Inaugurates multiple development projects worth over Rs 860 crores
“Rajkot is recognized as the growth engine of Saurashtra”
“I always try to repay the debt that I owe to Rajkot”
“We came with a guarantee of ‘Sushasan’ and we are fulfilling it”
“Both neo-middle class and middle class are the government’s priority”
“Expansion of air services has given new heights to India’s aviation sector”
“Ease of living and quality of life is among the top priorities for the government”
“Today, the RERA law is preventing lakhs of people from being robbed of their money”
“Today, inflation is increasing at the rate of 25-30 percent in our neighboring countries. But this is not the case in India”

কি খবৰ? সকলো সুখেৰে আছে নে?

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীমান ভুপেন্দ্ৰ ভাই পেটেল, মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী, প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানী জী, চি আৰ পাটিল জী৷

বন্ধুসকল,

এতিয়া বিজয়েও মোৰ কাণে কাণে কৈছিল যে মইও নিৰীক্ষণ কৰি আছো যে ৰাজকোটত কাৰ্যসূচী অনুষ্ঠিত হৈছে, ছুটীৰ দিনো নহয়, দুপৰীয়াৰ সময়, ৰাজকোটত কোনোবাই এই সময়ত সভা অনুষ্ঠিত কৰাৰ কথা নাভাৱে, তাতে ইমান বিশাল জনসভাত ইমান সংখ্যক লোক উপস্থিত আছে, আজি ৰাজকোটে ৰাজকোটৰ সকলো অভিলেখ ভংগ কৰিলে৷ নহ’লে আমি বছৰ বছৰ ধৰি দেখি আহিছো যে সন্ধিয়া ৮ বজাৰ পাছতহে সকলো ঠিক থাকে আৰু ৰাজকোটক দুপৰীয়া শুবৰ বাবে সময়ৰ প্ৰয়োজন৷

আজি ৰাজকোটৰ লগতে সমগ্ৰ সৌৰাষ্ট্ৰ আৰু গুজৰাটৰ বাবে এটা ডাঙৰ দিন। আৰম্ভণিতে প্ৰাকৃতিক দুৰ্যোগৰ বাবে বহু ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। কিছুদিন পূৰ্বে ঘূৰ্ণীবতাহ আহিছিল আৰু তাৰ পিছত বানেও বহু ধ্বংসলীলাৰ সৃষ্টি কৰিছিল। এই সংকটৰ সময়ত আকৌ এবাৰ জনসাধাৰণ আৰু চৰকাৰে একেলগে ইয়াৰ বিৰুদ্ধে যুঁজিছে। ভূপেন্দ্ৰ ভাইৰ চৰকাৰে সকলো ক্ষতিগ্ৰস্ত পৰিয়ালৰ জীৱন যাতে অতি সোনকালে স্বাভাৱিক হয় তাৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে। কেন্দ্রীয় চৰকাৰেও ৰাজ্য চৰকাৰৰ যি সহযোগিতা প্রয়োজন কৰে, সেই সহযোগিতা আগবঢ়াইছে৷

ভাই-ভনীসকল,

বছৰ বছৰ ধৰি আমি ৰাজকোটক সকলো দিশতে আগবাঢ়ি যোৱা দেখি আহিছো। এতিয়া ৰাজকোটকো সৌৰাষ্ট্ৰৰ বিকাশৰ ইঞ্জিন হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াত যথেষ্ট সম্পদ আছে। উদ্যোগ আছে, ব্যৱসায় আছে, সংস্কৃতি আছে, খাদ্য-পানীয় আছে। কিন্তু কিবা নাছিল আৰু আপোনালোক সকলোৱে মোক বাৰে বাৰে কৈ থাকিল। আৰু সেই অভাৱো আজি পূৰণ হৈছে।

 

মাত্ৰ অলপ আগতে নতুনকৈ নিৰ্মাণ কৰা বিমানবন্দৰত থাকোঁতে আপোনালোকৰ সপোনৰ সুখটোও বাস্তৱত পৰিণত হোৱা অনুভৱ কৰিছিলোঁ। আৰু মই সদায় কওঁ, ৰাজকোটে মোক বহুত শিকাইছিল। প্ৰথম বাৰৰ বাবে মোক বিধায়ক পাতিছিল৷ মোৰ ৰাজনৈতিক যাত্ৰাৰ সেউজ সংকেত দেখুওৱাৰ কাম ৰাজকোটে কৰিলে। আৰু সেইবাবেই ৰাজকোটৰ ওপৰত মই চিৰদিনৰ বাবে ঋণী হৈ থাকিম। আৰু সেই ঋণ পৰিশোধৰো চেষ্টা কৰিছো।

