Quote১৮,১০০ কোটিৰো অধিক টকাৰ কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
Quoteগংগা নদীত ছয় লেন দলঙৰ আধাৰশিলা স্থাপন
Quoteবিহাৰত তিনিটা ৰে'লৱে প্ৰকল্প ৰাষ্ট্ৰক সমৰ্পিত কৰে বাবে
Quoteবিহাৰত নমামি গংগেৰ অধীনত প্ৰায় ২,১৯০ কোটি টকা ব্যয় সাপেক্ষে বিকশিত কৰা ১২টা প্ৰকল্প উদ্বোধন কৰে
Quoteপাটনাত ইউনিটি মলৰ আধাৰশিলা স্থাপন
Quote"বিহাৰৰ গৌৰৱ শ্ৰী কাৰ্পুৰী ঠাকুৰে ভাৰত ৰত্ন পোৱাটো সমগ্ৰ বিহাৰৰ গৌৰৱ"
Quote"আমাৰ চৰকাৰ দেশৰ প্ৰতিজন দৰিদ্ৰ, জনজাতীয়, দলিত আৰু বঞ্চিত ব্যক্তিৰ সামৰ্থ্য বৃদ্ধিৰ কামত নিয়োজিত হৈ আছে"
Quote"বিহাৰৰ উন্নয়ন, শান্তি, বিহাৰত আইন-শৃংখলাৰ শাসন, বিহাৰৰ ভগ্নী-কন্যাৰ অধিকাৰ - এয়াই মোদীৰ গেৰাণ্টী"

বিহাৰৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰজী, মুখ্যমন্ত্ৰী শ্ৰী নীতীশ কুমাৰজী, ইয়াত উপৱিষ্ট জ্যেষ্ঠ নেতাসকল, মই আজি সকলো পুৰণি বন্ধুৰ নাম মনত পেলাব পৰা নাই, আৰু ইমান বৃহৎ সংখ্যাত ইয়ালৈ অহা সকলো গণ্যমান্য ব্যক্তিকে মই হৃদয়েৰে অভিনন্দন জনাইছোঁ।

আমি বিশ্ববিখ্যাত ‘সূৰ্য মন্দিৰ’, ‘উমগেশ্বৰী মাতা আৰু দেৱকুণ্ড’ৰ এই পবিত্ৰ ভূমিক প্ৰণিপাত জনাইছোঁ! সমবেত সকলোকে শুভেচ্ছা জনাইছোঁ! ‘ভগৱান ভাস্কৰ’ৰ কৃপা সকলোৰে ওপৰত বৰ্ষিত হওক!

বন্ধুসকল,

ঔৰঙ্গাবাদৰ এই ভূমি বহুতো স্বাধীনতা সংগ্ৰামীৰ জন্মস্থান। এইখন বিহাৰ বিভূতি অনুগ্ৰহ নাৰায়ণ সিনহাৰ দৰে মহাপুৰুষৰ জন্মস্থান। আজি সেইখন ঔৰঙ্গাবাদৰ মাটিতে বিহাৰৰ উন্নয়নৰ এক নতুন অধ্যায় লিখা হৈছে। আজি প্ৰায় ২১,৫০০ কোটি টকা ব্যয়সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৰে'ল আন্তঃগাঁথনিকে ধৰি পথ আন্তঃগাঁথনি সম্পৰ্কীয় প্ৰকল্প, আৰু ইয়াত আধুনিক বিহাৰৰ এক শক্তিশালী প্ৰতিফলন আছে। আজি ইয়াত ‘আমাস-দৰভাঙ্গা চাৰি লেনযুক্ত কৰিডৰ’ৰ আধাৰশিলা স্থাপন কৰা হৈছে। আজি ‘দানাপুৰ-বিহতা চাৰি লেনযুক্ত এলিভেটেড পথ’ এছোৱাৰ আধাৰশিলাও স্থাপন কৰা হৈছে। ‘পাটনা ৰিং ৰোড’ৰ ‘শ্বেৰপুৰৰ পৰা দীঘৱাৰা শাখা’ৰ আধাৰশিলাও স্থাপন কৰা হৈছে। আৰু এয়াই হৈছে ‘এন ডি এ’ৰ পৰিচয়। আমি কামটো আৰম্ভ কৰোঁ, আমি কামটো সম্পূৰ্ণ কৰোঁ, আৰু আমি ইয়াক জনসাধাৰণৰ বাবেও উচৰ্গাও কৰোঁ। এয়া ‘মোদীৰ গেৰাণ্টী’, এয়াই হৈছে ‘মোদীৰ গেৰাণ্টী’! আজিও ভোজপুৰ জিলাত ‘আৰা বাইপাছ ৰে'লপথ’ৰ আধাৰশিলা স্থাপন কৰা হৈছে। আজি বিহাৰে ‘নমামী গঙ্গে অভিযান’ৰ অধীনত ১২টা প্ৰকল্পৰ উপহাৰ হিচাপে লাভ কৰিছে। মই জানো যে বিহাৰৰ জনসাধাৰণে, বিশেষকৈ ঔৰঙ্গাবাদৰ মোৰ ভাই-ভনীসকলেও ‘বাৰাণসী-কলকাতা এক্সপ্ৰেছৱে’’ৰ বাবে অপেক্ষা কৰি আছে। এই এক্সপ্ৰেছৱে’ৰে উত্তৰ প্ৰদেশো মাত্ৰ কেইঘণ্টামানৰহে দূৰত থাকিব, আৰু কেইঘণ্টামানৰ ভিতৰতে কলকাতাত উপস্থিত হ'বগৈ পৰা যাব। আৰু ‘এন ডি এ’-য়ে এনেদৰেই কাম কৰে। বিহাৰত উন্নয়নৰ গংগা প্ৰবাহিত হোৱাৰ এই প্ৰস্তুতিৰ বাবে মই আপোনালোক সকলোকে আৰু বিহাৰৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ।

