“We have named Amrit Kaal as ‘Kartavya Kaal’. Pledges include the guidance of our spiritual values as well as resolutions for the future”
“Whereas there is rejuvenation of the places of spiritual significance, India is also leading in technology and economy”
“The transformation witnessed in the country is a result of the contributions of every social class”
“All saints have nourished the spirit of ‘Ek Bharat Shreshta Bharat’ for thousands of years in India”
“In a country like India, religious and spiritual institutions have always been at the center of social welfare”
“We should take a pledge to turn Sathya Sai District fully Digital”
“Cultural and spiritual institutions like the Sathya Sai Trust have a great role to play in all such efforts for India’s emerging leadership in areas like environment and sustainable lifestyle”

সাই ৰামঅন্ধ্রপ্রদেশৰ ৰাজ্যপাল শ্রী আব্দুল নাজিৰশ্রী সত্যসাই চেণ্ট্ৰেল ট্রাষ্টৰ মেনেজিং ট্রাষ্টি শ্রী আৰ জে ৰত্নাকৰশ্রী কে চক্রৱর্তীমোৰ পুৰণি বন্ধু শ্রী ৰুকো হীৰাডঃ ভি মোহনশ্রী এম এছ নাগানন্দশ্রী নিমীষ পাণ্ড্যবিশিষ্ট ব্যক্তিসকলভদ্রমহিলা আৰু ভদ্রমহোদয়গণপুনৰ আপোনালোক সকলোকে সাই ৰাম।

পুট্টাপূর্তিলৈ বহুবাৰ যোৱাৰ সৌভাগ্য মোৰ হৈছে। আজিও মোৰ ইচ্ছা আছিল আপোনালোক সকলোৰে মাজততাত উপস্থিত হৈ এই অনুষ্ঠানত যোগ দিয়াৰ। কিন্তুমোৰ ব্যস্ততাৰ কাৰণে সেয়া সম্ভৱ নহ'ল। মোক আমন্ত্রণ জানোৱাৰ সময়ত ভাই ৰত্নাকৰে কৈছিল, ‘আপুনি এবাৰ আহি আমাক আপোনাৰ আশীর্বাদ দিয়ক। শ্রী ৰত্নাকৰৰ এই বক্তব্য মই সংশোধন কৰি দিয়া উচিত। মই তালৈ অৱশ্যই যামকিন্তু আশীর্বাদ দিবলৈ নহয়আশীর্বাদ ল'বলৈ। প্রযুক্তিৰ সহায়ত আজি মই আপোনালোকৰ মাজত উপস্থিত হ'ব পাৰিছোঁ। আজিৰ এই অনুষ্ঠানৰ বাবে মই শ্রী সত্য সাই চেণ্ট্ৰেল ট্রাষ্টৰ সৈতে যুক্ত সকলো সদস্য আৰু সত্য সাই বাবাৰ সকলো ভক্তক অভিনন্দন জনাইছোঁ। মোৰ ওপৰত শ্রী সত্য সাইৰ অনুপ্রেৰণা আৰু আর্শীবাদ বর্ষিত হৈছে। এই পৱিত্র অনুষ্ঠানত শ্রী সত্য সাই বাবাৰ কর্মধাৰাৰ প্রসাৰ দেখি মই আনন্দিত। শ্রী হীৰা গ্লোবেল কনভেনশ্যন চেণ্টাৰৰ মাধ্যমত দেশ চিন্তা-ভাবনাৰ এক সমৃদ্ধ কেন্দ্রৰ অধিকাৰী হ'বলৈ ওলাইছে। মই এই কনভেনশ্যন চেণ্টাৰৰ ছবি দেখিছোঁ। এইমাত্র এই চেণ্টাৰটো সন্দৰ্ভত স্বল্প দৈর্ঘ্যৰ যি ছাঁয়াছবি দেখুওৱা হ'তাৰো দৃশ্য মই দেখিছোঁ। এই চেণ্টাৰে আধ্যাত্মিক অনুভৱৰ সৈতে আধুনিকতাৰসাংস্কৃতিক দেৱত্বৰ সৈতে বৌদ্ধিক উৎকর্ষৰ বন্ধন ঘটাইছে।  ই আধ্যাত্মিক সন্মিলন আৰু শিক্ষামূলক কর্মসূচীৰ এটি কেন্দ্র হৈ উঠিব। সমগ্ৰ বিশ্বৰ পৰা বিভিন্ন ক্ষেত্রৰ বিদ্বান আৰু বিশেষজ্ঞসকল ইয়ালৈ আহিব। এই কেন্দ্র যুৱ সমাজৰ বিশেষ উপকাৰত লাগিব বুলি মোৰ ধাৰণা।

 

বন্ধুসকল,

যিকোনো চিন্তাই যেতিয়া বাস্তৱায়িত হৈ কর্মৰ ৰূপ ধাৰণ কৰেতেতিয়াই সি সকলোতকৈ কার্যকৰী হৈ উঠে। প্ৰকৃত কামে যেনেদৰে প্রভাৱ পেলায়কেৱল কথাৰে সেয়া নহয়। আজি এই কনভেনশ্যন চেণ্টাৰৰ উদ্বোধনৰ সমান্তৰালকৈ ইয়াত শ্রী সত্য সাই গ্লোবেল কাউন্সিল লি়ডাৰসকলৰ সন্মিলনো আৰম্ভ হৈছে। এই সন্মিলনত বহু দেশৰ প্রতিনিধি উপস্থিত হৈছে। এই সন্মিলনৰ মূল ভাবনা হিচাপে আপোনালোকে অনুশীলন আৰু অনুপ্রেৰণা’-ৰ যি ধাৰণা বাছি লৈছেসেয়া অত্যন্ত প্রাসঙ্গিক আৰু প্রভাৱ সৃষ্টিকাৰী। আমাৰ দেশত প্রায়েই কোৱা হয়, ‘यत् यत् आचरति श्रेष्ठःतत्-तत् एव इतरः जनःঅর্থাৎ বিশিষ্ট ব্যক্তিসকলে যি কৰেসমাজে তাকেই অনুসৰণ কৰে।