আজি ৰাজকোটে এটা নতুন আৰু ডাঙৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লাভ কৰিছে। এতিয়া ৰাজকোটৰ পৰা দেশৰ বহু চহৰৰ লগতে বিশ্বলৈ পোনপটীয়া বিমান সেৱা সম্ভৱ হ’ব। কেৱল এই বিমানবন্দৰৰ পৰা যাতায়ত সহজ হোৱাই নহয়, এই সমগ্ৰ অঞ্চলৰ উদ্যোগসমূহো যথেষ্ট লাভৱান হ’ব৷ আৰু মই যেতিয়া মুখ্যমন্ত্ৰী আছিলো তেতিয়া প্ৰথম অৱস্থাত মোৰ বিশেষ অভিজ্ঞতা নাছিল আৰু এবাৰ মোৰ মিনি জাপান হৈ পৰিছে বুলি কোৱাৰ পিছত বহুতে মোক ঠাট্টা কৰিছিল। কিন্তু আজি আপোনালোকে সেই কথা সঁচা বুলি প্ৰমাণ কৰিলে।

বন্ধুসকল,

এতিয়া ইয়াৰ কৃষকসকলে দেশ-বিদেশৰ মাণ্ডীলৈ ফল-মূল পঠোৱাটো সহজ হৈ পৰিব। অৰ্থাৎ ৰাজকোটে কেৱল এটা বিমানবন্দৰেই নহয়, এই সমগ্ৰ অঞ্চলটোৰ উন্নয়নত নতুন শক্তি প্ৰদান কৰা, নতুন উৰণ প্ৰদান কৰা শক্তিশালী কেন্দ্ৰ এটাও পাইছে।

আজি ইয়াত ছেউনী যোজনাৰ অধীনত বহু প্ৰকল্পও উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাৰ লগে লগে সৌৰাষ্ট্ৰৰ কেইবা ডজন গাঁৱৰ কৃষকসকলে জলসিঞ্চন আৰু খোৱাপানী লাভ কৰিব। ইয়াৰ উপৰিও আজি ইয়াত ৰাজকোটৰ উন্নয়নৰ লগত জড়িত বহু প্ৰকল্প উদ্বোধন কৰাৰ সুযোগ পাইছো। এই সকলোবোৰ প্ৰকল্পৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো।

বন্ধুসকল,

বিগত ৯ বছৰত কেন্দ্ৰীয় চৰকাৰে সমাজৰ প্ৰতিটো শ্ৰেণী আৰু প্ৰতিটো অঞ্চলৰ জীৱন সহজ কৰি তুলিবলৈ কাম কৰি আহিছে। আমি সুশাসনৰ নিশ্চয়তা লৈ আহিছো। আজি আমি সেই নিশ্চয়তা পূৰণ কৰিছো। দুখীয়াই হওক, দলিতই হওক, পিছপৰা লোকেই হওক, জনজাতীয় হওক আমি সকলোৰে জীৱন উন্নত কৰাৰ বাবে অহৰহ কাম কৰি আহিছো।

 

আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ বাবে আজি দেশত দৰিদ্ৰতা দ্ৰুতগতিত হ্ৰাস পাইছে। শেহতীয়াকৈ অহা প্ৰতিবেদনত কোৱা হৈছে যে আমাৰ চৰকাৰৰ পাঁচ বছৰত চাৰে তেৰ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। অৰ্থাৎ আজি ভাৰতত দৰিদ্ৰতাৰ পৰা ওলাই আহি এটা নব্য মধ্যবিত্ত শ্ৰেণী, নতুন মধ্যবিত্ত শ্ৰেণীৰ সৃষ্টি হৈছে। সেইবাবেই আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰত মধ্যবিত্ত শ্ৰেণী, নব্য মধ্যবিত্ত শ্ৰেণী, এক প্ৰকাৰে সমগ্ৰ মধ্যবিত্ত শ্ৰেণীক অন্তৰ্ভুক্ত কৰা হৈছে।

