এই উপলক্ষে স্মাৰক ডাক টিকট উন্মোচন প্ৰধানমন্ত্ৰীৰ
উত্তৰ-পূব ভাৰতৰ ‘অষ্টলক্ষ্মী’: প্ৰধানমন্ত্ৰী
অষ্টলক্ষ্মী মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ উজ্জ্বল ভৱিষ্যত উদযাপন কৰা হৈছে। ই উন্নয়নৰ নতুন সূৰ্যোদয় হোৱাৰ উৎসৱ, যিয়ে এখন বিকশিত ভাৰতৰ মিছনক আগুৱাই লৈ যায়ঃ প্ৰধানমন্ত্ৰী
আমি উত্তৰ-পূবক আৱেগ, অৰ্থনীতি আৰু পৰিৱেশ বিজ্ঞানৰ ত্ৰিমূ্ৰ্তিৰ সৈতে সংযোগ কৰিছো: প্ৰধানমন্ত্ৰী

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, মিজোৰাম আৰু নাগালেণ্ড চৰকাৰৰ মন্ত্ৰীগণ, অন্যান্য জনপ্ৰতিনিধিসকল, উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা সকলো ভাতৃ-ভগ্নী, দেৱী আৰু সজ্জনসকল।

বন্ধুসকল,

আজি সংবিধান নিৰ্মাতা বাবা চাহেব আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱস। বাবা চাহেবে নিৰ্মাণ কৰা সংবিধান, সংবিধানৰ ৭৫ বছৰৰ অভিজ্ঞতা… প্ৰতিজন দেশবাসীৰ বাবে এক বৃহৎ প্ৰেৰণা। আমি সকলো দেশবাসীৰ হৈ বাবা চাহেবক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ, তেওঁক প্ৰণাম জনাইছোঁ।

 

বন্ধুসকল,

আমাৰ এই ভাৰত মণ্ডপম বিগত ২ বছৰত বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সাক্ষী হৈ আহিছে। ইয়াত আমি দেখিলোঁ জি-২০ৰ ইমান ডাঙৰ আৰু সফল অনুষ্ঠান। কিন্তু আজিৰ অনুষ্ঠানটো আৰু বিশেষ। আজি দিল্লী উত্তৰ-পূবত পৰিণত হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ বৈচিত্ৰ্যময় ৰঙে আজি ৰাজধানীত এক সুন্দৰ ৰামধেনুৰ সৃষ্টি কৰিছে। আজি আমি ইয়াত একত্ৰিত হৈ প্ৰথম অষ্টলক্ষ্মী মহোৎসৱ উদযাপন কৰিছোঁ। আগন্তুক তিনিদিনলৈ এই মহোৎসৱত আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনীয়তাক সমগ্ৰ দেশ আৰু সমগ্ৰ বিশ্বৰ আগত প্ৰদৰ্শন কৰা হ'ব। ইয়াত বাণিজ্য আৰু ব্যৱসায়ৰ সৈতে জড়িত চুক্তি হ’ব, উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰীৰ সৈতে বিশ্ব পৰিচিত হ’ব, উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি আৰু ইয়াৰ খাদ্য সম্ভাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব। উত্তৰ-পূর্বাঞ্চলৰ পৰা আমাৰ সাফল্য লাভ কৰোঁতাসকল, যাৰ ভিতৰত বহু পদ্ম বঁটা বিজেতা ইয়াত উপস্থিত... তেওঁলোকৰ প্রেৰণাৰ ৰং বিয়পি পৰিব৷ এয়া প্ৰথম আৰু অনন্য অনুষ্ঠান, যেতিয়া উত্তৰ-পূৰ্বাঞ্চলত ইমান বৃহৎ পৰিসৰত বিনিয়োগৰ দুৱাৰ মুকলি হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক, শিপিনী, শিল্পকাৰৰ লগতে সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীৰ বাবে এই সুযোগ। উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনা কি, ইয়াত আয়োজন কৰা প্ৰদৰ্শনীলৈ বা ইয়াৰ বজাৰলৈ গ’লে ইয়াৰ বৈচিত্ৰ্য আৰু ইয়াৰ সম্ভাৱনা অনুভৱ কৰিব পাৰিম। অষ্টলক্ষ্মী মহোৎসৱৰ আয়োজক, উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ বাসিন্দা, ইয়ালৈ অহা সকলো বিনিয়োগকাৰী, ইয়ালৈ অহা সকলো অতিথিক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ।

বন্ধুসকল,

যোৱা ১০০-২০০ বছৰৰ সময়ছোৱালৈ চালে আমি পশ্চিমীয়া বিশ্বৰ উত্থান দেখিবলৈ পাইছোঁ। পশ্চিমীয়া অঞ্চলে অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক প্ৰতিটো স্তৰতে বিশ্বত ছাপ এৰি থৈ গৈছে। আৰু প্ৰসংগক্ৰমে ভাৰততো আমি দেখিছোঁ যে যদি আমি আমাৰ দেশৰ সম্পূৰ্ণ মানচিত্ৰখন চাওঁ তেন্তে ভাৰতৰ বৃদ্ধিৰ কাহিনীত পশ্চিম অঞ্চলে ডাঙৰ ভূমিকা পালন কৰিছে। এই পশ্চিমকেন্দ্ৰিক যুগৰ পিছত এতিয়া কোৱা হয় যে একবিংশ শতিকাটো পূবৰ, এছিয়াৰ, পূবৰ আৰু ভাৰতৰ। এনে পৰিস্থিতিত মোৰ দৃঢ় বিশ্বাস যে ভাৰতৰ আগন্তুক সময়টোও পূব ভাৰতৰ, আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ। যোৱা দশকবোৰত আমি মুম্বাই, আহমেদাবাদ, দিল্লী, চেন্নাই, বেংগালুৰু, হায়দৰাবাদ আদি বৃহৎ চহৰৰ উত্থান দেখিবলৈ পাইছোঁ। আগন্তুক দশকবোৰত আমি গুৱাহাটী, আগৰতলা, ইম্ফল, ইটানগৰ, গেংটক, কোহিমা, শ্বিলং, আইজল আদি চহৰৰ নতুন সম্ভাৱনা দেখিবলৈ ওলাইছোঁ। আৰু তাত অষ্টলক্ষ্মীৰ দৰে এই অনুষ্ঠানবোৰে ডাঙৰ ভূমিকা ল’ব।

 