সেয়ে আমাৰ আচৰণেই আনসকলৰ ওচৰত সবাতোকৈ ডাঙৰ প্রেৰণাৰ উৎস হৈ উঠিব পাৰে। সত্য সাই বাবাৰ জীৱন ইয়াৰ চমৎকাৰ উদাহৰণ। বিভিন্ন লক্ষ্য স্থিৰ কৰিকর্তব্যসমূহক অগ্রাধিকাৰ দি স্বাধীনতাৰ শতবর্ষ পূর্তিৰ দিশত ভাৰত অগ্ৰসৰ হৈছে। আমি অমৃতকালৰ নাম দিছোঁ কর্তব্যকাল। কাৰণ ইয়াৰ মাজত কেৱল আধ্যাত্মিক মূল্যবোধৰ নির্দেশিকাই নহয়ভৱিষ্যতৰ আকাংক্ষাও অন্তর্ভুক্ত আছে। প্রগতি আৰু ঐতিহ্য – দুয়োটাৰে প্রতি আমি সমান গুৰুত্ব দিব লাগিব। দেশত এফালে যেনেকৈ আধ্যাত্মিক কেন্দ্রসমূহৰ পুনৰুজ্জীৱন ঘটোৱা হৈছেতেনেকৈ ভাৰত অর্থনীতি আৰু প্রযুক্তিৰ পথতো আগুৱাই গৈছে। বর্তমান ভাৰতে বিশ্বৰ প্রথম পাঁচটা অর্থনীতিৰ মাজত স্থান উলিয়াই লৈছে। বিশ্বৰ তৃতীয় বৃহত্তম ষ্টার্টআপ ব্যৱস্থাপনা ইয়াতেই। ডিজিটেল প্রযুক্তি আৰু ৫জিৰ দৰে ক্ষেত্রবোৰত আমি বিশ্বৰ বৃহৎ দেশসমূহৰ সৈতে ফেৰ মাৰিছোঁ। সমগ্ৰ বিশ্বত অনলাইন লেনদেনৰ ৪০ শতাংশই হয় ভাৰতত। সাই বাবাৰ নামৰ সৈতেও সংযুক্ত নৱগঠিত পুট্টাপূর্তি জিলাক ১০০ শতাংশ ডিজিটেল কৰি তুলিবলৈ আমি শ্রী ৰত্নাকৰ আৰু সাই ভক্তসকলক অনুৰোধ জনাম। আপোনালোকে দেখিব এই জিলাই সমগ্ৰ বিশ্বত এক অনন্য পৰিচিতি অর্জন কৰিব। যদি মোৰ বন্ধু শ্রী ৰত্নাকৰে এই দায়িত্ব লয়তেনেহ'লে বাবাৰ অহা জন্মদিনৰ ভিতৰতেই আমি গোটেই জিলাখনকে ডিজিটেল কৰি তুলিব পাৰিম'ত ১ টকা নগদ লেনদেনৰো প্রয়োজন নহ'ব। এইটো কিন্তু কৰা সম্ভৱ।

বন্ধুসকল,

দেশত পৰিৱর্তনৰ প্রক্রিয়া চলিছে। সমাজৰ প্রতিটো স্তৰৰ মানুহে ইয়াত অংশগ্রহণ কৰিছে। গ্লোবেল কাউন্সিল সন্মিলনৰ দৰে অনুষ্ঠানসমূহ ভাৰত সম্পর্কে জনাৰ আৰু বাকী বিশ্বৰ সৈতে ভাৰতক সংযুক্ত কৰাৰ এক কার্যকৰী মাধ্যম।

বন্ধুসকল,

আমাৰ দেশত প্রায়েই সাধু সন্ন্যাসীসকলক বোৱতী নদীৰ স্রোতৰ সৈতে তুলনা কৰা হয়। কাৰণ তেওঁলোকে কেতিয়াও নিজৰ ভাবনা-চিন্তা কৰি কাম ৰখাই নিদিয়ে। তেওঁলোকৰ জীৱন এক নিৰবচ্ছিন্ন প্রবাহ আৰু নিৰলস প্রয়াসৰ সমাহাৰ। এইসকলৰ জন্ম ক'ত হৈছিলতাক লৈ সাধাৰণ মানুহে মাথা নঘমায়। এজন প্রকৃত সাধকক প্রত্যেকেই নিজৰ বিশ্বাস আৰু সংস্কৃতিৰ প্রতিনিধি হিচাপে গ্রহণ কৰে আপোন কৰি লয়। সেইবাবেই হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ সাধু সন্ন্যাসীসকলে এক ভাৰত শ্রেষ্ঠ ভাৰতৰ চেতনা লালন কৰি আহিছে। সত্য সাই বাবাই অন্ধ্রপ্রদেশৰ পুট্টাপূর্তিত জন্মগ্রহণ কৰিছিল। কিন্তুতেওঁৰ ভক্ত আৰু অনুগামীসকল বিয়পি আছে বিশ্বজুৰি। আজি দেশৰ প্রতিটো অঞ্চলত সত্য সাইৰ আশ্রম গঢ়ি উঠিছে। প্রতিটো ভাষা আৰু ঐতিহ্যৰ মানুহে প্রশান্তি নিলায়মৰ কর্মধাৰাৰ সৈতে যুক্ত হৈছে। এয়াই ভাৰতৰ সেই চেতনাযি একসূত্রে সকলোকে গাঁথি তাক চিৰন্তন কৰি তোলে।