বন্ধুসকল,

মনত আছে নে, ২০১৪ চনৰ আগতে মধ্যবিত্ত শ্ৰেণীৰ স্বাভাৱিক অভিযোগ কি আছিল? মানুহে কৈছিল, যোগাযোগ ব্যৱস্থা ইমান বেয়া, আমাৰ বহু সময় অহা-যোৱা কৰোতেই নষ্ট হয়। আগতে দেশৰ বাহিৰৰ ক’ৰবাৰ পৰা মানুহ আহিছিল, বাহিৰৰ পৰা চিনেমা চাইছিল, যেতিয়া টিভিত পৃথিৱীখন চাইছিল, তেতিয়া তেওঁলোকৰ মনত প্ৰশ্ন উত্থাপন হৈছিল, আগতে ভাবিছিল আমাৰ দেশত কেতিয়া এনেকুৱা হ’ব, কেতিয়া এনেকুৱা পথ নিৰ্মাণ হ'ব, কেতিয়া এনে বিমানবন্দৰ নিৰ্মাণ হ'ব। স্কুল-অফিচলৈ অহা-যোৱা কৰাত অসুবিধা, ব্যৱসায় কৰাত অসুবিধা। দেশৰ যোগাযোগ ব্যৱস্থা তথৈবচ অৱস্থা আছিল। আমি বিগত ৯ বছৰত এই সমস্যা দূৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছো। ২০১৪ চনত মাত্ৰ ৪খন চহৰতে মেট্ৰ’ নেটৱৰ্ক আছিল। আজি মেট্ৰ’ নেটৱৰ্কে দেশৰ ২০খনতকৈও অধিক চহৰত উপনীত হৈছে। আজি দেশৰ ২৫টা ভিন্ন পথত বন্দে ভাৰতৰ দৰে আধুনিক ৰে’ল চলি আছে। ২০১৪ চনত আগতে দেশত প্ৰায় ৭০ টা বিমানবন্দৰ আছিল। এতিয়া ইয়াৰ সংখ্যাও বৃদ্ধি পাই দুগুণতকৈও অধিক হৈছেগৈ।

বিমান সেৱাৰ সম্প্ৰসাৰণে ভাৰতৰ বিমান পৰিবহণ খণ্ডক বিশ্বত এক নতুন মাত্ৰা প্ৰদান কৰিছে। আজি ভাৰতীয় কোম্পানীসমূহে লাখ লাখ কোটি মূল্যৰ নতুন বিমান ক্ৰয় কৰিছে। ক’ৰবাত নতুন চাইকেল, নতুন গাড়ী, নতুন স্কুটী আহে, আলোচনা হয়। আজি ভাৰতত এহেজাৰ নতুন বিমানৰ অৰ্ডাৰ বুক আছে। আৰু আগন্তুক দিনত দুহেজাৰ বিমান অৰ্ডাৰ দিয়াৰ সম্ভাৱনা আছে। আৰু মনত আছেনে, গুজৰাটৰ নিৰ্বাচনৰ সময়ত মই আপোনালোকক কৈছিলোঁ– সেই দিনটো বেছি দূৰত নহয় যেতিয়া গুজৰাটেও উৰাজাহাজ নিৰ্মাণ কৰিব। আজি গুজৰাট এই দিশত দ্ৰুতগতিত আগবাঢ়িছে।

ভাই-ভনীসকল,

জীৱন-যাপনৰ সহজতা, জীৱনৰ মানদণ্ড উন্নত কৰাটো আমাৰ চৰকাৰৰ অন্যতম শীৰ্ষ অগ্ৰাধিকাৰ। দেশৰ জনসাধাৰণে আগতে যি অসুবিধাৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল আমি পাহৰিব নোৱাৰো। যদি আপুনি বিদ্যুৎ আৰু পানীৰ বিল দিব বিচাৰে তেন্তে শাৰী পাতিব লাগিছিল। যদি আপুনি চিকিৎসালয়ত চিকিৎসা কৰিব বিচাৰে তেন্তে দীঘলীয়া শাৰী পাতিব লাগিছিল৷ বীমা আৰু পেঞ্চন ল’ব বিচাৰিলেও বহুত সমস্যা। কৰ ৰিটাৰ্ণ দাখিল কৰিবলগীয়া হ’লেও সমস্যাৰ মাজেৰে যাব লগা হৈছিল। এই সকলোবোৰ সমস্যাৰ সমাধান আমি ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে দিলোঁ। আগতে বেংকলৈ গৈ কামবোৰ সম্পূৰ্ণ কৰিবলৈ ইমান সময় আৰু শক্তিৰ প্ৰয়োজন হৈছিল। আজি আপোনাৰ বেংক আপোনাৰ মোবাইল ফোনত আছে। বহুতে শেষবাৰৰ বাবে বেংকলৈ যোৱাৰ কথাও মনত পেলাব নোৱাৰিব। যোৱাৰ প্ৰয়োজন নাই।

 

