কৃষকসকলৰ কৃষি, উদ্ভাৱন আৰু বহনক্ষমতাৰ প্ৰতি থকা আগ্ৰহ উল্লেখযোগ্যঃ প্ৰধানমন্ত্ৰী
ধানৰ ক্ষেত্ৰত তামিলনাডুৱে কৰা কাম বিশ্বজুৰি অতুলনীয় হৈ আছেঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে পৰিষ্কাৰ গাঁও আৰু পশুধনৰ ফলপ্ৰসূ যত্নৰ বাবে গুজৰাটৰ কেটেল হোষ্টেলৰ ধাৰণাত আলোকপাত কৰে

 কৃষক   -    নমস্কাৰ!  

 প্ৰধানমন্ত্ৰী    -    নমস্কাৰ, এয়া সকলো প্ৰাকৃতিক কৃষিৰ নে?

 কৃষক    -    হয় ছাৰ  

 কৃষক    -   এয়া ৰ'দত শুকুওৱা কল...

 প্ৰধানমন্ত্ৰী    -   হয় কল পকাৰ পিছত

 কৃষক    -    হয় ছাৰ  

 প্ৰধানমন্ত্ৰী    -   হয়      ভাল হৈছে,  ইয়াৰে কি কৰিব?

 কৃষক   -এই সকলোবোৰ কলৰ মূল্য সংযোজিত সামগ্ৰী আৰু এয়া আৱৰ্জনা। মহাশয়, এয়া কলৰ আৱৰ্জনাৰ পৰা তৈয়াৰ কৰা হৈছে আৰু এয়া কলৰ মূল্য সংযোজনৰ পৰা।

 প্ৰধানমন্ত্ৰী    -   আপোনাৰ এই সামগ্ৰীসমূহ সমগ্ৰ ভাৰতত অনলাইনত উপলব্ধ হৈছে নে?

 কৃষক    -    হয় ছাৰ  

 কৃষক   -  আচলতে আমি ইয়াত সমগ্ৰ তামিলনাডুৰ উপস্থাপন কৰিছো ছাৰ। সমগ্ৰ কৃষক উৎপাদক কোম্পানী আৰু ব্যক্তিগত, এয়াও তাৰ সৈতে আছে ছাৰ।

 প্ৰধানমন্ত্ৰী   -  হয়  

 কৃষক - আমি সেই সকলোবোৰ অনলাইনতো কৰো। ৰপ্তানিও কৰা হৈছে আৰু ভাৰতৰ সকলো স্থানীয় বজাৰতে বিক্ৰী কৰা হৈছে,  ছাৰ, ছুপাৰ মাৰ্কেট আদিতো বিক্ৰী হয়।  

 

 প্ৰধানমন্ত্ৰী    -   প্ৰতিটো এফপিঅ’-ত কিমানজনে একেলগে কাম কৰে?

 কৃষক    -   হাজাৰ।

 প্ৰধানমন্ত্ৰী    -  এক হাজাৰ।

 কৃষক   -  হয় ছাৰ।  

 প্ৰধানমন্ত্ৰী    -  হয় আৰু গোটেই অঞ্চলতে। কল সেই মিক্সটো,  বেলেগ কথা?

 কৃষক   -   ভিন্ন ক্ষেত্ৰত বিভিন্ন এক্সক্লুছিভ আছে ছাৰ। আৰু জিআই সামগ্ৰীও আমাৰ সৈতে আছে।  

 প্ৰধানমন্ত্ৰী    -   হয়, সেয়াও আছে।  

 কৃষক    -   চাৰি প্ৰকাৰৰ চাহ আছে। আমি সকলোৱে ক'লা চাহৰ বিষয়ে জানো। আৰু, এইটো তেনে। আমি ইয়াক বগা চাহ বুলি কওঁ। আৰু, এইটো ওলং। এইটো চাহৰ ৪০ শতাংশ হৈছে ওলং চাহ আৰু সেউজীয়া চাহ।

 প্ৰধানমন্ত্ৰী    -    আজিকালি বগা চাহৰ এখন বিশাল বজাৰ আছে।  

 কৃষক    -   হয়,  হয় ছাৰ  

 কৃষক   -  বেঙেনা এয়াও প্ৰাকৃতিক কৃষিকাৰ্য

 প্ৰধানমন্ত্ৰী   - এই ঋতুতো আম পোৱা যায়...?