 

বন্ধুসকল,

শ্রী সত্য সাইয়ে কয়, ‘सेवा अनेरेंडु अक्षराल-लोनेअनन्त-मइन शक्ति इमिडि उन्दी’ অর্থাৎ মানৱতাৰ সেৱাই হ'ল ঈশ্বৰৰ সেৱা। আন কথাত ক'বলৈ গ'লে সেৱা’ - এই দুটি বর্ণৰ মাজত অসীম শক্তি লুকাই আছে। সত্য সাইৰ জীৱন এই চেতনাৰ মূর্ত প্রতীক। সত্য সাই বাবাৰ জীৱনক খুব ওচৰৰ পৰা চোৱাৰতেওঁৰ ওচৰৰ পৰা শিক্ষা গ্রহণ কৰাৰ আৰু তেওঁৰ আশীর্বাদ পোৱাৰ পৰম সৌভাগ্য মোৰ হৈছে। মোৰ প্রতি তেওঁৰ বিশেষ স্নেহ আছিলমই সর্বদাই তেওঁৰ আশীর্বাদ পাইছোঁ। যেতিয়াইই তেওঁৰ সৈতে মোৰ কথা হয়তেওঁ খুব সহজভাৱে গভীৰ চিন্তাৰ প্রকাশ ঘটায়। তেওঁ দিয়া বহু শিক্ষা আজিও মই আৰু সাই ভক্তসকলে মনৰ মণিকোঠাত সযত্নে ৰাখি থৈছোঁ। সকলোকে ভালপোৱা – সকলোৰে সেৱা কৰা’, ‘সর্বদা সাহায্য কৰাকেতিয়াও আঘাত নকৰিবা’, ‘কথা কম কাম বেছি’, ‘প্রতিটো অভিজ্ঞতাই একোটা শিক্ষাপ্রতিটো লোকচানেই লাভ’ – জীৱনৰ এনে বহু শিক্ষা সত্য সাইয়ে আমাক দিছে। এইবোৰৰ মাজেৰে সংবেদনশীলতা আৰু গভীৰ অন্তর্দৃষ্টি প্রকাশ পাইছে। মোৰ মনত আছেএবাৰ গুজৰাটত ভূমিকম্পৰ পিছত তেওঁ মোক মাতিছিল। সেই সময়ত ত্রাণ আৰু সহায়ৰ কামত তেওঁ নিজকে ব্যক্তিগতভাৱে নিয়োজিত কৰিছিল। তেওঁৰ নির্দেশনাত তেওঁৰ সংগঠনৰ হাজাৰ হাজাৰ কর্মীয়ে দিনৰাতি এক কৰি ভূকম্পকবলিত ভুজত সেৱাকৰ্ম চলাইছিল। কোনো মানুহৰ পৰিচয়ে তেওঁৰ ওচৰত গুৰুত্ব নাপাইছিল। তেওঁ প্রত্যেকৰ প্রতি এনে যত্ন লৈছিলযেন তেওঁলোক সকলো তেওঁৰ খুব ওচৰৰ। সত্য সাইৰ ওচৰত মানৱতাৰ সেৱাই ঈশ্বৰৰ সেৱা’ আছিল। প্রতিজন মানুহৰ মাজত নাৰায়ণক প্রত্যক্ষ কৰা’ আৰু প্রতিটো জীৱকে শিৱ জ্ঞান কৰা’-ৰ এই চেতনাই মানুহক দেৱত্বলৈ উন্নীত কৰে।

বন্ধুসকল,

ভাৰতৰ দৰে দেশত ধর্মীয় আৰু আধ্যাত্মিক সংগঠনসমূহে সর্বদাই সামাজিক উন্নয়নত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। ভাৰতে আজি স্বাধীনতাৰ ৭৫ বছৰ পূর্ণ কৰি অহা ২৫ বছৰৰ বাবে সুনির্দিষ্ট লক্ষ্য লৈ অমৃতকাল’-ত ভৰি দিছে। আজি যেতিয়া আমি আমাৰ ঐতিহ্য আৰু উন্নয়নক নতুন গতি দিছোঁসেই সময়ত সত্য সাই ট্রাষ্টৰ দৰে সংগঠনসমূহৰ ভূমিকা আৰু গুৰুত্বপূর্ণ হৈ উঠিছে। আপোনালোকৰ আধ্যাত্মিক শাখাই যেতিয়া বালবিকাশৰ দৰে কর্মসূচীৰ মাধ্যমত ভাৰতৰ তৰুণ প্রজন্মৰ সাংস্কৃতিক ঐতিহ্যক লালন কৰেতেতিয়া মোৰ খুব ভাল লাগে। মানৱতাৰ সেৱাৰ বাবে সত্য সাই বাবা হাস্পতাল স্থাপন কৰিছিল। প্রশান্তি নিলয়ামে অত্যাধুনিক হাস্পতালে তাৰেই সাক্ষ্য দিছে। বেছ কিছু বছৰ ধৰি সত্য সাই ট্রাষ্টে বিনামূল্যে শিক্ষাৰ প্রসাৰত ভাল স্কুল আৰু কলেজ পৰিচালনা কৰি আহিছে। জাতি গঠন আৰু সমাজৰ ক্ষমতায়নত যি ভূমিকা আপোনালোকে পালন কৰিছেসেয়া প্রশংসনীয়। সত্য সাইৰ সৈতে সংশ্লিষ্ট সংস্থাসমূহে দেশৰ বিভিন্ন উদ্যোগত নিষ্ঠাৰে কাম কৰিছে। বর্তমান জল জীৱন মিছনৰ আওতাত দেশৰ প্রতিখন গাঁৱত বিশুদ্ধ পানীয় জল পৌঁছাই দিয়াৰ উদ্যোগ লোৱা হৈছে। সত্য সাই চেণ্ট্ৰেল ট্রাষ্টেও প্রত্যন্ত গাঁওবিলাকত বিনামূল্যে পানী সৰবৰাহ কৰি এই মহৎ প্রচেষ্টাৰ অংশীদাৰ হৈছে।