বন্ধুসকল,

আমাৰ পৰম্পৰাত মাতৃ লক্ষ্মীক সুখ, স্বাস্থ্য আৰু সমৃদ্ধিৰ দেৱী বুলি কোৱা হয়। যেতিয়াই লক্ষ্মী দেৱীক পূজা কৰা হয় তেতিয়াই আমি তেওঁৰ আঠটা ৰূপ পূজা কৰোঁ। আদিলক্ষ্মী, ধনলক্ষ্মী, ধান্যলক্ষ্মী, গজলক্ষ্মী, সন্তানলক্ষ্মী, বীৰলক্ষ্মী, বিজয়লক্ষ্মী আৰু বিদ্যালক্ষ্মী, একেদৰে আঠখন ৰাজ্যৰ অষ্টলক্ষ্মী ভাৰতৰ উত্তৰ-পূবত বাস কৰে… অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিক্কিমত। উত্তৰ-পূৰ্বাঞ্চলৰ এই আঠখন ৰাজ্যত অষ্টলক্ষ্মী দেখা পোৱা যায়। এতিয়া প্ৰথম ৰূপটো হৈছে আদি লক্ষ্মী। আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে আদি সংস্কৃতিৰ প্ৰবল সম্প্ৰসাৰণ ঘটিছে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে নিজস্ব পৰম্পৰা, নিজস্ব সংস্কৃতি উদযাপন কৰা হয়। মেঘালয়ৰ চেৰী ব্লছম উৎসৱ, নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ, অৰুণাচলৰ কমলা উৎসৱ, মিজোৰামৰ চাপচাৰ কুট উৎসৱ, অসমৰ বিহু, মণিপুৰী নৃত্য... উত্তৰ পূৰ্বাঞ্চলত ইমানবোৰ আছে।

বন্ধুসকল,

দ্বিতীয় লক্ষ্মী...ধন লক্ষ্মী অৰ্থাৎ প্ৰাকৃতিক সম্পদৰ উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰতো প্ৰচুৰ আশীৰ্বাদ আছে। আপুনিও জানে... উত্তৰ পূৰ্বাঞ্চলত খনিজ পদাৰ্থ, তেল, চাহ বাগিচা আৰু জৈৱ বৈচিত্ৰ্যৰ এক আচৰিত সংগম। তাত নবীকৰণযোগ্য শক্তিৰ বিপুল সম্ভাৱনা আছে। “ধন লক্ষ্মী”ৰ এই আশীৰ্বাদ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক আশীৰ্বাদ।

বন্ধুসকল,

তৃতীয় লক্ষ্মী… ধান্য লক্ষ্মীৰ উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰতো অপৰিসীম আশীৰ্বাদ আছে। আমাৰ উত্তৰ পূৰ্বাঞ্চল প্ৰাকৃতিক খেতি, জৈৱিক খেতি আৰু বাজৰাৰ বাবে বিখ্যাত। আমি গৌৰৱান্বিত যে ছিক্কিম ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ জৈৱিক ৰাজ্য। উত্তৰ-পূৰ্বাঞ্চলত উৎপাদিত ধান, বাঁহ, মছলা আৰু ঔষধি উদ্ভিদে তাত কৃষিৰ শক্তি দেখুৱাইছে। আজিৰ ভাৰতে সুস্থ জীৱনশৈলী আৰু পুষ্টিৰ সৈতে জড়িত সমাধান বিশ্ববাসীৰ বাবে আগবঢ়াব বিচাৰিছে... ইয়াত উত্তৰ-পূৰ্বাঞ্চলৰ ডাঙৰ ভূমিকা আছে।

 

বন্ধুসকল,

অষ্টলক্ষ্মীৰ চতুৰ্থ লক্ষ্মী হ'ল… গজ লক্ষ্মী। গজ লক্ষ্মী পদুমৰ ওপৰত বিৰাজমান আৰু তেওঁৰ চাৰিওফালে হাতী আছে। আমাৰ উত্তৰ পূৰ্বাঞ্চলত বিশাল অৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য যেনে কাজিৰঙা, মানস-মেহাও, আচৰিত ধৰণৰ গুহা, আকৰ্ষণীয় হ্ৰদ। গজলক্ষ্মীৰ আশীৰ্বাদে উত্তৰ পূৰ্বাঞ্চলক বিশ্বৰ আটাইতকৈ আচৰিত পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ সম্ভাৱনা আছে।

বন্ধুসকল,

পঞ্চম লক্ষ্মী হৈছে… সন্তান লক্ষ্মী অৰ্থাৎ উৎপাদনশীলতা, সৃষ্টিশীলতাৰ প্ৰতীক। সৃষ্টিশীলতা আৰু দক্ষতাৰ বাবে উত্তৰ পূৰ্বাঞ্চল পৰিচিত। ইয়াত প্ৰদৰ্শনীলৈ যোৱা লোকসকলে, বজাৰলৈ যোৱা লোকসকলে উত্তৰ-পূৰ্বাঞ্চলৰ সৃষ্টিশীলতা দেখিব। হস্ততাঁত আৰু হস্তশিল্পৰ এই দক্ষতাই সকলোৰে হৃদয় জয় কৰে। অসমৰ মুগা ছিল্ক, মণিপুৰৰ মইৰাং ফী, নগালেণ্ডৰ ৱানখী ফী, চাখেছাং চাদৰ… এনে ডজন ডজন জিআই টেগ কৰা সামগ্ৰী আছে, যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ কলা আৰু সৃষ্টিশীলতাক প্ৰদৰ্শন কৰে।

বন্ধুসকল,

অষ্টলক্ষ্মীৰ ষষ্ঠ লক্ষ্মী হৈছে… বীৰ লক্ষ্মী। বীৰ লক্ষ্মী মানে সাহস আৰু শক্তিৰ সংগম। উত্তৰ পূৰ্বাঞ্চল নাৰী শক্তি সামৰ্থ্যৰ প্ৰতীক। মণিপুৰৰ নুপি লন আন্দোলন নাৰী শক্তিৰ নিদৰ্শন। উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলে দাসত্বৰ বিৰুদ্ধে কেনেকৈ বিগুল বজাইছিল, সেয়া ভাৰতৰ ইতিহাসত সদায় সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব। ৰাণী গাইডিনলিউ, কনকলতা বৰুৱা, ৰাণী ইন্দিৰা দেৱী, ললনু ৰপিলিয়ানীৰ লোকগীতৰ পৰা আৰম্ভ কৰি আমাৰ স্বাধীনতা সংগ্ৰামলৈকে… উত্তৰ পূৰ্বাঞ্চলৰ নাৰী শক্তিয়ে সমগ্ৰ দেশক অনুপ্ৰাণিত কৰিছে। আজিও আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কন্যাই এই পৰম্পৰাক সমৃদ্ধ কৰি তুলিছে। আনকি ইয়ালৈ অহাৰ আগতে মই যোৱা ষ্টলবোৰতো বেছিভাগেই মহিলা আছিল। উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলৰ এই উদ্যোগীকৰণে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক এক শক্তি প্ৰদান কৰে যাৰ কোনো তুলনা নাই।

 

বন্ধুসকল,

অষ্টলক্ষ্মীৰ সপ্তম লক্ষ্মী হ'ল… জয় লক্ষ্মী। অৰ্থাৎ ই খ্যাতি আৰু গৌৰৱ দিবলৈ গৈ আছে। সমগ্ৰ বিশ্বই ভাৰতৰ প্ৰতি যি আশা-আকাংক্ষা ৰাখিছে, তাত আজি আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আজি যেতিয়া ভাৰতে নিজৰ সংস্কৃতি আৰু নিজৰ বাণিজ্যৰ বিশ্বব্যাপী সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, তেতিয়া উত্তৰ-পূবে ভাৰতক দক্ষিণ এছিয়া আৰু পূব এছিয়াৰ অপৰিসীম সুযোগৰ সৈতে সংযোগ কৰিছে।