 কৃষক    -   হয়, আম, হয় মহাশয়।

 কৃষক   - অফ চিজন আম

 

 প্ৰধানমন্ত্ৰী    -   এতিয়াও ইয়াৰ ডাঙৰ বজাৰ আছে?

 কৃষক    -   চজিনা,

 প্ৰধানমন্ত্ৰী   -  চজিনা  

 কৃষক   -  হয় ছাৰ  

 প্ৰধানমন্ত্ৰী    -   চজিনাৰ পাতবোৰেৰে কি কৰা হৈছে?

কৃষক – চজিনাপাতক পাউডাৰ কৰি ৰপ্তানি কৰা হয়।

 প্ৰধানমন্ত্ৰী   -  আজিকালি ইয়াৰ পাউডাৰৰ  

 কৃষক   -  চাহিদা বাঢ়িছে।  

 প্ৰধানমন্ত্ৰী   -  বহুত    চাহিদা হৈছে।  

 কৃষক   -  হয় ছাৰ  

 প্ৰধানমন্ত্ৰী    -    আপোনালোকে এয়া মূলতঃ কোন দেশলৈ প্ৰেৰণ কৰে?

 কৃষক    -   আমেৰিকা  ,  আফ্ৰিকান দেশ আৰু জাপান হৈছে প্ৰধান আৰু হৈছে দক্ষিণ পূব এছিয়া।

 কৃষক   - আচলতে এইটো এটা সম্পূৰ্ণ জি আই প্ৰডাক্ট। এয়া মাত্ৰ তামিলনাডুৰ ২৫ জিআই প্ৰডাক্ট ইয়াত আছে। কুম্ভকোণমৰ পান আৰু মাদুৰাইৰ মাল্লী।    

 প্ৰধানমন্ত্ৰী    -   ইয়াৰ বজাৰখন ক'ত আছে?

 কৃষক    -   সমগ্ৰ ভাৰততে আছে ছাৰ, আৰু তমিলানাডুতো প্ৰতিটো পৰ্বতে তেওঁলোকে ইয়াক ব্যৱহাৰ কৰে।

 প্ৰধানমন্ত্ৰী    -   বাৰাণসীও পানৰ উৎস নেকি?    

 কৃষক   -  হয় ছাৰ  

 কৃষক -  এয়া পলানী চিকেন...  

 প্ৰধানমন্ত্ৰী    -   কিমান উৎপাদন বৃদ্ধি পাইছে?

 কৃষক   -   কম; ই এটা প্লাছ প্ৰডাক্ট ছাৰ, আমি মাত্ৰ মৌৰ পৰা...  

 প্ৰধানমন্ত্ৰী    -   ইয়াৰ বজাৰ?

 কৃষক   -   বহুত বেছি ছাৰ,  চাহিদাও বৃদ্ধি পাইছে,  মৌ সমগ্ৰ বিশ্বৰ বজাৰত উপনীত হৈছে।  

 কৃষক    -  আমাৰ কেৱল পৰম্পৰাগত প্ৰকাৰত প্ৰায় হাজাৰতকৈ অধিক ধানৰ প্ৰকাৰ আছে। বাজৰাৰ সৈতে সমান, আপুনি ইয়াৰ মূল্য জানে ছাৰ।

 প্ৰধানমন্ত্ৰী    -  ধান আগতে তামিলনাডুৱে যি কৰে তাকেই কৰিছিলো,

 কৃষক   -  হয় ছাৰ  

 প্ৰধানমন্ত্ৰী   -  এতিয়ালৈকে বিশ্বৰ কোনেও এনে কৰিব পৰা নাই।  

 কৃষক   -  হয় ছাৰ  

 প্ৰধানমন্ত্ৰী   -  হয়।  

 কৃষক    -  ছাৰ, ইয়াত আমি ধান আৰু চাউল তথা সকলো মূল্য সংযোজিত সামগ্ৰী ৰপ্তানি কৰো। ইয়াত সম্পূৰ্ণ প্ৰদৰ্শন কৰা হৈছে ছাৰ।  

 প্ৰধানমন্ত্ৰী    -   যুৱ প্ৰজন্মৰ কৃষকসকল, তেওঁলোকো প্ৰশিক্ষণ গ্ৰহণৰ বাবে আহে নে?