বন্ধুসকল,

একবিংশ শতাব্দীত জলবায়ু পৰিৱর্তন এক বৃহৎ প্ৰত্যাহ্বান হৈ সমগ্ৰ বিশ্বৰ সন্মুখত আহি থিয় দিছে।  ইয়াৰ মোকাবিলাত ভাৰতে বিশ্বমঞ্চত মিছন লাইফৰ দৰে বিভিন্ন প্রয়াস হাতত লৈছে। বিশ্বই আজি ভাৰতৰ নেতৃত্বৰ ওপৰত আস্থা ৰাখে। আপোনালোকে সকলোৱে জানেভাৰত এইবছৰ জি-২০ৰ দৰে গুৰুত্বপূর্ণ এটি গোষ্ঠীৰ সভাপতিত্বৰ দায়িত্বত আছে। ইয়াৰ মূল ভাবনাৰ সৈতে ভাৰতৰ মৌলিক আদর্শ এক বিশ্ব এক পৰিয়াল এক ভবিষ্যৎ’-ৰ ধাৰণা মিলি গৈছে। সমগ্ৰ বিশ্ব ভাৰতৰ দৃষ্টিভঙ্গীৰে প্রভাৱিত হৈছেভাৰতৰ প্রতি আকর্ষণ ক্রমশঃ বাঢ়িছে। আপোনালোকে দেখিছেজুনৰ ২১ তাৰিখে আন্তর্জাতিক যোগ দিৱসত ৰাষ্ট্রসংঘৰ সদৰ কাৰ্যালয়ত কেনেদৰে বিশ্ব ৰেকৰ্ড কর্ড গঢ়ি উঠিছে। বিশ্বৰ বিভিন্ন দেশৰ পৰা প্রতিনিধিসকলে একে সময়তে একে ঠাইত যোগাভ্যাসৰ বাবে সমবেত হয়। বিশ্বজুৰি যোগাভ্যাস মানুহৰ জীৱনৰ অবিচ্ছেদ্য অঙ্গ হৈ উঠিছে।

মানুহে আজি আয়ুর্বেদ চিকিৎসা পদ্ধতিত আস্থা ৰাখিছেতেওঁলোকে ভাৰতৰ সুস্থিত জীৱনশৈলীৰ পৰা শিক্ষা ল'ব বিচাৰিছে। আমাৰ সংস্কৃতিঐতিহ্যঅতীত আৰু উত্তৰাধিকাৰ সম্পর্কে বিশ্বাস আৰু ঔৎসুক্য ক্রমশঃ বাঢ়ি গৈছে। বিগত কেইটামান বছৰত বিভিন্ন দেশৰ পৰা অসংখ্য পুৰাকীর্তি ভাৰতলৈ উভতি আহিছে। এই মূর্তিবোৰ আমাৰ দেশৰ পৰা ৫০-১০০ বছৰ আগতে চুৰি কৰা হৈছিল। ভাৰতৰ প্রচেষ্টাৰ আৰু নেতৃত্বৰ নেপথ্যত সবাতোকৈ ডাঙৰ শক্তি হ'ল আমাৰ সাংস্কৃতিক আদর্শ। সেয়ে আমাৰ সকলোধৰণৰ প্রয়াসত সত্য সাই ট্রাষ্টৰ দৰে সাংস্কৃতিক আৰু আধ্যাত্মিক সংগঠনসমূহে অত্যন্ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। আপোনালোকে অহা ২ বছৰৰ ভিতৰত ১ কোটি প্রেমতৰু’ ৰোপণৰ অঙ্গীকাৰ লৈছে। মই এই প্রয়াসৰ সাফল্য কামনা কৰিছোঁ। মোৰ বন্ধু ভাই হীৰা ইয়াত উপস্থিত আছে। আমি জাপানৰ মিয়াওৱাকি পদ্ধতি অনুসৰণ কৰি সৰু বন সৃষ্টিৰ কৌশল আয়ত্ব কৰিব পাৰোঁ। ইয়াক বাস্তবায়নৰ বাবে ট্রাষ্টৰ সদস্যসকলক মই অনুৰোধ জনাইছোঁ। ইয়াৰ মাধ্যমত দেশৰ বিভিন্ন অঞ্চলত সৰু সৰু বন সৃষ্টিৰ এটা মডেল উপস্থাপন কৰা সম্ভৱ। এয়া খুব বৃহৎ আকাৰত কৰা উচিত। মই জানোএই ক্ষেত্ৰত শ্রী হীৰাৰ দক্ষতা আছে। মই তেওঁক যিকোনো কামৰ দায়িত্ব অর্পণ কৰিব পাৰোঁ। সেই বাবেই মই তেওঁক এই বিষয়টো জনালোঁ। প্লাষ্টিকমুক্ত ভাৰতৰ যি স্বপ্ন আমি দেখোঁসেয়া যিমান বেছি সম্ভৱ মানুহৰ ওচৰলৈ লৈ যাব লাগিব।