 

|

বন্ধুসকল,

 

আজি, বিহাৰৰ মাটিলৈ মই অহাটো বহুকেইটা কথাৰ বাবে বিশেষ বুলি পৰিগণিত হৈছে। মাত্ৰ কেইদিনমান আগতেহে দেশে বিহাৰৰ গৌৰৱ কৰ্পুৰী ঠাকুৰজীক ‘ভাৰত ৰত্ন’ প্ৰদান কৰিছে। এই সন্মান সমগ্ৰ বিহাৰৰ বাবেই এক সন্মান, ই সমগ্ৰ বিহাৰৰ বাবে এক সন্মান! মাত্ৰ কেইদিনমান আগতে অযোধ্যাৰ ‘ৰামলালা’ৰ বিশাল মন্দিৰটোত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে। ‘ৰামলালা’ অযোধ্যাত উপৱিষ্ট হৈছে মানেইতো সীতা আইৰ দেশত আটাইতকৈ আনন্দ লগাতো নিতান্তই স্বাভাৱিক। ‘ৰামলালা’ৰ অভিষেকক লৈ বিহাৰৰ মানুহে যি ধৰণে আনন্দত মতলীয়া হৈছিল, বিহাৰৰ মানুহে যিধৰণে উত্সৱ উদযাপন কৰিছিল, ‘ৰামলালা’লৈ যিধৰণে উপহাৰ প্ৰেৰণ কৰিছিল, মই সেই আনন্দ আপোনালোকৰ সৈতে ভাগ বাটোৱাৰা কৰিবলৈ আহিছোঁ। আৰু ইয়াৰ লগতে বিহাৰে আকৌ এবাৰ ‘ডাবল ইঞ্জিন’ৰ গতিৰে আগবাঢ়িবলৈ লৈছে। সেয়েহে, বিহাৰো এই সময়ত সম্পূৰ্ণ উল্লসিত হৈ আছে, আত্মবিশ্বাসেৰে গদগদ হৈ আছে। মই ইমান বিপুল সংখ্যাত মাতৃ, ভগ্নী, নজোৱান আৰু যিমান দূৰলৈকে মোৰ দৃষ্টি গৈছে, উতাসাহ-উদ্দীপণাৰে ভৰা আপোনালোক ইমান বিশাল সংখ্যাৰে আশীৰ্বাদ দিবলৈ আহিছে। আপোনাৰ মুখৰ এই উজ্জ্বলতাই বিহাৰক লুণ্ঠন কৰাৰ সপোন দেখা সকলৰ মুখত চেঁচাপানী ঢালিছে।

 

বন্ধুসকল,

 

‘এনডিএ’-ৰ সামৰ্থ্য বৃদ্ধি হোৱাৰ পিছত বিহাৰত পাৰিবাৰিক ৰাজনীতি প্ৰান্তীয় হ'বলৈ আৰম্ভ কৰিছে। পাৰিবাৰিক ৰাজনীতিৰ আন এক বিড়ম্বনা আছে। পিতৃ-মাতৃৰ পৰা এটা পাৰ্টী আৰু চকীখনতো উত্তৰাধিকাৰী হিচাপে পাই যায়, কিন্তু পিতৃ-মাতৃৰ চৰকাৰসমূহৰ কামৰ কথা উল্লেখ কৰিবলৈ সাহস নকৰে। এয়াই হৈছে পাৰিবাৰিক পাৰ্টীবোৰৰ অৱস্থা। মই শুনিছোঁ যে তেওঁলোকৰ দলৰ ডাঙৰ নেতাসকলেও এইবাৰ বিহাৰৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু নহয়। আৰু মই সংসদত কৈছিলোঁ যে সকলোৱে পলাবলৈ লৈছে। আপোনালোকে নিশ্চয় দেখিছে যে তেওঁলোকে এতিয়া লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈকে নিবিচাৰে। এই লোকসকলে ৰাজ্যসভাৰ আসন বিচাৰি ঢপলিয়াই ফুৰিছে। জনতাই সহযোগিতা কৰিবলৈ সাজু হ’ব নোখোজা হৈছে। আৰু এয়াই হৈছে আপোনালোকৰ বিশ্বাস, আপোনালোকৰ উৎসাহ আৰু আপোনালোকৰ সংকল্পৰ শক্তি। মোদীয়ে এই বিশ্বাসৰ বাবেই বিহাৰৰ জনসাধাৰণক ধন্যবাদ জনাবলৈ ইয়ালৈ আহিছে," তেওঁ কয়।