বন্ধুসকল,

অষ্টলক্ষ্মীৰ অষ্টম লক্ষ্মী হ'ল… বিদ্যা লক্ষ্মী মানে জ্ঞান আৰু শিক্ষা। আধুনিক ভাৰত গঢ়াত সহায় কৰা শিক্ষাৰ বহুতো প্ৰধান কেন্দ্ৰ উত্তৰ-পূৰ্বাঞ্চলত। আইআইটি গুৱাহাটী, এনআইটি শিলচৰ, এনআইটি মেঘালয়, এনআইটি আগৰতলা, আৰু আইআইএম শ্বিলং… উত্তৰ পূৰ্বাঞ্চলত এনে বহু ডাঙৰ শিক্ষা কেন্দ্ৰ আছে। উত্তৰ-পূর্বাঞ্চলে লাভ কৰিছে প্রথমটো এইমছ৷ মণিপুৰতো নিৰ্মাণৰ কাম চলি আছে দেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়। মেৰী কম, বাইচুং ভুটীয়া, মিৰাবাই চানু, লাভলিনা, সৰিতা দেৱী... উত্তৰ-পূর্বাঞ্চলে দেশক ইমানবোৰ এনে ক্ৰীড়া ব্যক্তিক দিছে। আজি উত্তৰ পূৰ্বাঞ্চলে ষ্টাৰ্টআপ, ছাৰ্ভিচ চেণ্টাৰ আৰু ছেমিকণ্ডাক্টৰ আদি প্ৰযুক্তি সম্পৰ্কীয় উদ্যোগতো আগবাঢ়ি আহিবলৈ আৰম্ভ কৰিছে। এইবোৰত কাম কৰি আছে হাজাৰ হাজাৰ যুৱকে। অৰ্থাৎ “বিদ্যা লক্ষ্মী” ৰূপত এই অঞ্চলটো যুৱক-যুৱতীসকলৰ শিক্ষা আৰু দক্ষতাৰ এক বৃহৎ কেন্দ্ৰ হৈ পৰিছে।

বন্ধুসকল,

অষ্টলক্ষ্মী মহোৎসৱ… উত্তৰ পূৰ্বাঞ্চলৰ উন্নত ভৱিষ্যতৰ উদযাপন। এয়া উন্নয়নৰ নতুন সূৰ্যোদয়ৰ উদযাপন… যিটোৱে এখন উন্নত ভাৰতৰ অভিযান ত্বৰান্বিত কৰিবলৈ গৈ আছে। আজি উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ প্ৰতি ইমান উৎসাহ। যোৱা দশকত আমি সকলোৱে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ এক আচৰিত যাত্ৰাৰ সাক্ষী হৈছোঁ। কিন্তু ইয়াত উপনীত হোৱাটো সহজ নাছিল। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক ভাৰতৰ বৃদ্ধিৰ কাহিনীৰ সৈতে সংযোগ কৰিবলৈ আমি সম্ভৱপৰ প্ৰতিটো পদক্ষেপ গ্ৰহণ কৰিছোঁ। দীৰ্ঘদিন ধৰি আমি দেখি আহিছোঁ যে কেনেকৈ উন্নয়নৰ জোখো ভোটৰ সংখ্যাৰ দ্বাৰা কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ভোট কম আৰু আসন কম। সেয়ে তাৰ উন্নয়নৰ প্ৰতি আগৰ চৰকাৰসমূহে গুৰুত্ব নিদিলে। অটল জীৰ চৰকাৰেই প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে সুকীয়া মন্ত্ৰালয়ৰ সৃষ্টি কৰিছিল।

 

বন্ধুসকল,

যোৱা দশকত আমি অন্তৰেৰে চেষ্টা কৰিছিলোঁ যে দিল্লীৰ পৰা আৰু আমাৰ হৃদয়ৰ পৰা দূৰত্বৰ অনুভৱ কমি যাব লাগে। কেন্দ্রীয় চৰকাৰৰ মন্ত্রীসকলে উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহলৈ ৭০০বাৰতকৈ অধিকবাৰ ভ্রমণ কৰি তাত থকা জনসাধাৰণৰ সৈতে বহু সময় কটায়৷ ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে চৰকাৰৰ আৱেগিক সংযোগ আৰু ইয়াৰ উন্নয়নৰ সৃষ্টি হৈছে। ইয়াৰ ফলত তাত থকা উন্নয়নক আচৰিত ধৰণৰ গতি প্ৰদান কৰিছে। এটা হিচাপ দিওঁ। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে ৯০ দশকত এটা নীতি ৰচনা কৰা হৈছিল। ইয়াৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ৫০টাতকৈও অধিক মন্ত্ৰালয়ে নিজৰ বাজেটৰ ১০ শতাংশ উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ কৰিবলগা হৈছিল। এই নীতি প্ৰণয়নৰ পিছৰে পৰা ২০১৪ চনলৈকে আমি কেৱল যোৱা ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলক সেই বাজেটতকৈ অধিক বাজেট দিছোঁ…। যোৱা এটা দশকত কেৱল এই এখন আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত ৫ লাখ কোটিতকৈ অধিক টকা ব্যয় হৈছে। ইয়াৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ সন্দৰ্ভত বৰ্তমানৰ চৰকাৰৰ অগ্ৰাধিকাৰ স্পষ্ট হৈ পৰে।

বন্ধুসকল,

এই আঁচনিৰ বাহিৰেও আমি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বহুতো ডাঙৰ বিশেষ আঁচনি আৰম্ভ কৰিছোঁ। পিএম-ডিভাইন, বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি আৰু নৰ্থ ইষ্ট ভেঞ্চাৰ ফাণ্ড… এই আঁচনিসমূহৰ জৰিয়তে বহুতো নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক সম্ভাৱনাক আগুৱাই নিয়াৰ বাবে আমি উন্নতি আঁচনিও আৰম্ভ কৰিছোঁ। নতুন উদ্যোগৰ বাবে যদি উন্নত পৰিৱেশৰ সৃষ্টি হয়, তেন্তে নতুন চাকৰিৰো সৃষ্টি হ’ব। এতিয়া অৰ্ধপৰিবাহী খণ্ডটো ভাৰতৰ বাবেও নতুন। এই নতুন খণ্ডটোক গতি প্ৰদান কৰিবলৈ আমি উত্তৰ-পূৰ্বাঞ্চল, অসমক বাছি লৈছোঁ। উত্তৰ-পূৰ্বাঞ্চলত যেতিয়া এই ধৰণৰ নতুন উদ্যোগ আহিব, তেতিয়া দেশৰ লগতে বিশ্বৰ বিনিয়োগকাৰীয়ে তাত নতুন সম্ভাৱনাৰ সন্ধান কৰিব।

 