দূষণমুক্ত বিকল্প ইন্ধনৰ ব্যৱহাৰত মানুহক উদ্বুদ্ধ কৰিবলৈ সৌৰশক্তিৰ প্রয়োজনীয়তা আছে। মোক কোৱা হৈছে আৰু মই আপোনালোকৰ ভিডিঅ'ত দেখিছোঁসত্য সাই চেণ্ট্ৰেল ট্রাষ্টে অন্ধ্রপ্রদেশৰ ওচৰত প্রায় ৪০ লাখ পাঠকক শ্রীঅন্ন ৰাগি আৰু বাজৰাৰে তৈয়াৰ কৰা খাদ্য সৰবৰাহ কৰিছে। এইটোও এটা প্রশংসনীয় উদ্যোগ। এই প্রয়াসত অন্য ৰাজ্যবোৰক সংযুক্ত কৰিলে দেশ বিপুলভাৱে উপকৃত হ'ব। শ্রীঅন্নই কেৱল পুষ্টিৰ যোগানেই নিদিয়েবৰং অনেক সম্ভাৱনাও তুলি ধৰে। বিশ্বস্তৰত এই ধৰণৰ সমস্ত উদ্যোগে ভাৰতৰ সক্ষমতা বঢ়াব আৰু তাৰ পৰিচিতিক আৰু শক্তিশালী কৰিব।

বন্ধুসকল,

সত্য সাইৰ আশীর্বাদ আমাৰ সকলোৰে লগত আছে। এই শক্তিৰে আমি এখন উন্নত ভাৰত গঢ়ি তুলিম আৰু সমগ্র বিশ্বৰ সেৱা কৰিম। এইবাৰ মই আপোনালোকৰ অনুষ্ঠানত সশৰীৰে উপস্থিত থাকিব নোৱাৰিলোঁকিন্তু ভৱিষ্যতে মই অৱশ্যই আপোনালোকৰ ওচৰলৈ যাম আৰু সুন্দৰ সময় কটাম। মাজে মাজে শ্রী হীৰাৰ সৈতে মোৰ দেখা হয়। মই আকৌ আপোনালোকক প্রতিশ্রুতি দিছোঁআজি নোৱাৰিলেও ভৱিষ্যতে মই নিশ্চই আপোনালোকৰ ওচৰলৈ যাম। মই সর্বান্তকৰণে আপোনালোকৰ মঙ্গল কামনা কৰিছোঁ। আপোনালোক সকলোকে বহুত ধন্যবাদ। সাই ৰাম!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Portraits of PVC recipients replace British officers at Rashtrapati Bhavan

Media Coverage

Portraits of PVC recipients replace British officers at Rashtrapati Bhavan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s address to Indian students and the Indian community in Oman
December 18, 2025

नमस्ते!
अहलन व सहलन !!!

ये युवा जोश आपकी एनर्जी यहां का पूरा atmosphere चार्ज हो गया है। मैं उन सब भाई बहनों को भी नमस्कार करता हूँ, जो जगह की कमी के कारण, इस हॉल में नहीं हैं, और पास के हॉल में स्क्रीन पर यह प्रोग्राम लाइव देख रहें हैं। अब आप कल्पना कर सकते हैं, कि यहाँ तक आएं और अंदर तक नहीं आ पाएं तोह उनके दिल में क्या होता होगा।

साथियों,

मैं मेरे सामने एक मिनी इंडिया देख रहा हूं, मुझे लगता है यहां बहुत सारे मलयाली भी हैं।

सुखम आणो ?

औऱ सिर्फ मलयालम नहीं, यहां तमिल, तेलुगू, कन्नड़ा और गुजराती बोलने वाले बहुत सारे लोग भी हैं।

नलमा?
बागुन्नारा?
चेन्ना-गिद्दिरा?
केम छो?

साथियों,

आज हम एक फैमिली की तरह इकट्ठा हुए हैं। आज हम अपने देश को, अपनी टीम इंडिया को सेलिब्रेट कर रहे हैं।

साथियों,

भारत में हमारी diversity, हमारी संस्कृति का मजबूत आधार है। हमारे लिए हर दिन एक नया रंग लेकर आता है। हर मौसम एक नया उत्सव बन जाता है। हर परंपरा एक नई सोच के साथ आती है।

और यही कारण है कि हम भारतीय कहीं भी जाएं, कहीं भी रहें, हम diversity का सम्मान करते हैं। हम वहां के कल्चर, वहां के नियम-कायदों के साथ घुलमिल जाते हैं। ओमान में भी मैं आज यही होते हुए अपनी आंखों के सामने देख रहा हूं।

यह भारत का डायस्पोरा co-existence का, co-operation का, एक लिविंग Example बना हुआ है।

साथियों,

भारत की इसी समृद्ध सांस्कृतिक विरासत का एक और अद्भुत सम्मान हाल ही में मिला है। आपको शायद पता होगा, यूनेस्को ने दिवाली को Intangible Cultural Heritage of Humanity में शामिल किया है।

अब दिवाली का दिया हमारे घर को ही नहीं, पूरी दुनिया को रोशन करेगा। यह दुनिया भर में बसे प्रत्येक भारतीय के लिए गर्व का विषय है। दिवाली की यह वैश्विक पहचान हमारी उस रोशनी की मान्यता है, जो आशा, सद्भाव, और मानवता के संदेश को, उस प्रकाश को फैलाती है।