 

|

বন্ধুসকল,

 

এদিনতে ইমান বিশাল পৰিমাণত হোৱা উন্নয়নৰ এই আন্দোলন হৈছে ‘ডাবল ইঞ্জিন’ চৰকাৰৰ পৰিৱৰ্তন কিমান দ্ৰুতগতিত হয় তাৰ সাক্ষী! আজি কৰা পথ আৰু ঘাইপথ সম্পৰ্কীয় কামসমূহে বিহাৰৰ বহুতো জিলাৰ ছবি সলনি কৰিবলৈ গৈ আছে। গয়া, জেহানাবাদ, নালন্দা, পাটনা, বৈশালী, সমষ্টিপুৰ আৰু দৰভাঙ্গাৰ লোকসকলে আধুনিক পৰিবহনৰ অভূতপূৰ্ব অভিজ্ঞতা লাভ কৰিব। একেদৰে, বোধগয়া, বিষ্ণুপদ, ৰাজগীৰ, নালন্দা, বৈশালী, পৱাপুৰী, পোখৰ আৰু জেহানাবাদত ‘নাগাৰ্জুনৰ গুহা’সমূহত উপস্থিত হোৱাটো সহজ হৈ পৰিব। বিহাৰৰ সকলো চহৰ তীৰ্থযাত্ৰা আৰু পৰ্যটনৰ অপৰিসীম সম্ভাৱনাৰে জড়িত। দৰভাঙ্গা বিমানবন্দৰ আৰু বিহতাত নিৰ্মাণ হ'বলগীয়া নতুন বিমানবন্দৰটোও এই নতুন পথ আন্তঃগাঁথনিৰ সৈতে সংযুক্ত কৰা হ'ব। ইয়াৰ ফলত বাহিৰৰ পৰা অহা লোকসকলৰ বাবেও যোগাযোগ ব্যৱস্থা সহজ হৈ উঠিব।

 

বন্ধুসকল,

 

এটা সময় আছিল যেতিয়া বিহাৰৰ মানুহে নিজৰ ঘৰ এৰিবলৈ ভয় কৰিছিল। আৰু এয়া এনে সময় যেতিয়া বিহাৰত পৰ্যটনৰ সম্ভাৱনা বিকশিত হ’বলৈ ধৰিছে। বিহাৰে ‘বন্দে ভাৰত’ আৰু ‘অমৃত ভাৰত’ৰ দৰে আধুনিক ৰে’ল লাভ কৰিছে, ‘অমৃত ষ্টেশ্যন’ বিকশিত কৰা হৈছে। বিহাৰত যেতিয়া এটা পুৰণি যুগ আছিল, ৰাজ্যখন অস্থিৰতা, নিৰাপত্তাহীনতা আৰু সন্ত্ৰাসৰ জুই নিমজ্জিত কৰা হৈছিল। বিহাৰৰ যুৱপ্ৰজন্মই ৰাজ্যৰ পৰা পলায়ন কৰিব লগা হৈছিল। আৰু আজিৰ যুগটো তেতিয়া হয় যেতিয়া আমি যুৱপ্ৰজন্মৰ দক্ষতা বিকাশ কৰি তেওঁলোকৰ কৌশল্য বিকাশ কৰি আছোঁ। বিহাৰৰ হস্তশিল্পৰ প্ৰচাৰৰ বাবে আমি ২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া ‘একতা মল’ৰ আধাৰশিলা স্থাপন কৰিছো। এয়া এখন নতুন বিহাৰৰ বাবে এটা নতুন দিশ। এয়া হৈছে বিহাৰৰ ইতিবাচক চিন্তা। এয়া এই কথাৰ ‘গেৰাণ্টী’ যে আমি বিহাৰক সেই পুৰণি যুগলৈ আৰু ঘূৰি যাবলৈ নিদিওঁ।

 

|

বন্ধুসকল,

 

