰ মা ১০০ বছৰতকৈও অধিক কাল জীয়াই থাকি মোক আশীৰ্বাদ দিছিল। তথাপিও, আজিও মই তেওঁৰ অভাৱ অনুভৱ কৰোঁ।
বন্ধুসকল,
এই হৃদয়বিদাৰক ঘটনাই যিকোনো মানুহকে ভাঙি পেলাব পাৰিলেহেঁতেন, কিন্তু ই কোবিন্দ ডাঙৰীয়াক আৰু অধিক শক্তিশালী কৰি তুলিলে। চুবুৰীয়া এগৰাকী মাকে তেওঁক প্ৰতিপালন কৰাত সহায় কৰিছিল। ইয়াৰ পৰাই তেওঁ সামাজিক ঐক্য আৰু সমন্বয়ৰ শক্তি বুজি পাইছিল। এই ঘটনাৰ পিছত তেওঁৰ পিতৃৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিল। পিতৃয়ে যিদৰে পৰিয়ালটো চম্ভালিছিল আৰু সন্তানক সংস্কাৰ দিছিল, সেয়েহে কোবিন্দ ডাঙৰীয়াই তেওঁৰ পিতৃক নিজৰ নায়ক বুলি গণ্য কৰে।
বন্ধুসকল,
শৈশৱৰ এই সমগ্ৰ সংগ্ৰামৰ মাজতে কোবিন্দ ডাঙৰীয়াই শিক্ষাকেই নিজক শক্তিশালী কৰাৰ পথ হিচাপে বাছি লৈছিল। তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল, সম্পদৰ অভাৱক কেতিয়াও নিজৰ দুৰ্বলতা হ’বলৈ দিয়া নাছিল। আৰু তেওঁ এনে এক উচ্চতাত উপনীত হ’ল যিটো সেই সময়ত মানুহে কল্পনাই কৰিব পৰা নাছিল, তেওঁ ভাৰতৰ দৰে বিশাল দেশৰ ৰাষ্ট্ৰপতি হ’ল।