साथियों,

आज हम सब यहां भारत-ओमान "मैत्री पर्व” भी मना रहे हैं।

मैत्री यानि:
M से maritime heritage
A से Aspirations
I से Innovation
T से Trust and technology
R से Respect
I से Inclusive growth

यानि ये "मैत्री पर्व,” हम दोनों देशों की दोस्ती, हमारी शेयर्ड हिस्ट्री, और prosperous future का उत्सव हैं। भारत और ओमान के बीच शताब्दियों से एक आत्मीय और जीवंत नाता रहा है।

Indian Ocean की Monsoon Winds ने दोनों देशों के बीच ट्रेड को दिशा दी है। हमारे पूर्वज लोथल, मांडवी, और तामरालिप्ति जैसे पोर्ट्स से लकड़ी की नाव लेकर मस्कट, सूर, और सलालाह तक आते थे।

और साथियों,

मुझे खुशी है कि मांडवी टू मस्कट के इन ऐतिहासिक संबंधों को हमारी एंबेसी ने एक किताब में भी समेटा है। मैं चाहूंगा कि यहां रहने वाला हर साथी, हर नौजवान इसको पढ़े, और अपने ओमानी दोस्तों को भी ये गिफ्ट करे।

अब आपको लगेगा की स्कूल में भी मास्टरजी होमवर्क देते हैं, और इधर मोदीजी ने भी होमवर्क दे दिया।

साथियों,

ये किताब बताती है कि भारत और ओमान सिर्फ Geography से नहीं, बल्कि Generations से जुड़े हुए हैं। और आप सभी सैकड़ों वर्षों के इन संबंधों के सबसे बड़े Custodians हैं।

साथियों,

मुझे भारत को जानिए क्विज़ में ओमान के participation बारे में भी पता चला है। ओमान से Ten thousand से अधिक लोगों ने इस क्विज में participate किया। ओमान, ग्लोबली फोर्थ पोज़िशन पर रहा है।

लेकिन में तालियां नहीं बजाऊंगा। ओमान तो नंबर एक पे होना चाहिए। मैं चाहूँगा कि ओमान की भागीदारी और अधिक बढ़े, ज्यादा से ज्यादा संख्या में लोग जुड़ें। भारतीय बच्चे तो इसमें भाग ज़रूर लें। आप ओमान के अपने दोस्तों को भी इस क्विज़ का हिस्सा बनने के लिए मोटिवेट करें।

साथियों,

भारत और ओमान के बीच जो रिश्ता ट्रेड से शुरू हुआ था, आज उसको education सशक्त कर रही है। मुझे बताया गया है कि यहां के भारतीय स्कूलों में करीब फोर्टी सिक्स थाउज़ेंड स्टूड़ेंट्स पढ़ाई कर रहे हैं। इनमें ओमान में रहने वाले अन्य समुदायों के भी हज़ारों बच्चे शामिल हैं।

ओमान में भारतीय शिक्षा के पचास वर्ष पूरे हो रहे हैं। ये हम दोनों देशों के संबंधों का एक बहुत बड़ा पड़ाव है।

साथियों,

भारतीय स्कूलों की ये सफलता His Majesty the Late सुल्तान क़ाबूस के प्रयासों के बिना संभव नहीं थी। उन्होंने Indian School मस्कत सहित अनेक भारतीय स्कूलों के लिए ज़मीन दी हर ज़रूरी मदद की।

इस परंपरा को His Majesty सुल्तान हैथम ने आगे बढ़ाया।

वे जिस प्रकार यहां भारतीयों का सहयोग करते हैं, संरक्षण देते हैं, इसके लिए मैं उनका विशेष तौर पर आभार व्यक्त करता हूं।

साथियों,

आप सभी परीक्षा पे चर्चा कार्यक्रम से भी परिचित हैं। यहां ओमान से काफी सारे बच्चे भी इस प्रोग्राम से जुड़ते हैं। मुझे यकीन है, कि यह चर्चा आपके काम आती होगी, पैरेंट्स हों या स्टूडेंट्स, सभी को stress-free तरीके से exam देने में हमारी बातचीत बहुत मदद करती है।

साथियों,

ओमान में रहने वाले भारतीय अक्सर भारत आते-जाते रहते हैं। आप भारत की हर घटना से अपडेट रहते हैं। आप सभी देख रहे हैं कि आज हमारा भारत कैसे प्रगति की नई गति से आगे बढ़ रहा है। भारत की गति हमारे इरादों में दिख रही है, हमारी परफॉर्मेंस में नज़र आती है।

कुछ दिन पहले ही इकॉनॉमिक ग्रोथ के आंकड़े आए हैं, और आपको पता होगा, भारत की ग्रोथ 8 परसेंट से अधिक रही है। यानि भारत, लगातार दुनिया की Fastest growing major economy बना हुआ है। ये तब हुआ है, जब पूरी दुनिया चुनौतियों से घिरी हुई है। दुनिया की बड़ी-बड़ी economies, कुछ ही परसेंट ग्रोथ अचीव करने के लिए तरस गई हैं। लेकिन भारत लगातार हाई ग्रोथ के पथ पर चल रहा है। ये दिखाता है कि भारत का सामर्थ्य आज क्या है।

साथियों,

भारत आज हर सेक्टर में हर मोर्चे पर अभूतपूर्व गति के साथ काम कर रहा है। मैं आज आपको बीते 11 साल के आंकड़े देता हूं। आपको भी सुनकर गर्व होगा।