বিহাৰৰ দৰিদ্ৰসকল যেতিয়া আগবাঢ়িব, তেতিয়া বিহাৰো আগবাঢ়িব। বিহাৰ তব্বে আগে বঢতই জব বিহাৰকে গৰীব আগে বঢতন! সেয়েহে আমাৰ চৰকাৰে প্ৰতিগৰাকী দৰিদ্ৰ, জনজাতীয়, দলিত আৰু বঞ্চিত লোকসকলৰ সামৰ্থ্য বৃদ্ধিত নিয়োজিত হৈ আছে। বিহাৰৰ প্ৰায় ৯ কোটি হিতাধিকাৰীয়ে ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনা’ৰ সুবিধা লাভ কৰিছে। ‘উজ্জ্বলা আঁচনি’ৰ অধীনত বিহাৰৰ ১ কোটিৰো অধিক মহিলাক বিনামূলীয়া গেছ সংযোগ দিয়া হৈছে। বিহাৰৰ প্ৰায় ৯০ লাখ কৃষকে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ৰ সুবিধা লাভ কৰিছে। এই কৃষকসকলৰ বেংক একাউণ্টলৈ ২২,০০০ কোটি টকাৰো অধিক হস্তান্তৰিত কৰা হৈছে। ৫ বছৰ আগলৈকে বিহাৰৰ গাঁওসমূহৰ মাত্ৰ ২ শতাংশ পৰিয়ালেহে নলৰে যোগান ধৰা পানী পোৱাৰ সুবিধা পাইছিল। আজি, ইয়াত থকা ৯০ শতাংশতকৈয়ো অধিক ঘৰে নলেৰে পানী লাভ কৰিছে। বিহাৰত ৮০ লাখতকৈয়ো অধিক ‘আয়ুষ্মান কাৰ্ড’ ধাৰক আছে, যিসকলে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ ‘গেৰাণ্টী’ লাভ কৰিছে। আমাৰ চৰকাৰে উত্তৰ ‘কোৱেল জলাধাৰ প্ৰকল্প’টোও সোনকালেই সম্পূৰ্ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, যিটো কেবা দশক ধৰি স্থগিত হৈ আছে। এই জলাশয়টোৱে বিহাৰ আৰু ঝাৰখণ্ডৰ ৪ খন জিলাত এক লাখ হেক্টৰ পথাৰৰ জলসিঞ্চনৰ বাবে পানী যোগান ধৰিব।

 

|

বন্ধুসকল,

 

বিহাৰৰ উন্নয়ন হৈছে ‘মোদীৰ গেৰাণ্টী’। বিহাৰত শান্তি আৰু আইন-শৃংখলাৰ শাসন হৈছে মোদীৰ গেৰাণ্টী। বিহাৰত ভগ্নী আৰু কন্যাৰ অধিকাৰ– এয়া হৈছে ‘মোদীৰ গেৰাণ্টী’। তৃতীয় কাৰ্যকালত, আমাৰ চৰকাৰে এই ‘গেৰাণ্টী’বোৰ পূৰণ কৰিবলৈ আৰু উন্নত বিহাৰ গঢ়ি তুলিবলৈ কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

 

আপোনালোক সকলোকে আকৌ এবাৰ বহুত অভিনন্দন জনাইছোঁ। আজি উন্নয়নৰ উৎসৱ, মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোকৰ মোবাইল ফোনবোৰ উলিয়াওক, ফ্লেছলাইট অন কৰক, আপোনালোক সকলোৱে ম'বাইলৰ ‘ফ্লেছলাইট অন’ কৰক, উন্নয়নৰ এই উৎসৱ উদযাপন কৰক, সকলোৱে মোবাইল ফোন উলিয়াওক, সকলোৱে মোবাইল ফোন উলিয়াওক, উন্নয়নৰ এই উৎসৱ উদযাপন কৰক। মোৰ সৈতে সকলোৱে কওক–

 

ভাৰত মাতা কী – জয়,

ভাৰত মাতা কী – জয়,

ভাৰত মাতা কী – জয়,

 

বহুত বহুত ধন্যবাদ।

 

  • Jitendra Kumar April 15, 2025

    🙏🇮🇳❤️❤️
  • Jitendra Kumar April 15, 2025

    🙏🇮🇳❤️
  • Dheeraj Thakur March 04, 2025

    जय श्री राम।
  • Dheeraj Thakur March 04, 2025

    जय श्री राम
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • रीना चौरसिया November 03, 2024

    बीजेपी
  • Devendra Kunwar October 08, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • ओम प्रकाश सैनी September 17, 2024

    Ram ram ji
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India's formal sector adds 1.45 million to workforce in March

Media Coverage

India's formal sector adds 1.45 million to workforce in March
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, North East is emerging as the ‘Front-Runner of Growth’: PM Modi at Rising North East Investors Summit
May 23, 2025
QuoteThe Northeast is the most diverse region of our diverse nation: PM
QuoteFor us, EAST means - Empower, Act, Strengthen and Transform: PM
QuoteThere was a time when the North East was merely called a Frontier Region.. Today, it is emerging as the ‘Front-Runner of Growth’: PM
QuoteThe North East is a complete package for tourism: PM
QuoteBe it terrorism or Maoist elements spreading unrest, our government follows a policy of zero tolerance: PM
QuoteThe North East is becoming a key destination for sectors like energy and semiconductors: PM

केंद्रीय मंत्रिमंडल के मेरे सहयोगी ज्योतिरादित्य सिंधिया जी, सुकांता मजूमदार जी, मणिपुर के राज्यपाल अजय भल्ला जी, असम के मुख्यमंत्री हिमंत बिश्व शर्मा जी, अरुणाचल प्रदेश के मुख्यमंत्री पेमा खांडू जी, त्रिपुरा के मुख्यमंत्री माणिक साहा जी, मेघालय के मुख्यमंत्री कोनराड संगमा जी, सिक्किम के मुख्यमंत्री प्रेम सिंह तमांग जी, नागालैंड के मुख्यमंत्री नेफ्यू रियो जी, मिजोरम के मुख्यमंत्री लालदुहोमा जी, सभी इंडस्ट्री लीडर्स, इन्वेस्टर्स, देवियों और सज्जनों!