বন্ধুসকল,

আৱেগ, অৰ্থনীতি আৰু পৰিৱেশ বিজ্ঞানৰ এই ত্ৰিবেণীৰে আমি উত্তৰ পূৰ্বাঞ্চলৰ সংযোগ স্থাপন কৰিছোঁ। উত্তৰ-পূৰ্বাঞ্চলত আমি কেৱল আন্তঃগাঁথনি নিৰ্মাণ কৰাই নহয়, ভৱিষ্যতৰ বাবে এক সুদৃঢ় ভেটিও গঢ়ি তুলিছোঁ। যোৱা দশকবোৰত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল সংযোগ। দূৰৈৰ চহৰবোৰলৈ যাবলৈ দিন-সপ্তাহ সময় লাগিছিল। পৰিস্থিতি এনেকুৱা আছিল যে বহু ৰাজ্যত ৰে’লৰ সুবিধাও উপলব্ধ নাছিল। গতিকে ২০১৪ চনৰ পিছত আমাৰ চৰকাৰে ভৌতিক আন্তঃগাঁথনিৰ লগতে সামাজিক আন্তঃগাঁথনিৰ ওপৰতো যথেষ্ট গুৰুত্ব দিলে। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিৰ মানদণ্ড আৰু জনসাধাৰণৰ জীৱনৰ মানদণ্ড দুয়োটাতে প্ৰচণ্ড উন্নতি ঘটিল। আমি প্ৰকল্পৰ ৰূপায়ণো ত্বৰান্বিত কৰিলোঁ। বহু বছৰ ধৰি চলি থকা প্ৰকল্পবোৰ সম্পূৰ্ণ হ’ল। বগী-বিল দলঙৰ উদাহৰণ লওক। বহু বছৰ ধৰি বাকী থকা এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ আগতে ধেমাজিৰ পৰা ডিব্ৰুগড়লৈ যোৱা যাত্ৰাত গোটেই দিনটো লাগিছিল। আজি মাত্ৰ ডেৰ ঘণ্টাত এই যাত্ৰা সম্পূৰ্ণ হৈছে। এনে বহু উদাহৰণ মই দিব পাৰোঁ।

বন্ধুসকল,

যোৱা ১০ বছৰত প্ৰায় ৫ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প সম্পূৰ্ণ হৈছে। অৰুণাচল প্ৰদেশৰ চেলা সুৰংগ হওক, ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ হওক, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ সীমান্ত পথ… এইটোৱে এটা শক্তিশালী পথ সংযোগ সম্প্ৰসাৰণ কৰিছে। যোৱা বছৰ জি-২০ৰ সময়ত ভাৰতে আই-মেকৰ দৃষ্টিভংগী বিশ্বৰ আগত দাঙি ধৰিছিল। I-MAC অৰ্থাৎ ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ কৰিডৰে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ সৈতে সংযোগ কৰিব।

বন্ধুসকল,

উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'ল সংযোগ বহুগুণে বৃদ্ধি পাইছে। এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সকলো ৰাজধানী ৰে’লযোগে সংযোগ কৰাৰ কাম সম্পূৰ্ণ হ’বলৈ ওলাইছে। উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমখন বন্দে ভাৰত ৰে’লো চলিবলৈ আৰম্ভ কৰিছে। যোৱা দহ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ বিমানবন্দৰ আৰু বিমান সেৱাৰ সংখ্যা প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত জলপথ নিৰ্মাণৰ কাম চলি আছে। ছাব্ৰুম লেণ্ডপ’ৰ্টৰ সৈতে পানীৰ সংযোগো উন্নত হৈছে।

 

বন্ধুসকল,

মোবাইল আৰু গেছ পাইপ-লাইন সংযোগৰ সন্দৰ্ভতো দ্ৰুত গতিত কাম চলি আছে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যকে উত্তৰ-পূব গেছ গ্ৰীডৰ সৈতে সংযোগ কৰা হৈছে। তাত ১৬০০ কিলোমিটাৰতকৈও অধিক দীঘল গেছ পাইপলাইন স্থাপন কৰা হৈছে। আমাৰ গুৰুত্ব ইণ্টাৰনেট সংযোগৰ ওপৰতো। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ২৬০০ৰো অধিক ম’বাইল টাৱাৰ স্থাপন কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলত ১৩ হাজাৰ কিলোমিটাৰতকৈও অধিক অপটিকেল ফাইবাৰ স্থাপন কৰা হৈছে। মই সুখী যে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে ৫জি সংযোগ পাইছেগৈ।

বন্ধুসকল,

উত্তৰ-পূৰ্বাঞ্চলৰ সামাজিক আন্তঃগাঁথনিতো অভূতপূৰ্ব কাম কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত চিকিৎসা মহাবিদ্যালয়সমূহৰ যথেষ্ট সম্প্ৰসাৰণ হৈছে। এতিয়া কেন্সাৰৰ দৰে ৰোগৰ চিকিৎসাৰ বাবে তাত আধুনিক সা-সুবিধা নিৰ্মাণ কৰা হৈছে। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ লাখ লাখ ৰোগীয়ে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে। নিৰ্বাচনৰ সময়ত মই আপোনালোকক নিশ্চয়তা দিছিলোঁ যে ৭০ বছৰৰ ওপৰৰ বৃদ্ধসকলে বিনামূলীয়া চিকিৎসা লাভ কৰিব। আয়ুষ্মান বয় বন্দনা কাৰ্ডৰ জৰিয়তেও চৰকাৰে এই নিশ্চয়তা পূৰণ কৰিছে।

বন্ধুসকল,

উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগৰ উপৰিও আমি ইয়াৰ পৰম্পৰা, বস্ত্ৰশিল্প আৰু পৰ্যটনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছোঁ। ইয়াৰ সুবিধাটো হ’ল এতিয়া দেশবাসীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ অন্বেষণৰ বাবে বৃহৎ সংখ্যক আগবাঢ়ি আহিছে। উত্তৰ-পূর্বাঞ্চললৈ অহা পর্যটকৰ সংখ্যাও যোৱা দশকত প্রায় দুগুণ বৃদ্ধি পাইছে৷ বিনিয়োগ আৰু পৰ্যটন বৃদ্ধিৰ বাবে তাত নতুন ব্যৱসায় আৰু নতুন সুযোগৰ সৃষ্টি হৈছে। আন্তঃগাঁথনিৰ পৰা সংহতি, সংযোগৰ পৰা ঘনিষ্ঠতা, অৰ্থনৈতিকৰ পৰা আৱেগিক… এই সমগ্ৰ যাত্ৰাই উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন, অষ্টলক্ষ্মীৰ বিকাশক নতুন উচ্চতালৈ লৈ গৈছে।

 

বন্ধুসকল,

আজি অষ্টলক্ষ্মী ৰাজ্যৰ যুৱক-যুৱতীসকল ভাৰত চৰকাৰৰ এক ডাঙৰ অগ্ৰাধিকাৰ। উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে সদায় উন্নয়ন বিচাৰে। বিগত ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে স্থায়ী শান্তিৰ বাবে অভূতপূৰ্ব জনসমৰ্থন দেখা গৈছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে হিংসাৰ পথ এৰি উন্নয়নৰ এক নতুন পথ গ্ৰহণ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলত বিগত দশকত বহু ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰিত হৈছে। ৰাজ্যসমূহৰ মাজত সীমা বিবাদো অতি সৌহাৰ্দ্যপূৰ্ণভাৱে আগবাঢ়িছে। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত হিংসাত্মক ঘটনা বহু পৰিমাণে হ্ৰাস পাইছে। বহু জিলাৰ পৰা AFSPA আঁতৰাই দিয়া হৈছে। আমি একেলগে অষ্টলক্ষ্মীৰ নতুন ভৱিষ্যৎ লিখিব লাগিব আৰু ইয়াৰ বাবে চৰকাৰে প্ৰতিটো পদক্ষেপ লৈছে।