यहां क्योंकि बहुत बड़ी संख्या में, स्टूडेंट्स और पेरेंट्स आए हैं, तो शुरुआत मैं शिक्षा और कौशल के सेक्टर से ही बात करुंगा। बीते 11 साल में भारत में हज़ारों नए कॉलेज बनाए गए हैं।

I.I.T’s की संख्या सोलह से बढ़कर तेईस हो चुकी है। 11 वर्ष पहले भारत में 13 IIM थे, आज 21 हैं। इसी तरह AIIMs की बात करुं तो 2014 से पहले सिर्फ 7 एम्स ही बने थे। आज भारत में 22 एम्स हैं।

मेडिकल कॉलेज 400 से भी कम थे, आज भारत में करीब 800 मेडिकल कॉलेज हैं।

साथियों,

आज हम विकसित भारत के लिए अपने एजुकेशन और स्किल इकोसिस्टम को तैयार कर रहे हैं। न्यू एजुकेशन पॉलिसी इसमें बहुत बड़ी भूमिका निभा रही है। इस पॉलिसी के मॉडल के रूप में चौदह हज़ार से अधिक पीएम श्री स्कूल भी खोले जा रहे हैं।

साथियों,

जब स्कूल बढ़ते हैं, कॉलेज बढ़ते हैं, यूनिवर्सिटीज़ बढ़ती हैं तो सिर्फ़ इमारतें नहीं बनतीं देश का भविष्य मज़बूत होता है।

साथियों,

भारत के विकास की स्पीड और स्केल शिक्षा के साथ ही अन्य क्षेत्रों में भी दिखती है। बीते 11 वर्षों में हमारी Solar Energy Installed Capacity 30 गुना बढ़ी है, Solar module manufacturing 10 गुना बढ़ी है, यानि भारत आज ग्रीन ग्रोथ की तरफ तेजी से कदम आगे बढ़ा रहा है।

आज भारत दुनिया का सबसे बड़ा फिनटेक इकोसिस्टम है। दुनिया का दूसरा सबसे बड़ा Steel Producer है। दूसरा सबसे बड़ा Mobile Manufacturer है।

साथियों,

आज जो भी भारत आता है तो हमारे आधुनिक इंफ्रास्ट्रक्चर को देखकर हैरान रह जाता है। ये इसलिए संभव हो पा रहा है क्योंकि बीते 11 वर्षों में हमने इंफ्रास्ट्रक्चर पर पांच गुना अधिक निवेश किया है।

Airports की संख्या double हो गई है। आज हर रोज, पहले की तुलना में डबल स्पीड से हाइवे बन रहे हैं, तेज़ गति से रेल लाइन बिछ रही हैं, रेलवे का इलेक्ट्रिफिकेशन हो रहा है।

साथियों,

ये आंकड़े सिर्फ उपलब्धियों के ही नहीं हैं। ये विकसित भारत के संकल्प तक पहुंचने वाली सीढ़ियां हैं। 21वीं सदी का भारत बड़े फैसले लेता है। तेज़ी से निर्णय लेता है, बड़े लक्ष्यों के साथ आगे बढ़ता है, और एक तय टाइमलाइन पर रिजल्ट लाकर ही दम लेता है।

साथियों,

मैं आपको गर्व की एक और बात बताता हूं। आज भारत, दुनिया का सबसे बड़ा digital public infrastructure बना रहा है।

भारत का UPI यानि यूनिफाइड पेमेंट्स इंटरफेस, दुनिया का सबसे बड़ा रियल टाइम डिजिटल पेमेंट सिस्टम है। आपको ये बताने के लिए कि इस पेमेंट सिस्टम का स्केल क्या है, मैं एक छोटा सा Example देता हूं।

मुझे यहाँ आ कर के करीब 30 मिनट्स हुए हैं। इन 30 मिनट में भारत में यूपीआई से फोर्टीन मिलियन रियल टाइम डिजिटल पेमेंट्स हुए हैं। इन ट्रांजैक्शन्स की टोटल वैल्यू, ट्वेंटी बिलियन रुपीज़ से ज्यादा है। भारत में बड़े से बड़े शोरूम से लेकर एक छोटे से वेंडर तक सब इस पेमेंट सिस्टम से जुड़े हुए हैं।

साथियों,

यहां इतने सारे स्टूडेंट्स हैं। मैं आपको एक और दिलचस्प उदाहरण दूंगा। भारत ने डिजीलॉकर की आधुनिक व्यवस्था बनाई है। भारत में बोर्ड के एग्ज़ाम होते हैं, तो मार्कशीट सीधे बच्चों के डिजीलॉकर अकाउंट में आती है। जन्म से लेकर बुढ़ापे तक, जो भी डॉक्युमेंट सरकार जेनरेट करती है, वो डिजीलॉकर में रखा जा सकता है। ऐसे बहुत सारे डिजिटल सिस्टम आज भारत में ease of living सुनिश्चित कर रहे हैं।

साथियों,

भारत के चंद्रयान का कमाल भी आप सभी ने देखा है। भारत दुनिया का पहला ऐसा देश है, जो मून के साउथ पोल तक पहुंचा है, सिर्फ इतना ही नहीं, हमने एक बार में 104 सैटेलाइट्स को एक साथ लॉन्च करने का कीर्तिमान भी बनाया है।

अब भारत अपने गगनयान से पहला ह्युमेन स्पेस मिशन भी भेजने जा रहा है। और वो समय भी दूर नहीं जब अंतरिक्ष में भारत का अपना खुद का स्पेस स्टेशन भी होगा।