आज जब मैं राइज़िंग नॉर्थईस्ट के इस भव्य मंच पर हूँ, तो मन में गर्व है, आत्मीयता है, अपनापन है, और सबसे बड़ी बात है, भविष्य को लेकर अपार विश्वास है। अभी कुछ ही महीने पहले, यहां भारत मंडपम् में हमने अष्टलक्ष्मी महोत्सव मनाया था, आज हम यहां नॉर्थ ईस्ट में इन्वेस्टमेंट का उत्सव मना रहे हैं। यहां इतनी बड़ी संख्या में इंडस्ट्री लीडर्स आए हैं। ये दिखाता है कि नॉर्थ ईस्ट को लेकर सभी में उत्साह है, उमंग है और नए-नए सपने हैं। मैं सभी मंत्रालयों और सभी राज्यों की सरकारों को इस काम के लिए बहुत-बहुत बधाई देता हूं। आपके प्रयासों से, वहां इन्वेस्टमेंट के लिए एक शानदार माहौल बना है। नॉर्थ ईस्ट राइजिंग समिट, इसकी सफलता के लिए मेरी तरफ से, भारत सरकार की तरफ से आपको बहुत-बहुत शुभकामनाएं देता हूं।

|

साथियों,

भारत को दुनिया का सबसे Diverse Nation कहा जाता है, और हमारा नॉर्थ ईस्ट, इस Diverse Nation का सबसे Diverse हिस्सा है। ट्रेड से ट्रेडिशन तक, टेक्सटाइल से टूरिज्म तक, Northeast की Diversity, ये उसकी बहुत बड़ी Strength है। नॉर्थ ईस्ट यानि Bio Economy और Bamboo, नॉर्थ ईस्ट यानि टी प्रोडक्शन एंड पेट्रोलियम, नॉर्थ ईस्ट यानि Sports और Skill, नॉर्थ ईस्ट यानि Eco-Tourism का Emerging हब, नॉर्थ ईस्ट यानि Organic Products की नई दुनिया, नॉर्थ ईस्ट यानि एनर्जी का पावर हाउस, इसलिए नॉर्थ ईस्ट हमारे लिए ‘अष्टलक्ष्मी’ हैं। ‘अष्टलक्ष्मी’ के इस आशीर्वाद से नॉर्थ ईस्ट का हर राज्य कह रहा है, हम निवेश के लिए तैयार हैं, हम नेतृत्व के लिए तैयार हैं।

साथियों,

विकसित भारत के निर्माण के लिए पूर्वी भारत का विकसित होना बहुत जरूरी है। और नॉर्थ ईस्ट, पूर्वी भारत का सबसे अहम अंग है। हमारे लिए, EAST का मतलब सिर्फ एक दिशा नहीं है, हमारे लिए EAST का मतलब है – Empower, Act, Strengthen, and Transform. पूर्वी भारत के लिए यही हमारी सरकार की नीति है। यही Policy, यही Priority, आज पूर्वी भारत को, हमारे नॉर्थ ईस्ट को ग्रोथ के सेंटर स्टेज पर लेकर आई है।

साथियों,

पिछले 11 वर्षों में, जो परिवर्तन नॉर्थ ईस्ट में आया है, वो केवल आंकड़ों की बात नहीं है, ये ज़मीन पर महसूस होने वाला बदलाव है। हमने नॉर्थ ईस्ट के साथ केवल योजनाओं के माध्यम से रिश्ता नहीं जोड़ा, हमने दिल से रिश्ता बनाया है। ये आंकड़ा जो मैं बता रहा हूं ना, सुनकर के आश्चर्य होगा, Seven Hundred Time, 700 से ज़्यादा बार हमारे केंद्र सरकार के मंत्री नॉर्थ ईस्ट गए हैं। और मेरा नियम जाकर के आने वाला नहीं था, नाइट स्टे करना कंपलसरी था। उन्होंने उस मिट्टी को महसूस किया, लोगों की आंखों में उम्मीद देखी, और उस भरोसे को विकास की नीति में बदला, हमने इंफ्रास्ट्रक्चर को सिर्फ़ ईंट और सीमेंट से नहीं देखा, हमने उसे इमोशनल कनेक्ट का माध्यम बनाया है। हम लुक ईस्ट से आगे बढ़कर एक्ट ईस्ट के मंत्र पर चले, और इसी का परिणाम आज हम देख रहे हैं। एक समय था, जब Northeast को सिर्फ Frontier Region कहा जाता था। आज ये Growth का Front-Runner बन रहा है।