বন্ধুসকল,

আপোনালোকৰ সেই দিনবোৰো মনত আছে যেতিয়া আনকি কৰ ৰিটাৰ্ণ দাখিল কৰাটোও এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। ইয়াৰ বাবে কাৰোবাক বিচাৰি উলিয়াওক, তালৈ দৌৰক। আগতে সেইখিনিয়েই আছিল। আজি আপুনি সহজেই কম সময়ৰ ভিতৰতে অনলাইনত ৰিটাৰ্ণ ফাইল কৰিব পাৰিব। যদি ৰিফাণ্ড হয়, তেন্তে ইয়াৰ টকাও কেইদিনমানৰ ভিতৰতে আপোনাৰ একাউণ্টলৈ আহে, নহ’লে আগতে কেইবামাহো সময় লাগিছিল।

বন্ধুসকল,

পূৰ্বৰ চৰকাৰসমূহত মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ নিজা ঘৰ থকাটো চিন্তা নাছিল। আমি দুখীয়াৰ ঘৰ-বাৰীৰো যত্ন লৈছিলো আৰু লগতে মধ্যবিত্তীয় ঘৰৰ সপোন পূৰণৰ ব্যৱস্থাও কৰিছিলো। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আমি মধ্যবিত্ত পৰিয়ালক ঘৰ সাজিবলৈ বিশেষ ৰাজসাহায্য দিছিলো। ইয়াৰ অধীনত ১৮ লাখ টকা পৰ্যন্ত বাৰ্ষিক আয়ৰ পৰিয়ালক সাহায্য প্ৰদান কৰা হয়। এই পৰ্যন্ত দেশৰ ৬ লাখৰো অধিক মধ্যবিত্ত পৰিয়ালে ইয়াৰ সুবিধা লৈছে। ইয়াত গুজৰাটৰ ৬০ হাজাৰৰো অধিক পৰিয়ালে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ সুবিধা লৈছে।

বন্ধুসকল,

পুৰণি চৰকাৰখন যেতিয়া কেন্দ্ৰত আছিল, তেতিয়া প্ৰায়ে শুনা গৈছিল যে এই প্ৰৱঞ্চনা ঘৰৰ নামত সংঘটিত হৈছে, সেয়া আছিল জালিয়াতি। বহু বছৰ ধৰি ঘৰটোৰ দখল দিয়া নহ’ল। আইন-শৃংখলা নাছিল। সুধিবলৈ কোনো নাছিল। আমাৰ চৰকাৰেই জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰি ৰেৰা আইন প্ৰণয়ন কৰিছিল। ৰেৰা আইনৰ বাবেই আজি লাখ লাখ লোকক ধন লুট কৰাৰ পৰা ৰক্ষা কৰা হৈছে।

 

ভাই-ভনীসকল,

আজি যেতিয়া দেশত ইমান কাম চলি আছে, দেশখন আগবাঢ়িছে, তেতিয়া কিছুমান মানুহৰ সমস্যা হোৱাটো অতি স্বাভাৱিক। আগতে সদায় দেশৰ জনসাধাৰণে হাহাকাৰ কৰিছিল, যিসকল লোকৰ দেশবাসীৰ প্ৰয়োজন আৰু আকাংক্ষাৰ লগত কোনো সম্পৰ্ক নাছিল, আজি দেশবাসীৰ সপোন পূৰণ হোৱা দেখি অলপ বিৰক্ত হৈ পৰিছে৷

আৰু সেইবাবেই আপুনি দেখিছে, আজিকালি এই দুৰ্নীতিপৰায়ণ আৰু পৰিয়ালবাদীসকলে নিজৰ ‘জামাত’ৰ নামটোও সলনি কৰিছে। মুখবোৰ একে, পাপ একে, বাট একে, কিন্তু সলনি হৈছে ‘জামাত’ৰ নাম। তেওঁলোকৰ পদ্ধতিও একে, পুৰণি। তেওঁৰ উদ্দেশ্যও একেই। মধ্যবিত্ত শ্ৰেণীয়ে সস্তীয়া কিবা এটা পালে কয় যে খেতিয়কে সঠিক দাম পোৱা নাই। কৃষকে অধিক মূল্য পালে মুদ্ৰাস্ফীতি বাঢ়িছে বুলি কোৱা হয়। এই দ্বৈততা তেওঁলোকৰ ৰাজনীতি।