साथियों,

भारत का स्पेस प्रोग्राम सिर्फ अपने तक सीमित नहीं है, हम ओमान की स्पेस एस्पिरेशन्स को भी सपोर्ट कर रहे हैं। 6-7 साल पहले हमने space cooperation को लेकर एक समझौता किया था। मुझे बताते हुए खुशी है कि, ISRO ने India–Oman Space Portal विकसित किया है। अब हमारा प्रयास है कि ओमान के युवाओं को भी इस स्पेस पार्टनरशिप का लाभ मिले।

मैं यहां बैठे स्टूडेंट्स को एक और जानकारी दूंगा। इसरो, "YUVIKA” नाम से एक स्पेशल प्रोग्राम चलाता है। इसमें भारत के हज़ारों स्टूडेंट्स space science से जुड़े हैं। अब हमारा प्रयास है कि इस प्रोग्राम में ओमानी स्टूडेंट्स को भी मौका मिले।

मैं चाहूंगा कि ओमान के कुछ स्टूडेंट्स, बैंगलुरु में ISRO के सेंटर में आएं, वहां कुछ समय गुज़ारें। ये ओमान के युवाओं की स्पेस एस्पिरेशन्स को नई बुलंदी देने की बेहतरीन शुरुआत हो सकती है।

साथियों,

आज भारत, अपनी समस्याओं के सोल्यूशन्स तो खोज ही रहा है ये सॉल्यूशन्स दुनिया के करोड़ों लोगों का जीवन कैसे बेहतर बना सकते हैं इस पर भी काम कर रहा है।

software development से लेकर payroll management तक, data analysis से लेकर customer support तक अनेक global brands भारत के टैलेंट की ताकत से आगे बढ़ रहे हैं।

दशकों से भारत IT और IT-enabled services का global powerhouse रहा है। अब हम manufacturing को IT की ताक़त के साथ जोड़ रहे हैं। और इसके पीछे की सोच वसुधैव कुटुंबकम से ही प्रेरित है। यानि Make in India, Make for the World.

साथियों,

वैक्सीन्स हों या जेनरिक medicines, दुनिया हमें फार्मेसी of the World कहती है। यानि भारत के affordable और क्वालिटी हेल्थकेयर सोल्यूशन्स दुनिया के करोड़ों लोगों का जीवन बचा रहे हैं।

कोविड के दौरान भारत ने करीब 30 करोड़ vaccines दुनिया को भेजी थीं। मुझे संतोष है कि करीब, one hundred thousand मेड इन इंडिया कोविड वैक्सीन्स ओमान के लोगों के काम आ सकीं।

और साथियों,

याद कीजिए, ये काम भारत ने तब किया, जब हर कोई अपने बारे में सोच रहा था। तब हम दुनिया की चिंता करते थे। भारत ने अपने 140 करोड़ नागरिकों को भी रिकॉर्ड टाइम में वैक्सीन्स लगाईं, और दुनिया की ज़रूरतें भी पूरी कीं।

ये भारत का मॉडल है, ऐसा मॉडल, जो twenty first century की दुनिया को नई उम्मीद देता है। इसलिए आज जब भारत मेड इन इंडिया Chips बना रहा है, AI, क्वांटम कंप्यूटिंग और ग्रीन हाइड्रोजन को लेकर मिशन मोड पर काम कर रहा है, तब दुनिया के अन्य देशों में भी उम्मीद जगती है, कि भारत की सफलता से उन्हें भी सहयोग मिलेगा।

साथियों,

आप यहां ओमान में पढ़ाई कर रहे हैं, यहां काम कर रहे हैं। आने वाले समय में आप ओमान के विकास में, भारत के विकास में बहुत बड़ी भूमिका निभाएंगे। आप दुनिया को लीडरशिप देने वाली पीढ़ी हैं।

ओमान में रहने वाले भारतीयों को असुविधा न हो, इसके लिए यहां की सरकार हर संभव सहयोग दे रही है।

भारत सरकार भी आपकी सुविधा का पूरा ध्यान रख रही है। पूरे ओमान में 11 काउंसलर सर्विस सेंटर्स खोले हैं।

साथियों,

बीते दशक में जितने भी वैश्विक संकट आए हैं, उनमें हमारी सरकार ने तेज़ी से भारतीयों की मदद की है। दुनिया में जहां भी भारतीय रहते हैं, हमारी सरकार कदम-कदम पर उनके साथ है। इसके लिए Indian Community Welfare Fund, मदद पोर्टल, और प्रवासी भारतीय बीमा योजना जैसे प्रयास किए गए हैं।

साथियों,

भारत के लिए ये पूरा क्षेत्र बहुत ही स्पेशल है, और ओमान हमारे लिए और भी विशेष है। मुझे खुशी है कि भारत-ओमान का रिश्ता अब skill development, digital learning, student exchange और entrepreneurship तक पहुंच रहा है।

मुझे विश्वास है आपके बीच से ऐसे young innovators निकलेंगे जो आने वाले वर्षों में India–Oman relationship को नई ऊंचाई पर ले जाएंगे। अभी यहां भारतीय स्कूलों ने अपने 50 साल celebrate किए हैं। अब हमें अगले 50 साल के लक्ष्यों के साथ आगे बढ़ना है। इसलिए मैं हर youth से कहना चाहूंगा :

Dream big.
Learn deeply.
Innovate boldly.

क्योंकि आपका future सिर्फ आपका नहीं है, बल्कि पूरी मानवता का भविष्य है।

आप सभी को एक बार फिर उज्जवल भविष्य की बहुत-बहुत शुभकामनाएं।

बहुत-बहुत धन्यवाद!
Thank you!