|

साथियों,

अच्छा इंफ्रास्ट्रक्चर, टूरिज्म को attractive बनाता है। जहां इंफ्रास्ट्रक्चर अच्छा होता है, वहां Investors को भी एक अलग Confidence आता है। बेहतर रोड्स, अच्छा पावर इंफ्रास्ट्रक्चर और लॉजिस्टिक नेटवर्क, किसी भी इंडस्ट्री की backbone है। Trade भी वहीं Grow करता है, जहाँ Seamless Connectivity हो, यानि बेहतर इंफ्रास्ट्रक्चर, हर Development की पहली शर्त है, उसका Foundation है। इसलिए हमने नॉर्थ ईस्ट में Infrastructure Revolution शुरू किया है। लंबे समय तक नॉर्थ ईस्ट अभाव में रहा। लेकिन अब, नॉर्थ ईस्ट Land of Opportunities बन रहा है। हमने नॉर्थ ईस्ट में कनेक्टिविटी इंफ्रास्ट्रक्चर पर लाखों करोड़ रुपए खर्च किए हैं। आप अरुणाचल जाएंगे, तो सेला टनल जैसे इंफ्रास्ट्रक्चर आपको मिलेगा। आप असम जाएंगे, तो भूपेन हज़ारिका ब्रिज जैसे कई मेगा प्रोजेक्ट्स देखेंगे, सिर्फ एक दशक में नॉर्थ ईस्ट में 11 Thousand किलोमीटर के नए हाईवे बनाए गए हैं। सैकड़ों किलोमीटर की नई रेल लाइनें बिछाई गई हैं, नॉर्थ ईस्ट में एयरपोर्ट्स की संख्या दोगुनी हो चुकी है। ब्रह्मपुत्र और बराक नदियों पर वॉटरवेज़ बन रहे हैं। सैकड़ों की संख्या में मोबाइल टावर्स लगाए गए हैं, और इतना ही नहीं, 1600 किलोमीटर लंबी पाइपलाइन का नॉर्थ ईस्ट गैस ग्रिड भी बनाया गया है। ये इंडस्ट्री को ज़रूरी गैस सप्लाई का भरोसा देता है। यानि हाईवेज, रेलवेज, वॉटरवेज, आईवेज, हर प्रकार से नॉर्थ ईस्ट की कनेक्टिविटी सशक्त हो रही है। नॉर्थ ईस्ट में जमीन तैयार हो चुकी है, हमारी इंड़स्ट्रीज को आगे बढ़कर, इस अवसर का पूरा लाभ उठाना चाहिए। आपको First Mover Advantage से चूकना नहीं है।

साथियों,

आने वाले दशक में नॉर्थ ईस्ट का ट्रेड पोटेंशियल कई गुना बढ़ने वाला है। आज भारत और आसियान के बीच का ट्रेड वॉल्यूम लगभग सवा सौ बिलियन डॉलर है। आने वाले वर्षों में ये 200 बिलियन डॉलर को पार कर जाएगा, नॉर्थ ईस्ट इस ट्रेड का एक मजबूत ब्रिज बनेगा, आसियान के लिए ट्रेड का गेटवे बनेगा। और इसके लिए भी हम ज़रूरी इंफ्रास्ट्रक्चर पर तेज़ी से काम कर रहे हैं। भारत-म्यांमार-थाईलैंड ट्रायलेटरल हाईवे से म्यांमार होते हुए थाईलैंड तक सीधा संपर्क होगा। इससे भारत की कनेक्टिविटी थाईलैंड, वियतनाम, लाओस जैसे देशों से और आसान हो जाएगी। हमारी सरकार, कलादान मल्टीमोडल ट्रांजिट प्रोजेक्ट को तेजी से पूरा करने में जुटी है। ये प्रोजेक्ट, कोलकाता पोर्ट को म्यांमार के सित्तवे पोर्ट से जोड़ेगा, और मिज़ोरम होते हुए बाकी नॉर्थ ईस्ट को कनेक्ट करेगा। इससे पश्चिम बंगाल और मिज़ोरम की दूरी बहुत कम हो जाएगी। ये इंडस्ट्री के लिए, ट्रेड के लिए भी बहुत बड़ा वरदान साबित होगा।

साथियों,

आज गुवाहाटी, इम्फाल, अगरतला ऐसे शहरों को Multi-Modal Logistics Hubs के रूप में भी विकसित किया जा रहा है। मेघालय और मिज़ोरम में Land Custom Stations, अब इंटरनेशनल ट्रेड को नया विस्तार दे रहे हैं। इन सारे प्रयासों से नॉर्थ ईस्ट, इंडो पेसिफिक देशों में ट्रेड का नया नाम बनने जा रहा है। यानि आपके लिए नॉर्थ ईस्ट में संभावनाओं का नया आकाश खुलने जा रहा है।

|

साथियों,

आज हम भारत को, एक ग्लोबल Health And Wellness Solution Provider के रुप में स्थापित कर रहे हैं। Heal In India, Heal In India का मंत्र, ग्लोबल मंत्र बने, ये हमारा प्रयास है। नॉर्थ ईस्ट में नेचर भी है, और ऑर्गोनिक लाइफस्टाइल के लिए एक परफेक्ट डेस्टिनेशन भी है। वहां की बायोडायवर्सिटी, वहां का मौसम, वेलनेस के लिए मेडिसिन की तरह है। इसलिए, Heal In India के मिशन में इन्वेस्ट करने के, मैं समझता हूं उसके लिए आप नॉर्थ ईस्ट को ज़रूर एक्सप्लोर करें।