বন্ধুসকল,

উত্তৰ-পূর্বাঞ্চলৰ উৎপাদিত সামগ্ৰী বিশ্বৰ প্রতিখন বজাৰত উপনীত হোৱাটো আমাৰ সকলোৰে আকাংক্ষা৷ সেয়ে এক জিলা এক পণ্য অভিযানৰ অধীনত প্ৰতিখন জিলাৰ পৰা উৎপাদিত সামগ্ৰীৰ প্ৰচাৰ কৰা হৈছে। ইয়াত আয়োজন কৰা প্ৰদৰ্শনী আৰু গ্ৰামীণ হাটৰ বজাৰত আমি উত্তৰ-পূৰ্বাঞ্চলৰ বহু সামগ্ৰী চাব পাৰোঁ আৰু কিনিব পাৰোঁ। উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰীৰ বাবে Vocal for Local ৰ মন্ত্ৰ প্ৰচাৰ কৰোঁ। মই সদায় তাৰ সামগ্ৰী মোৰ বিদেশী অতিথিসকলক উপহাৰ দিবলৈ চেষ্টা কৰোঁ। ইয়াৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপোনাৰ আচৰিত শিল্প আৰু কলাক স্বীকৃতি দিয়া হয়। দেশবাসী আৰু লগতে দিল্লীৰ জনসাধাৰণকো উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰীক তেওঁলোকৰ জীৱনশৈলীৰ অংশ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাম।

বন্ধুসকল,

আজি মই আপোনালোক সকলোকে, এনেয়ে বহু বছৰ ধৰি, অহৰহ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভাই-ভনীসকল তালৈ নিশ্চিতভাৱে যায়। আপুনি জানে গুজৰাটৰ পোৰবন্দৰত, পোৰবন্দৰ ওচৰৰ মাধৱপুৰ, তাত এখন মেলা হয়। সেই মাধৱপুৰ মেলালৈ মই আগতীয়াকৈ নিমন্ত্ৰণ জনাইছোঁ। মাধৱপুৰ মেলা ভগৱান শ্ৰীকৃষ্ণ আৰু দেৱী ৰুক্মিণীৰ বিবাহৰ উৎসৱ। আৰু দেৱী ৰুক্মিণী তো উত্তৰ-পূৰ্বাঞ্চলৰে কন্যা। মই উত্তৰ-পূৰ্বাঞ্চলৰ মোৰ সকলো পৰিয়ালৰ সদস্যকে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া, মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হয়, ৰাম নৱমীৰ লগতে, সেই মেলাখনত উপস্থিত থাকিবলৈও আহ্বান জনাম। আৰু মই বিচাৰিম, সেই সময়তো একেধৰণৰ এখন হাট গুজৰাটতো স্থাপন কৰিব লাগে যাতে তাতো এখন বিশাল বজাৰ পোৱা যায়, আৰু আমাৰ উত্তৰ-পূবৰ ভাই-ভনীসকলে যিবোৰ সামগ্ৰী প্ৰস্তুত কৰে, তেওঁলোকৰ উপাৰ্জনো হওক। ভগৱান শ্ৰীকৃষ্ণ আৰু অষ্টলক্ষ্মীৰ আশীৰ্বাদত আমি নিশ্চিতভাৱে উত্তৰ-পূৰ্বাঞ্চলক একবিংশ শতিকাত উন্নয়নৰ এক নতুন আৰ্হি প্ৰতিষ্ঠা কৰাটো দেখিবলৈ পাম। এই কামনাৰে মই মোৰ ভাষণৰ সামৰণি মাৰিছোঁ। মই ইয়াৰ বাবে বৃহৎ সফলতাৰ বাবে শুভকামনা জনাইছোঁ।

 

বন্ধুসকল,

আজি অষ্টলক্ষ্মী ৰাজ্যৰ যুৱক-যুৱতীসকল ভাৰত চৰকাৰৰ এক ডাঙৰ অগ্ৰাধিকাৰ। উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে সদায় উন্নয়ন বিচাৰে। বিগত ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে স্থায়ী শান্তিৰ বাবে অভূতপূৰ্ব জনসমৰ্থন দেখা গৈছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে হিংসাৰ পথ এৰি উন্নয়নৰ এক নতুন পথ গ্ৰহণ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলত বিগত দশকত বহু ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰিত হৈছে। ৰাজ্যসমূহৰ মাজত সীমা বিবাদো অতি সৌহাৰ্দ্যপূৰ্ণভাৱে আগবাঢ়িছে। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত হিংসাত্মক ঘটনা বহু পৰিমাণে হ্ৰাস পাইছে। বহু জিলাৰ পৰা AFSPA আঁতৰাই দিয়া হৈছে। আমি একেলগে অষ্টলক্ষ্মীৰ নতুন ভৱিষ্যৎ লিখিব লাগিব আৰু ইয়াৰ বাবে চৰকাৰে প্ৰতিটো পদক্ষেপ লৈছে।

 

বন্ধুসকল,

উত্তৰ-পূর্বাঞ্চলৰ উৎপাদিত সামগ্ৰী বিশ্বৰ প্রতিখন বজাৰত উপনীত হোৱাটো আমাৰ সকলোৰে আকাংক্ষা৷ সেয়ে এক জিলা এক পণ্য অভিযানৰ অধীনত প্ৰতিখন জিলাৰ পৰা উৎপাদিত সামগ্ৰীৰ প্ৰচাৰ কৰা হৈছে। ইয়াত আয়োজন কৰা প্ৰদৰ্শনী আৰু গ্ৰামীণ হাটৰ বজাৰত আমি উত্তৰ-পূৰ্বাঞ্চলৰ বহু সামগ্ৰী চাব পাৰোঁ আৰু কিনিব পাৰোঁ। উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰীৰ বাবে Vocal for Local ৰ মন্ত্ৰ প্ৰচাৰ কৰোঁ। মই সদায় তাৰ সামগ্ৰী মোৰ বিদেশী অতিথিসকলক উপহাৰ দিবলৈ চেষ্টা কৰোঁ। ইয়াৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপোনাৰ আচৰিত শিল্প আৰু কলাক স্বীকৃতি দিয়া হয়। দেশবাসী আৰু লগতে দিল্লীৰ জনসাধাৰণকো উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰীক তেওঁলোকৰ জীৱনশৈলীৰ অংশ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাম।

 