 

 কৃষক   -    হয় ছাৰ।      এতিয়াও বহুত আছে।  

 প্ৰধানমন্ত্ৰী    - প্ৰশ্ন সুধিব? তেওঁলোকে হয়তো বুজি নাপাব যে তেনে ব্যক্তিৰ পিএইচডি আছে। তেওঁ কি কৰি আছে আৰু তাৰ লাভ নিশ্চয় তেওঁ দেখিছে। গতিকে আপুনি কি ক'ব?

কৃষকআগতে মই তেওঁলোকক দেখি আচৰিত হৈছিলো। আৰু এতিয়া এমাহৰ পাছত তেওঁলোকে... লাখ-লাখ টকা উপাৰ্জন কৰিছে, তেওঁলোকে কালেক্টৰতকৈ বেছি উপাৰ্জন কৰে, গতিকে বহুতে তেওঁলোকক প্ৰেৰণা বুলি গণ্য কৰে।

 প্ৰধানমন্ত্ৰী   -  তেন্তে এতিয়া সকলো কালেক্টৰ আহিব।  

 কৃষক    -  আমি আমাৰ ফাৰ্মত ৭,০০০ কৃষকক প্ৰশিক্ষণ প্ৰদান কৰিছিলো। এয়া প্ৰাকৃতিক কৃষি আঁচনি (TNAU) ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এক আদৰ্শ ফাৰ্ম। লগতে মহাবিদ্যালয়ৰ ৩,০০০ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

 প্ৰধানমন্ত্ৰী    -   আপোনালোকে বজাৰ লাভ কৰিছে নে?

 কৃষক   -  আমি প্ৰত্যক্ষভাৱে বজাৰ লাভ কৰিছো, আমি দেশসমূহলৈ ৰপ্তানি কৰোঁ। তাৰ পিছত আমি সামগ্ৰীৰ মূল্য সংযোজন কৰোঁ। তেল, হেয়াৰ অইল, নাৰিকল, চাবোন।

 

 প্ৰধানমন্ত্ৰী    -  আপোনাৰ হেয়াৰ অইল কোনে ক্ৰয় কৰিব?

 প্ৰধানমন্ত্ৰী    -   মই গুজৰাটত থাকোতে, তেতিয়া মই কেটেল হোষ্টেলৰ এটা ধাৰণা বিকশিত কৰিছিলো।  

 কৃষক   -  হয়।  

 প্ৰধানমন্ত্ৰী   -  গাঁৱৰ সকলো গৰু হোষ্টেলত ৰখা হৈছিল তেতিয়া।  

 কৃষক   -  হয়।  

 প্ৰধানমন্ত্ৰী    -   ইয়াৰ ফলত গাঁওখন পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিছিল আৰু এজন চিকিৎসকৰ প্ৰয়োজন হৈছিল, চাৰি-পাঁচজন এৰেঞ্জাৰৰ প্ৰয়োজন হৈছিল,  ইয়াৰ ৰক্ষণাবেক্ষণ অতি সুন্দৰ হৈ পৰিছিল।  

 কৃষক - এনে ব্যৱস্থাই জীৱামৃতৰ উৎপাদন বৃদ্ধি কৰে, তাৰ পিছত ইয়াক ওচৰৰ কৃষকসকলক যোগান ধৰা হয়।    

 প্ৰধানমন্ত্ৰী   -  খেতিয়কসকলক দিব লাগে।  

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Smartphone companies step up festive hiring

Media Coverage

Smartphone companies step up festive hiring
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets His Highness Prince Rahim Aga Khan V, discusses Strengthening Partnership with Aga Khan Development Network
September 10, 2026

The Prime Minister, Shri Narendra Modi, met His Highness Prince Rahim Aga Khan V, the 50th Imam of the Ismaili Community in New Delhi. During the meeting, Shri Modi fondly recalled the late Aga Khan IV, father of His Highness Prince Rahim Aga Khan V, and his enduring contributions to development efforts.

The Prime Minister discussed ways to further strengthen the partnership with the Aga Khan Development Network in key areas, including healthcare, agriculture, rural development, youth empowerment and women empowerment.

In a post on X, Shri Modi said;

“Happy to meet His Highness Prince Rahim Aga Khan V. Fondly recalled his father, the late Aga Khan IV and his enduring contributions to development efforts.

Discussed ways to further strengthen our partnership with the Aga Khan Development Network in healthcare, agriculture, rural development, youth and women empowerment.

@akdn”