साथियों,

नॉर्थ ईस्ट के तो कल्चर में ही म्यूज़िक है, डांस है, सेलिब्रेशन है। इसलिए ग्लोबल कॉन्फ्रेंसेस हों, Concerts हों, या फिर Destination Weddings, इसके लिए भी नॉर्थ ईस्ट बेहतरीन जगह है। एक तरह से नॉर्थ ईस्ट, टूरिज्म के लिए एक कंप्लीट पैकेज है। अब नॉर्थ ईस्ट में विकास का लाभ कोने-कोने तक पहुंच रहा है, तो इसका भी पॉजिटिव असर टूरिज्म पर पड़ रहा है। वहां पर्यटकों की संख्या दोगुनी हुई है। और ये सिर्फ़ आंकड़े नहीं हैं, इससे गांव-गांव में होम स्टे बन रहे हैं, गाइड्स के रूप में नौजवानों को नए मौके मिल रहे हैं। टूर एंड ट्रैवल का पूरा इकोसिस्टम डेवलप हो रहा है। अब हमें इसे और ऊंचाई तक ले जाना है। Eco-Tourism में, Cultural-Tourism में, आप सभी के लिए निवेश के बहुत सारे नए मौके हैं।

साथियों,

किसी भी क्षेत्र के विकास के लिए सबसे जरूरी है- शांति और कानून व्यवस्था। आतंकवाद हो या अशांति फैलाने वाले माओवादी, हमारी सरकार जीरो टॉलरेंस की नीति पर चलती है। एक समय था, जब नॉर्थ ईस्ट के साथ बम-बंदूक और ब्लॉकेड का नाम जुड़ा हुआ था, नॉर्थ ईस्ट कहते ही बम-बंदूक और ब्लॉकेड यही याद आता था। इसका बहुत बड़ा नुकसान वहां के युवाओं को उठाना पड़ा। उनके हाथों से अनगिनत मौके निकल गए। हमारा फोकस नॉर्थ ईस्ट के युवाओं के भविष्य पर है। इसलिए हमने एक के बाद एक शांति समझौते किए, युवाओं को विकास की मुख्य धारा में आने का अवसर दिया। पिछले 10-11 साल में, 10 thousand से ज्यादा युवाओं ने हथियार छोड़कर शांति का रास्ता चुना है, 10 हजार नौजवानों ने। आज नॉ़र्थ ईस्ट के युवाओं को अपने ही क्षेत्र में रोजगार के लिए, स्वरोजगार के लिए नए मौके मिल रहे हैं। मुद्रा योजना ने नॉर्थ ईस्ट के लाखों युवाओं को हजारों करोड़ रुपए की मदद दी है। एजुकेशन इंस्टीट्यूट्स की बढ़ती संख्या, नॉर्थ ईस्ट के युवाओं को स्किल बढ़ाने में मदद कर रही है। आज हमारे नॉर्थ ईस्ट के युवा, अब सिर्फ़ इंटरनेट यूज़र नहीं, डिजिटल इनोवेटर बन रहे हैं। 13 हजार किलोमीटर से ज्यादा ऑप्टिकल फाइबर, 4जी, 5जी कवरेज, टेक्नोलॉजी में उभरती संभावनाएं, नॉर्थ ईस्ट का युवा अब अपने शहर में ही बड़े-बडे स्टार्टअप्स शुरू कर रहा है। नॉर्थ ईस्ट भारत का डिजिटल गेटवे बन रहा है।

|

साथियों,

हम सभी जानते हैं कि ग्रोथ के लिए, बेहतर फ्यूचर के लिए स्किल्स कितनी बड़ी requirement होती है। नॉर्थ ईस्ट, इसमें भी आपके लिए एक favourable environment देता है। नॉर्थ ईस्ट में एजुकेशन और स्किल डेवलपमेंट इकोसिस्टम पर केंद्र सरकार बहुत बड़ा निवेश कर रही है। बीते दशक में, Twenty One Thousand करोड़ रुपये से ज्यादा नॉर्थ ईस्ट के एजुकेशन सेक्टर पर इन्वेस्ट किए गए हैं। करीब साढ़े 800 नए स्कूल बनाए गए हैं। नॉर्थ ईस्ट का पहला एम्स बन चुका है। 9 नए मेडिकल कॉलेज बनाए गए हैं। दो नए ट्रिपल आईटी नॉर्थ ईस्ट में बने हैं। मिज़ोरम में Indian Institute of Mass Communication का कैंपस बनाया गया है। करीब 200 नए स्किल डेवलपमेंट इंस्टीट्यूट, नॉर्थ ईस्ट के राज्यों में स्थापित किए गए हैं। देश की पहली स्पोर्ट्स यूनिवर्सिटी भी नॉर्थ ईस्ट में बन रही है। खेलो इंडिया प्रोग्राम के तहत नॉर्थ ईस्ट में सैकड़ों करोड़ रुपए के काम हो रहे हैं। 8 खेलो इंडिया सेंटर ऑफ एक्सीलेंस, और ढाई सौ से ज्यादा खेलो इंडिया सेंटर अकेले नॉर्थ ईस्ट में बने हैं। यानि हर सेक्टर का बेहतरीन टेलेंट आपको नॉर्थ ईस्ट में उपलब्ध होगा। आप इसका जरूर फायदा उठाएं।