বন্ধুসকল,

আজি মই আপোনালোক সকলোকে, এনেয়ে বহু বছৰ ধৰি, অহৰহ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভাই-ভনীসকল তালৈ নিশ্চিতভাৱে যায়। আপুনি জানে গুজৰাটৰ পোৰবন্দৰত, পোৰবন্দৰ ওচৰৰ মাধৱপুৰ, তাত এখন মেলা হয়। সেই মাধৱপুৰ মেলালৈ মই আগতীয়াকৈ নিমন্ত্ৰণ জনাইছোঁ। মাধৱপুৰ মেলা ভগৱান শ্ৰীকৃষ্ণ আৰু দেৱী ৰুক্মিণীৰ বিবাহৰ উৎসৱ। আৰু দেৱী ৰুক্মিণী তো উত্তৰ-পূৰ্বাঞ্চলৰে কন্যা। মই উত্তৰ-পূৰ্বাঞ্চলৰ মোৰ সকলো পৰিয়ালৰ সদস্যকে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া, মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হয়, ৰাম নৱমীৰ লগতে, সেই মেলাখনত উপস্থিত থাকিবলৈও আহ্বান জনাম। আৰু মই বিচাৰিম, সেই সময়তো একেধৰণৰ এখন হাট গুজৰাটতো স্থাপন কৰিব লাগে যাতে তাতো এখন বিশাল বজাৰ পোৱা যায়, আৰু আমাৰ উত্তৰ-পূবৰ ভাই-ভনীসকলে যিবোৰ সামগ্ৰী প্ৰস্তুত কৰে, তেওঁলোকৰ উপাৰ্জনো হওক। ভগৱান শ্ৰীকৃষ্ণ আৰু অষ্টলক্ষ্মীৰ আশীৰ্বাদত আমি নিশ্চিতভাৱে উত্তৰ-পূৰ্বাঞ্চলক একবিংশ শতিকাত উন্নয়নৰ এক নতুন আৰ্হি প্ৰতিষ্ঠা কৰাটো দেখিবলৈ পাম। এই কামনাৰে মই মোৰ ভাষণৰ সামৰণি মাৰিছোঁ। মই ইয়াৰ বাবে বৃহৎ সফলতাৰ বাবে শুভকামনা জনাইছোঁ।

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature

Media Coverage

IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of Prime Minister addresses the Indian Community in Paris
June 18, 2026

नमस्ते!

बों जू!

ऐसा लग रहा है, आप सब छुट्टी के मूड में हैं।

साथियों,

ये पेरिस शहर, Lights का शहर है, रंगों का शहर है, यहां Art है, Ideas हैं, और innovation की प्रेरणा भी है। इस शहर को भारत के अलग-अलग राज्यों से आए आप सभी लोग और भी खूबसूरत बना देते हैं। नए नए रंगों से भर देते हैं।

कोई तमिल है, कोई पंजाबी है, कोई गुजराती है, तो कोई मराठी है, और कोई बंगाली है। भारत के हर कोने का प्रतिनिधित्व यहां दिखाई देता है।

साथियों,

मैं जब 14 जून को नीस पहुंचा था तो सबसे पहले भारत इनोवेट्स कार्यक्रम में शामिल हुआ था। आज जब मैं फ्रांस से वापसी की तैयारी में हूं तो लग रहा है जैसे भारत कनेक्ट्स कार्यक्रम में आ गया हूं।

फ्रांस में रहने वाले आप लोगों ने 21वीं सदी के भारत-फ्रांस रिश्तों को जिस तरह कनेक्ट किया है, वो हमारी Strategic Partnership की बहुत बड़ी ताकत बन रही है। मैं आप सभी के लिए भारत से 140 करोड़ देशवासियों की शुभकामनाएं लेकर आया हूं। इस आत्मीय स्वागत के लिए, मैं आप सभी का हृदय से आभार व्यक्त करता हूं।

साथियों,

आज मैं ऐसे समय में फ्रांस आया हूं जब कुछ ही दिन पहले हमारी सरकार के 12 वर्ष पूरे हुए हैं। चुने हुए प्रधानमंत्री के रूप निरंतर 12 साल तक देश की सेवा करना मेरे जीवन का बहुत बड़ा सौभाग्य रहा है। यह भारत के लोकतंत्र की शक्ति है जिसने एक चायवाले को यहां तक पहुंचा दिया।

साथियों,

बीते 12 वर्ष, 140 करोड़ भारतीयों के अद्भुत सामर्थ्य के रहे हैं। 12 साल के इस कालखंड में भारत का GDP दोगुना हुआ है। Airports की संख्या दोगुनी हुई है। Universities की संख्या भी दोगुनी हो गई है। Highway Construction की स्पीड तीन गुना बढ़ गई। और Metro Network, चार गुणा बड़ा हो गया है।

मैं आपको कुछ और फैक्ट्स दूंगा, उससे आप अंदाजा लगा पाएंगे कि भारत किस स्पीड और कितने बड़े स्केल पर काम कर रहा है। पिछले 12 वर्षों में भारत का Defence Export 35 गुणा यानि Thirty Five Times बढ़ गया है।

औऱ एक फैक्ट सुनिए भारत में मोबाइल मैन्यूफैक्टरिंग यूनिट्स में, 100 गुणा की बढ़ोतरी हुई है। 100 times. भारत अब दुनिया का दूसरा सबसे बड़ा mobile phone manufacturer है। इसी गति, इसी प्रगति का नतीजा है कि आज भारत दुनिया की Fastest Growing Major Economy है।

साथियों,

आज भारत की कहानी सिर्फ Economic Progress की कहानी नहीं है। सिर्फ यहाँ अटक नहीं जाती है। ये Social Transformation की भी कहानी है।

पिछले 12 साल में देश में 25 करोड़ लोग गरीबी से बाहर निकले हैं। यानि एक ऐसी प्रगति जिसका लाभ समाज के अंतिम व्यक्ति तक पहुंच रहा है। फ्रांस में जितने घर हैं, उससे भी अधिक पक्के घर बीते 12 वर्ष में हमने जरूरतमंदों के लिए बनाए हैं।

अब हर परिवार के पास, गरीब से गरीब क्यों न हो, Bank Account है। Financial Inclusion एक सरकारी कार्यक्रम नहीं, बल्कि सामाजिक परिवर्तन का अभियान बना है।

साथियों,

इन 12 वर्षों की उपलब्धियों में, एक उपलब्धि ऐसी भी है जिसे किसी आंकड़े से, या अंकों से, नहीं मापा जा सकता। वह है 140 करोड़ भारतीयों का आत्मविश्वास।

आज का भारत और आज के भारत का युवा बहुत बड़े सपने देख रहा है। भारत का किसान नई संभावनाओं के साथ आगे बढ़ रहा है। भारत की महिलाएं नए नेतृत्व का परिचय दे रही हैं। इसलिए ये सिर्फ Achievements के 12 साल नहीं हैं, ये भारत की एस्पिरेशन्स को नई बुलंदी देने का कालखंड रहा है।

साथियों,

एक समय था जब दूर-दराज के गांवों तक आधुनिक सुविधाएं पहुंचाना वाकई बहुत मुश्किल भरा था। आज उन्हीं गांवों में बिजली भी है, इंटरनेट भी है, और डिजिटल सेवाओं की पूरी दुनिया भी है। आज एक क्लिक पर, कभी भी, कहीं भी बैंकिंग सेवाएं उपलब्ध हैं।