আৰু চাওক, মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড কি? তেওঁলোক কেন্দ্রত ক্ষমতাত থকা সময়ত মুদ্ৰাস্ফীতিৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি কৰিছিল। যদি আমাৰ চৰকাৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ নকৰিলেহেঁতেন তেন্তে আজি ভাৰতত সামগ্ৰীৰ দাম আকাশলংঘী হ’লহেঁতেন। দেশত যদি আগৰ চৰকাৰ হ’লহেঁতেন আজি গাখীৰ লিটাৰত ৩০০ টকা, দালি ৫০০ টকাকৈ বিক্ৰী হ’লহেঁতেন। ল’ৰা-ছোৱালীৰ স্কুলৰ মাচুলৰ পৰা আৰম্ভ কৰি অহা-যোৱাৰ ভাড়ালৈকে সকলো বহুগুণে বৃদ্ধি হ’লহেঁতেন৷

কিন্তু বন্ধুসকল, ক’ৰোনা মহামাৰী আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতো মুদ্ৰাস্ফীতি আমাৰ চৰকাৰে নিয়ন্ত্ৰণত ৰাখিছে। আজি আমাৰ চুবুৰীয়া দেশসমূহত ২৫-৩০ শতাংশ হাৰত মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে। কিন্তু ভাৰতত তেনে নহয়। আমি সম্পূৰ্ণ সংবেদনশীলতাৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আহিছো আৰু ভৱিষ্যতেও কৰি যাম।

ভাই-ভনীসকল,

দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ খৰচ সঞ্চয় কৰাৰ সমান্তৰালকৈ আমাৰ চৰকাৰে যাতে মধ্যবিত্ত শ্ৰেণীৰ পকেটত সৰ্বাধিক সঞ্চয় হয় তাৰ বাবেও চেষ্টা কৰিছে। আপোনালোকে মনত ৰাখিব, ৯ বছৰ আগলৈকে বাৰ্ষিক ২ লাখ টকাৰ আয়ৰ ওপৰত কৰ আৰোপ কৰা হৈছিল। আজি ৭ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিলেও কৰ কিমান? শূন্য, শূন্য। সাত লাখৰ আয়ৰ ওপৰত কোনো কৰ নাই। ইয়াৰ ফলত চহৰত বসবাস কৰা মধ্যবিত্ত পৰিয়াল সমূহৰ বাবে প্ৰতি বছৰে হাজাৰ হাজাৰ টকা ৰাহি হৈছে। আমিও সৰু সৰু সঞ্চয়ৰ ওপৰত অধিক সুত দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছো। এইবাৰ ইপিএফঅ’ৰ ওপৰত ৮.২৫ শতাংশ সুত নিৰ্ধাৰণ কৰা হৈছে।

বন্ধুসকল,

আপোনালোকৰ মোবাইল ফোনটোও আমাৰ চৰকাৰৰ নীতি আৰু সিদ্ধান্তৰ দ্বাৰা আপোনাৰ ধন কেনেকৈ সঞ্চয় হৈছে তাৰ উদাহৰণ। হয়তো আপোনাৰ মনোযোগ তালৈ নল’লহেঁতেন। আজি ধনীয়েই হওক বা দুখীয়াই হওক, বেছিভাগ মানুহৰে নিশ্চিতভাৱে এটা ফোন আছে। আজি প্ৰতিজন ভাৰতীয়ই গড়ে প্ৰতিমাহে প্ৰায় ২০ জিবি ডাটা ব্যৱহাৰ কৰে। জানেনে, ২০১৪ চনত ১ জিবি ডাটাৰ খৰচ কিমান আছিল? ২০১৪ চনত ১ জিবি ডাটাৰ বাবে ৩০০ টকা দিব লগা হৈছিল। আজি যদি একেখন পুৰণি চৰকাৰেই থাকিলহেঁতেন তেতিয়াহ’লে ম’বাইলৰ বিলৰ বাবেই প্ৰতিমাহে কমেও ৬ হাজাৰ টকা দিব লগা হ’লহেঁতেন৷ আনহাতে আজি ২০ জিবি ডাটাৰ বাবে মাত্ৰ তিনিৰ পৰা চাৰিশ টকাৰ বিল আহে। অৰ্থাৎ আজি মানুহে মোবাইলৰ বিলত প্ৰতিমাহে প্ৰায় ৫ হাজাৰ টকা সঞ্চয় কৰি আছে।