साथियों,

आज दुनिया में ऑर्गेनिक फूड की डिमांड भी बढ़ रही है, हॉलिस्टिक हेल्थ केयर का मिजाज बना है, और मेरा तो सपना है कि दुनिया के हर डाइनिंग टेबल पर कोई न कोई भारतीय फूड ब्रैंड होनी ही चाहिए। इस सपने को पूरा करने में नॉर्थ ईस्ट का रोल बहुत महत्वपूर्ण है। बीते दशक में नॉर्थ ईस्ट में ऑर्गेनिक खेती का दायरा दोगुना हो चुका है। यहां की हमारी टी, पाइन एप्पल, संतरे, नींबू, हल्दी, अदरक, ऐसी अनेक चीजें, इनका स्वाद और क्वालिटी, वाकई अद्भुत है। इनकी डिमांड दुनिया में बढ़ती ही जा रही है। इस डिमांड में भी आपके लिए संभावनाएं हैं।

|

साथियों,

सरकार का प्रयास है कि नॉर्थ ईस्ट में फूड प्रोसेसिंग यूनिट्स लगाना आसान हो। बेहतर कनेक्टिविटी तो इसमें मदद कर ही रही है, इसके अलावा हम मेगा फूड पार्क्स बना रहे हैं, कोल्ड स्टोरेज नेटवर्क को बढ़ा रहे हैं, टेस्टिंग लैब्स की सुविधाएं बना रहे हैं। सरकार ने ऑयल पाम मिशन भी शुरु किया है। पाम ऑयल के लिए नॉर्थ ईस्ट की मिट्टी और क्लाइमेट बहुत ही उत्तम है। ये किसानों के लिए आय का एक बड़ा अच्छा माध्यम है। ये एडिबल ऑयल के इंपोर्ट पर भारत की निर्भरता को भी कम करेगा। पाम ऑयल के लिए फॉर्मिंग हमारी इंडस्ट्री के लिए भी बड़ा अवसर है।

साथियों,

हमारा नॉर्थ ईस्ट, दो और सेक्टर्स के लिए महत्वपूर्ण डेस्टिनेशन बन रहा है। ये सेक्टर हैं- एनर्जी और सेमीकंडक्टर। हाइड्रोपावर हो या फिर सोलर पावर, नॉर्थ ईस्ट के हर राज्य में सरकार बहुत निवेश कर रही है। हज़ारों करोड़ रुपए के प्रोजेक्ट्स स्वीकृत किए जा चुके हैं। आपके सामने प्लांट्स और इंफ्रास्ट्रक्चर पर निवेश का अवसर तो है ही, मैन्युफेक्चरिंग का भी सुनहरा मौका है। सोलर मॉड्यूल्स हों, सेल्स हों, स्टोरेज हो, रिसर्च हो, इसमें ज्यादा से ज्यादा निवेश ज़रूरी है। ये हमारा फ्यूचर है, हम फ्यूचर पर जितना निवेश आज करेंगे, उतना ही विदेशों पर निर्भरता कम होगी। आज देश में सेमीकंडक्टर इकोसिस्टम को मजबूत करने में भी नॉर्थ ईस्ट, असम की भूमिका बड़ी हो रही है। बहुत जल्द नॉर्थ ईस्ट के सेमीकंडक्टर प्लांट से पहली मेड इन इंडिया चिप देश को मिलने वाली है। इस प्लांट ने, नॉर्थ ईस्ट में सेमीकंडक्टर सेक्टर के लिए, अन्य cutting edge tech के लिए संभावनाओं के द्वार खोल दिए हैं।

|

साथियों,

राइज़िंग नॉर्थ ईस्ट, सिर्फ़ इन्वेस्टर्स समिट नहीं है, ये एक मूवमेंट है। ये एक कॉल टू एक्शन है, भारत का भविष्य, नॉर्थ ईस्ट के उज्ज्वल भविष्य से ही नई उंचाई पर पहुंचेगा। मुझे आप सभी बिजनेस लीडर्स पर पूरा भरोसा है। आइए, एक साथ मिलकर भारत की अष्टलक्ष्मी को विकसित भारत की प्रेरणा बनाएं। और मुझे पूरा विश्वास है, आज का ये सामूहिक प्रयास और आप सबका इससे जुड़ना, आपका उमंग, आपका कमिटमेंट, आशा को विश्वास में बदल रहा है, और मुझे पक्का विश्वास है कि जब हम सेकेंड राइजिंग समिट करेंगे, तब तक हम बहुत आगे निकल चुके होंगे। बहुत-बहुत शुभकामनाएं।

बहुत-बहुत धन्यवाद !