आज मोबाइल फोन, भारत के नागरिकों को अनेक सुविधाओं से कनेक्ट कर रहा है। हमारे किसान, हमारे मछुआरे, हमारे dairy farmers, हमारी महिलाएं, हमारे स्टूडेंट्स, सभी टेक्नोलॉजी के माध्यम से सशक्त हो रहे हैं, और अपने लिए नए अवसर बना रहे हैं।

साथियों,

आपने 125 करोड़ से अधिक Aadhaar IDs के बारे में सुना है। लेकिन आज भारत सिर्फ पहचान को डिजिटल नहीं बना रहा। आज करीब 90 करोड़ भारतीयों की Unique Digital Health IDs बनाई जा चुकी हैं। जिससे मेडिकल रिकॉर्ड सुरक्षित और accessible बन गए हैं। इससे हेल्थकेयर डिलीवरी और अधिक आसान और efficient हो रही है।

साथियों,

इन उपलब्धियों की सबसे बड़ी विशेषता यह है कि इनमें से अधिकांश चीजें कुछ वर्ष पहले तक कल्पना जैसी लगती थीं। कौन सोच सकता था कि गांव-गांव तक हाई-स्पीड इंटरनेट पहुंचेगा ? कौन सोच सकता था कि दूर-सुदूर के गांवों में भी QR code जीवन का हिस्सा बन जायेगा ? गांव में कोई बहन, ड्रोन से खेती करने में मदद करेगी, ये भी असंभव लगता था।

लेकिन आज यह सब, भारत के करोड़ों लोगों के जीवन का सामान्य हिस्सा बनता जा रहा है। और आपको गर्व होगा साथियों, यही नए भारत की पहचान है।

जो कभी सपना था, वह आज सच्चाई है। जो कभी नामुमकिन लगता था, वो आज मुमकिन हुआ है, औऱ ये करने के पीछे सबसे बड़ी ताकत क्या है? किसकी वजह से ये सब संभव हुआ है? यह मोदी के कारण नहीं, वो ताकत है- भारत का लोकतंत्र, भारत की डेमोक्रेसी। इस डेमोक्रेसी में सबका साथ है, सबका विकास है।

साथियों,

आज से 50 या 100 साल बाद जब भारत के इस कालखंड की समीक्षा होगी, तो ये बात उभरकर सामने आएगी कि इस कालखंड को भारत की Aspirations ने ड्राइव किया। यह भारत के एस्पिरेशन्स का नया युग है।

जहां बिजली पहुंची है, वहां लोग सिर्फ बिजली नहीं चाहते, वे Smart Living चाहते हैं। जहां ट्रेन पहुंची है, वहां लोग High-Speed Connectivity चाहते हैं। जहां हाईवे बने हैं, वहां लोग World-Class Expressways चाहते हैं। जहां इंटरनेट पहुंचा है, वहां लोग AI और Digital Innovation में नेतृत्व चाहते हैं।

यानि आज भारत के लोग अपने जीवन को भी Next Level पर ले जाना चाहते हैं, और भारत को भी Next Level पर ले जाना उनका मकसद है, उनका संकल्प है, उनके सपने है।

और साथियों,

यही Aspirations आज भारत की विकास यात्रा की सबसे बड़ी शक्ति हैं। मैं आपको भारत की Space Journey का उदाहरण दूंगा।

भारत ने चंद्रयान को चंद्रमा के South Pole पर उतारा। दुनिया ने इसे एक बहुत बड़ी उपलब्धि माना। लेकिन भारत इसे अपनी मंजिल मानकर रुका नहीं। आज देश गगनयान की तैयारी कर रहा है। भारत अंतरिक्ष में अपना Space Station बनाने की दिशा में आगे बढ़ रहा है।

हमारे Space Startups Global Space Economy में अपनी जगह बनाने के लिए पुरजोश काम कर रहे हैं, आगे बढ़ रहे हैं।

साथियों,

Green Energy के क्षेत्र में भी भारत की यही एस्पिरेशंस दिखाई देती है। Solar Power में भारत की उपलब्धियों की दुनिया भर में लगातार चर्चा हो रही हैं। लेकिन भारत अगली छलांग की तैयारी कर रहा है।

Green Hydrogen में बड़े निवेश हो रहे हैं। Advanced Nuclear Energy पर तेजी से काम हो रहा है। आपने भारत के Fast Breeder nuclear Reactor से जुड़ी प्रोग्रेस के बारे में भी सुना ज़रूर होगा। ये भारत के न्यूक्लियर एनर्जी लैंडस्केप में क्रांतिकारी परिवर्तन करने का बहुत बड़ा अचीवमेंट हमारे सीसेन्टिस्टों ने किया है।

साथियों,

आज का भारत भविष्य का पूरा Ecosystem बना रहा है। भारत एक साथ हर उस क्षेत्र में निवेश कर रहा है, जो आने वाले दशकों की दिशा तय करेगा।

अभी आपने कुछ दिन पहले ही देखा है नीस में भारत इनोवेट्स का एक आयोजन किया। ये इवेंट भारत के डीप टेक सामर्थ्य को दुनिया तक पहुंचाने का एक और माध्यम था। इसमें भारत के 120 Deep-Tech Startups उपस्थित थे। Bharat Innovates में करीब एक हजार चार सौ B2B Meetings हुईं है। कई Startups के लिए Investment Commitments आगे बढ़ीं, Commercial Orders के लिए रास्ते खुले। French और European Universities तथा Incubators के साथ Engagements बढ़ रही हैं।

Student Exchanges, Joint Research, और Innovation Support के नए रास्ते बने। इसलिए Bharat Innovates सिर्फ एक Summit नहीं रहा। यह Innovation Diplomacy का एक नया मॉडल बना है।

और आज ही पेरिस में VivaTech इवेंट के जरिए, इस यात्रा को हमने और आगे बढ़ाया। नीस में हमने Ideas को Capital से जोड़ा और पेरिस में Indian Innovation को Global Scale से जोड़ा। आज दुनिया देख रही है भारत केवल भविष्य के लिए तैयार नहीं हो रहा है। भारत भविष्य को आकार दे रहा है।

साथियों,

एक समय था, जब देशों के बीच रिश्ते केवल व्यापार से तय होते थे। आज व्यापार के साथ-साथ Trust यानि भरोसा भी उतना ही महत्वपूर्ण हो गया है।

हर देश Reliable Supply Chains चाहता है। हर देश Stable Partnerships चाहता है। हर देश ऐसे साथियों की तलाश में है, जिन पर लंबे समय तक भरोसा किया जा सके। और ऐसे समय में, भारत विश्व में एक Trusted Partner के रूप में उभर रहा है।

एवियां में G7 बैठक के दौरान मैंने trust based partnerships बनाने पर ज़ोर दिया। ग्लोबल साउथ के देशों के साथ equal पार्टनर्स के रूप में आगे बढ़ने का आह्वान किया। भारत का G7 समिट में संदेश था Global Governance तभी प्रभावी होगी जब वह Inclusive होगी। Global Growth तभी Sustainable होगी जब वह शेयर्ड होगी। और Global Technology तभी मानवता के लिए उपयोगी होगी जब वह Trusted होगी।