বন্ধুসকল,

যিবোৰ পৰিয়ালত জ্যেষ্ঠ নাগৰিক, বৃদ্ধ পিতৃ-মাতৃ, ককা-আইতা আৰু কিবা ৰোগ হ’লে নিয়মিতভাৱে ঔষধ খাব লাগে, আমাৰ চৰকাৰেও আঁচনিৰ জৰিয়তে তেওঁলোকক বহুত সঞ্চয়ৰ ব্যৱস্থা কৰি আছে। আগতে এইসকল লোকে বজাৰত অধিক দামত ঔষধ ক্ৰয় কৰিবলগীয়া হৈছিল। এই চিন্তাৰ পৰা তেওঁলোকক মুক্ত কৰিবলৈ আমি জন ঔষধি কেন্দ্ৰত সস্তীয়া ঔষধ দিবলৈ আৰম্ভ কৰিলোঁ। এই ষ্ট’ৰবোৰৰ বাবেই দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয়ে প্ৰায় ২০,০০০ কোটি টকা সঞ্চয় কৰিছে। দুখীয়াৰ বাবে স্পৰ্শকাতৰ চৰকাৰ, মধ্যবিত্ত শ্ৰেণীৰ বাবে সংবেদনশীল চৰকাৰে ইটোৰ পিছত সিটোকৈ পদক্ষেপ গ্ৰহণ কৰে যাতে সাধাৰণ নাগৰিকৰ পকেটত কোনো বোজা নাথাকে।

ভাই-ভনীসকল,

ইয়াত আমাৰ চৰকাৰে গুজৰাটৰ উন্নয়নৰ বাবে আৰু লগতে সৌৰাষ্ট্ৰৰ উন্নয়নৰ বাবেও সম্পূৰ্ণ সংবেদনশীলতাৰে কাম কৰি আছে। গুজৰাটতকৈ ভালকৈ কোনে জানে, সৌৰাষ্ট্ৰতকৈ ভালকৈ কোনে জানে পানীৰ অভাৱৰ অৰ্থ কি? সৌৰাষ্ট্ৰত আমি দেখিবলৈ পাওঁ যে সেউনী যোজনাৰ আগৰ পৰিস্থিতি কেনে আছিল আৰু সেউনী যোজনাৰ পিছত কি পৰিৱৰ্তন হৈছে। সৌৰাষ্ট্ৰত আজি কেইবা ডজন মথাউৰি, হাজাৰ হাজাৰ চেক বান্ধ পানীৰ উৎস হৈ পৰিছে। হৰ ঘৰ জল যোজনাৰ অধীনত গুজৰাটৰ কোটি কোটি পৰিয়ালে এতিয়া লাভ কৰিছে নলৰ পানী।

বন্ধুসকল,

এইটোৱেই হৈছে সুশাসনৰ আৰ্হি, যিটো আমি বিগত ৯ বছৰত ইটোৰ পিছত সিটো খোজ দি, সাধাৰণ মানুহৰ সেৱা কৰি আৰু তেওঁৰ প্ৰয়োজন পূৰণ কৰি দেশত প্ৰমাণ কৰিছো। এনে সুশাসন, য’ত সমাজৰ প্ৰতিটো শ্ৰেণী, প্ৰতিটো পৰিয়ালৰ প্ৰয়োজন আৰু আকাংক্ষাৰ কথা মনত ৰখা হয়। এয়াই আমাৰ উন্নত ভাৰত গঢ়াৰ উপায়। এই পথত খোজ দি আমি অমৃতকালৰ সংকল্পবোৰ প্ৰমাণ কৰিব লাগিব।

ৰাজকোটৰ পৰা ইমান বৃহৎ সংখ্যক লোক আহিছে। মোৰ সৌৰাষ্ট্ৰবাসী, মোৰ গুজৰাটৰ ৰাজকোটৰ মানুহে আপোনালোকৰ ইয়ালৈ অহাৰ আভাস পালে, আপোনালোক সকলোৱে এটা নতুন বিমানবন্দৰ পাইছে, সেইটোও এটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু আন বহুতো প্ৰকল্প। এই সকলোবোৰৰ বাবে আপোনালোকক বহুত বহুত অভিনন্দন জনাইছো। বহু শুভেচ্ছা জ্ঞাপন কৰিলো। আৰু ভূপেন্দ্ৰ ভাইৰ চৰকাৰে আপোনালোকৰ আশা আৰু আকাংক্ষা পূৰণৰ বাবে কোনো ত্ৰুটি নাৰাখে, এই বিষয়ে মোৰ সম্পূৰ্ণ বিশ্বাস আছে।

এই আদৰণীয় সন্মানৰ বাবে, এই প্ৰিয়জনৰ বাবে আপোনালোকৰ প্ৰতি আকৌ এবাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

আপোনালোক সকলোকে অশেষ ধন্যবাদ !

বিঃদ্ৰঃ প্ৰধানমন্ত্ৰীৰ কিছু অংশ গুজৰাটী ভাষাত ভাষণ দিছিল, যিটো ইয়াত অনুবাদ কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Zojila Tunnel achieves final breakthrough at 11,578 feet, bringing Kashmir-Ladakh link closer

Media Coverage

Zojila Tunnel achieves final breakthrough at 11,578 feet, bringing Kashmir-Ladakh link closer
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
World leaders congratulate PM Modi on becoming India’s longest serving democratically elected PM in consecutive terms
June 10, 2026

The Prime Minister, Shri Narendra Modi has received congratulatory messages from several Heads of State and Government from across the world on becoming India’s longest continuously serving democratically elected Prime Minister.

Prime Minister of Bhutan H.E, Tshering Tobgay congratulated Prime Minister, Shri Narendra Modi, describing him as a friend, brother and mentor.

“To Prime Minister @narendramodi, My Friend, My Brother, My Mentor.”

President of Sri Lanka, H.E Anura Kumara Dissanayake extended warm congratulations to Prime Minister, Shri Narendra Modi and noted Sri Lanka’s commitment to further strengthening the enduring ties between the two countries. The High Commission of Sri Lanka in India also conveyed President Dissanayake’s message reaffirming the close and enduring partnership between India and Sri Lanka.

“I extend my warm congratulations to Prime Minister @narendramodi on becoming the longest-serving elected Prime Minister in the history of India. Sri Lanka values our close partnership and looks forward to further strengthening the enduring ties between our two nations.”

 “President @anuradisanayake has conveyed warm congratulations to Prime Minister @narendramodi on becoming the longest-serving elected Prime Minister in India's history. The message reaffirms 🇱🇰's commitment to further strengthening the close and enduring partnership between 🇱🇰🤝🇮🇳” 

Prime Minister Malaysia, H.E Anwar Ibrahim of congratulated Prime Minister, Shri Narendra Modi on the historic milestone and described it as a testament to his years of dedicated public service and leadership. He reaffirmed Malaysia’s commitment to strengthening bilateral ties and expanding opportunities for the people of both countries.

“Heartiest congratulations to PM Modi on this historic milestone of becoming India’s longest-serving elected Prime Minister. This achievement stands as a testament to his years of dedicated public service and leadership in advancing India’s development, prosperity and standing on ysia values its close and longstanding friendship with India, and I look forward to continuing our cooperation in strengthening bilateral ties and expanding opportunities for our peoples. I wish PM Modi continued success and the people of India continued peace, progress and prosperity.

#MalaysiaMADANI

#MADANIbekerja

#YakinMADANI”

President of Nigeria, H.E Bola Ahmed Tinubu of congratulated Prime Minister, Shri Narendra Modi on the achievement, noting the trust and confidence reposed in his leadership by the people of India across three consecutive mandates. President Tinubu highlighted Prime Minister Modi’s contribution to strengthening India-Nigeria relations and wished him continued health, wisdom and success.

“I warmly congratulate Prime Minister Narendra Modi @narendramodi on the historic milestone of becoming India’s longest-serving elected Prime Minister.

This remarkable achievement reflects the enduring confidence and trust the people of India have reposed in his leadership over tes. His dedication to public service, commitment to national development, and influential leadership on the global stage continue to inspire millions worldwide.

Beyond being a great friend of Nigeria, Prime Minister Modi is a personal friend and trusted ally whom I can always count on. Over the years, I have come to deeply admire his wisdom, courage, and commitment to the progress and prosperity of his nation.

As a distinguished recipient of Nigeria’s national honour, the Grand Commander of the Order of the Niger (GCON), he has also contributed immensely to strengthening the bonds of friendship and cooperation between our two countries.

On behalf of the Government and people of Nigeria, I wish Prime Minister Modi continued good health, wisdom, and success as he leads India to even greater heights.

— Bola Ahmed Tinubu, GCFR

President, Federal Republic of Nigeria

Presidential Villa, Abuja

June 9, 2026”

President of the Maldives, H.E Dr Mohamed Muizzu conveyed warm congratulations to Prime Minister, Shri Narendra Modi on becoming India’s longest-serving elected Prime Minister by consecutive days in office and expressed his country’s desire to further strengthen cooperation with India based on mutual respect, sovereign equality and shared interests.

“Warm congratulations to His Excellency Prime Minister @narendramodi on becoming India’s longest-serving elected Prime Minister by consecutive days in office.

The Maldives looks forward to further strengthening cooperation with India, guided by mutual respect, sovereign equality, and shared interests.”

President of Kenya, H.E William Samoei Ruto congratulated Prime Minister, Shri Narendra Modi on the historic milestone, describing it as a reflection of the trust and confidence placed in his leadership by the people of India. He also expressed Kenya’s commitment to deepening cooperation with India for the mutual benefit of both nations.