साथियों,

भारत और दुनिया के बीच व्यापारिक रिश्तों में नई ऊर्जा नज़र आ रही है। फ्रांस के साथ भारत का ट्रेड लगतार बढ़ रहा है। पिछले कुछ वर्षों में भारत ने दुनिया के अनेक देशों के साथ Free Trade Agreements किए हैं। यूरोपियन यूनियन हो, यूनाइटेड किंगडम हो दुनिया के हर देश, हर रीजन के साथ भारत समझौते कर रहा है।

अगले महीने से भारत और UK के बीच ट्रेड एग्रीमेंट भी लागू हो जाएगा। यह एग्रीमेंट भारत के farmers, workers और innovators को अनेक नए अवसर प्रदान करेगा।

साथियों,

आज दुनिया Uncertainty और Disruption के दौर से गुजर रही है। ऐसे समय में भारत और फ्रांस की साझेदारी विश्वास, स्थिरता और सहयोग का एक मजबूत स्तंभ बन रहा है।

इस वर्ष हमने भारत और फ्रांस के संबंधों को Special Global Strategic Partnership का दर्जा दिया था। नीस में मेरे मित्र President Macron और मैंने हमारे संबंधों को force for global good बनाने पर चर्चा की। Defence से लेकर space और नुक्लियर तक AI और क्रिटीकल मिनरल्स से लेकर high speed railway तक, हर क्षेत्र में हम मिलकर आगे बढ़ेंगे।

साथियों,

Solar energy हो, या AI के क्षेत्र में सहयोग हो, भारत और फ्रांस मिलकर ऐसे समाधान विकसित कर रहे हैं जो पूरी मानवता के हित में हैं। पिछले वर्ष पेरिस में और इस वर्ष दिल्ली में हमने AI Summit को Co-chair किया।

अब हम साथ मिलकर अगले वर्ष “तृष्णा” satellite को लॉन्च करने जा रहें हैं। यह “तृष्णा” satellite जो विश्व में फूड और वाटर सिक्युरिटी सुनिश्चित करने में योगदान देगा।

और साथियों,

यह सभी गवर्नमेंट टू गवर्नमेंट पहलो में आप सभी का योगदान बहुत महत्वपूर्ण है। ये आप हैं जो भारत और यूरोप के बीच सबसे मजबूत सेतु हैं। आप दोनों समाजों को समझते हैं। दोनों बाजारों को समझते हैं। आने वाले समय में Talent, Trade, Technology, Tourism और Investment के नए अवसरों को आगे बढ़ाने में आपकी भूमिका लगातार बढ़ने वाली हैं।

साथियों,

भारत और फ्रांस के रिश्तों को साझा इतिहास, साझा मूल्यों और साझा विश्वास ने आगे बढ़ाया है। विश्व युद्धों के दौरान फ्रांस की धरती पर बलिदान देने वाले भारतीय सैनिकों की स्मृतियां आज भी हमें जोड़ती हैं।

मुझे पहले नव शापेल में श्रद्धांजलि देने का अवसर मिला, पिछले वर्ष प्रेसिडेंट मैक्रों के साथ मार्सेय के वॉर मेमोरियल जाने का अवसर भी मिला। ये हमारी साझा विरासत है।

फ्रांस, भारतीयों के योगदान को संजोता भी है और सराहता भी है। भारतीय मूल की नूर इनायत खान हों, जिन्होंने फ्रांस की Resistance के लिए अपना जीवन बलिदान किया, या महाराजा रणजीत सिंह के साथ काम करने वाले जनरल जां फ्रांस्वा अलार हों ये सभी भारत और फ्रांस की साझा विरासत के प्रतीक हैं।

भारत के राज्य पुडुचेरी में भी फ्रेंच विरासत की झलक दिखाई देती है। वहां का Architecture, वहां की कला-संस्कृति और खान-पान सभी में हमारे संबंधों की महेक है।

साथियों,

इस समय फ्रांस समेत पूरी दुनिया में International Yoga Day की तैयारी भी चल रही है। इस अवसर पर मैं, फ्रांस में योग को आगे बढ़ाने वाले श्रीमान महेश घाट्राड्याल जी को भी आदरपूर्वक श्रद्धांजलि देता हूं। मैं पद्म पुरस्कार से सम्मानित, शार्लोत शोपां जी को भी प्रणाम करता हूं। जिन्होंने सौ वर्ष की आयु में भी, योग के माध्यम से फ़्रांस को भारत की विरासत से जोड़ा है। उनका जीवन यह सिद्ध करता है: Yoga does not add years to life, it adds life to years.

साथियों,

मैं फ्रेद नेग्री जी को भी आदरपूर्वक श्रद्धापूर्वक याद करता हूं। भारतीय विरासत को संरक्षित करने में उनका योगदान अतुल्य रहा है।

साथियों,

भारत और फ्रांस को कनेक्ट करने वाली एक और चीज है, और वो है फुटबॉल। इस वक्त यहां फुटबॉल फीवर पूरे जोर पर है। फ्रांस में इसकी दीवानगी, चप्पे-चप्पे पर दिखती है। लेकिन भारत में भी फुटबॉल का क्रेज़ सिर चढ़कर बोलता है।

खासतौर पर फ्रांस की टीम के फैन्स भारत में बहुत अधिक हैं। फ़्रांस ने इस वर्ल्ड कप की शुरुआत एक जोरदार जीत से शुरू की है। मैं फ्रांस की टीम को बहुत-बहुत शुभकामनाएं देता हूं।

साथियों,

जाने से पहले, आप सभी के लिए कुछ और अच्छी खबरें भी लेकर के आया हूँ। वो आपके लिए हैं। पिछले वर्ष, मार्सेय में कॉन्सुलेट खोला गया, इससे काफी अधिक सुविधा मिल रही है। कुछ हफ्ते पहले, Indian Nationals के लिए French Airports पर Visa-free Transit की व्यवस्था शुरू हो गई है।

Students और Professionals की Mobility बढ़ाना हो, या Educational Qualifications की Mutual Recognition की बात हो, या फिर French Universities के भारत में Campus खोलना हो, इन सभी पर हम मिलकर आगे बढ़ रहें हैं।

अब फ्रांस में UPI के उपयोग का दायरा भी और बढ़ने जा रहा है। यानि भारत-फ्रांस कनेक्ट भी Instant और आपसी Payment भी Instant!

साथियों,

इन सभी पहलों से, हम भारत और फ़्रांस को और करीब ला रहें हैं। और मैं फिर कहूंगा इस साझेदारी की नींव, इस रिश्ते की असली ताकत आप सभी हैं। आप सब मेरे देशवासी हैं।

आज जब भारत तेज़ी से विकसित भारत के लक्ष्य की ओर बढ़ रहा है, तो मैं आप सभी से भारत के साथ और गहराई से जुडने का आग्रह करूंगा। इससे भारत की विकास यात्रा को नई शक्ति मिलेगी, और आपको अपनी पुरखों की धरती की सेवा करने का अवसर भी मिलेगा।

इन्हीं शब्दों के साथ आप सभी के प्रेम आपके उत्साह और इस आत्मीय स्वागत के लिए मैं एक बार फिर आप सभी का आभार व्यक्त करता हूं।

भारत माता की जय!

बहुत बहुत धन्यवाद।