“Congratulations to Prime Minister Narendra Modi on attaining a historic milestone in public service, as today you become the longest-serving elected Prime Minister in India’s history.

This reflects the trust and confidence reposed in your leadership by the people of India across tes in the world’s largest democracy.

Your journey from humble beginnings to this position is a testament to dedication, perseverance and public service.

Kenya values its strong and enduring partnership with India and looks forward to deepening cooperation for the mutual benefit of our peoples.

Best wishes for continued success and service to the people of India.”

President of the Republic of Korea, H.E Lee Jae-myung congratulated Prime Minister, Shri Narendra Modi on becoming the longest-serving Prime Minister in the history of India. He acknowledged Prime Minister Modi’s role in India’s development and progress and expressed confidence in further advancing the Korea-India Special Strategic Partnership.

“이재명 @Jaemyung_Lee (President of South Korea)

“माननीय प्रधानमंत्री @narendramodi

मैं आपको दुनिया के सबसे बड़े लोकतंत्र भारत के सबसे लंबे समय तक सेवा करने वाले प्रधानमंत्री बनने पर हार्दिक बधाई देता हूँ।

आपने कई वर्षों तक भारत के विकास और प्रगति का नेतृत्व किया है तथा अंतरराष्ट्रीय समुदाय में भारत की प्रतिष्ठा को ऊँचा उठाने में महत्वपूर्ण भूमिका निभाई है। मुझे विश्वास है कि यह उपलब्धि भारत के लोगों द्वारा आपके नेतृत्व पर जताए गए भरोसे को दर्शाती है।

अप्रैल में हमने कोरिया-भारत विशेष रणनीतिक साझेदारी को और आगे बढ़ाने तथा विकास और नवाचार से भरे भविष्य के निर्माण के लिए मिलकर काम करने पर सहमति जताई थी। मैं आपके साथ विश्वास और मित्रता को आगे बढ़ाने तथा हमारे दोनों देशों के लोगों के लिए लाभकारी ठोस परिणाम प्राप्त करने की आशा करता हूँ।

मैं आपके उत्तम स्वास्थ्य और भारत के लोगों के सुख, समृद्धि और खुशहाली की कामना करता हूँ।“

Prime Minister of Italy, H.E Giorgia Meloni congratulated Prime Minister, Shri Narendra Modi on becoming the longest-serving elected Prime Minister in India’s history. She recalled their recent meeting in Rome and expressed her commitment to advancing the Special Strategic Partnership between India and Italy for the benefit of both nations and their peoples.

“Giorgia Meloni@GiorgiaMeloni

Translated from Italian

Congratulations to

@narendramodi

who today becomes the longest-serving elected Prime Minister in the history of India.

It has been a pleasure to meet again in Rome in recent weeks and to launch together a Special Strategic Partnership that looks to the future to create new opportunities for our Nations and our peoples.”

Prime Minister of Denmark H.E. Mette Frederiksen congratulated Prime Minister, Shri Narendra Modi on the distinction of being the longest uninterrupted serving democratically elected Prime Minister of India. She expressed her desire to continue working with Prime Minister Modi and to further strengthen and expand the partnership between the two countries into new areas.

“PM Frederiksen: “Congratulations on the distinction of the longest
uninterrupted service as democratically elected PM of India @narendramodi. I look forward to continuing working with you and to further strengthening and expanding our partnership to new areas.” 

President of the Republic of Cyprus, H.E. Nikos Christodoulides congratulated Prime Minister, Shri Narendra Modi on becoming the longest-serving Prime Minister in India’s history. He described the milestone as a reflection of years of dedicated service and leadership. President Christodoulides reaffirmed Cyprus’ commitment to further deepening cooperation with India and strengthening the strategic partnership for the benefit of the peoples of both countries.

“Congratulations to Prime Minister @narendramodi on becoming the longest-serving Prime Minister in India’s history. This remarkable milestone reflects years of dedicated service and leadership. Cyprus values its strategic partnership with India and is committed to further deepening our cooperation for the benefit of our peoples, 🇨🇾🇪🇺🇮🇳”

Prime Minister of Greece, H.E. Kyriakos Mitsotakis congratulated Prime Minister, Shri Narendra Modi on becoming India’s longest-serving elected Prime Minister. He expressed his commitment to further deepening the strategic partnership and cooperation between Greece and India and highlighted the shared objective of building stronger bridges between Europe and Asia for the benefit of their peoples.

“Congratulations @narendramodi on becoming India’s longest-serving elected Prime Minister. I look forward to further deepening our strategic partnership and cooperation. Together, Greece & India will continue building bridges between Europe and Asia for the benefit of our peoples.”