“India's labour force has a huge role to play in realizing India’s dreams and aspirations to build a developed nation in the Amrit Kaal”
“A lot of credit goes to our workers for making India one of the fastest growing countries once again”
“In the last eight years, the Government has taken the initiative to abolish the laws from the period of slavery and reflecting the mentality of slavery”
“Labour Ministry is preparing its vision for the year 2047 in Amrit Kaal”
“Flexible workplaces, a work-from-home ecosystem, and flexible work hours are the need of the future”
“We can use systems like flexible workplaces as opportunities for women's labour force participation”
“Full utilization of the ‘cess’ for building and construction workers is a must. More than 38000 crores have not been utilized by the states.

নমস্কাৰ,

চণ্ডীগড়ৰ এডমিনিষ্ট্ৰেটৰ শ্ৰীমান বনৱাৰী লাল পুৰোহিত জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰী ভূপেন্দ্ৰ যাদব জী, শ্ৰী ৰামেশ্বৰ তেলী জী, সকলো ৰাজ্যৰ আদৰণীয় শ্ৰম মন্ত্ৰীগণ, শ্ৰম সচিবগণ, অন্য মহানুভৱ, দেৱীসকল আৰু সজ্জনসকল, সৰ্ব প্ৰথমে মই ভগৱান তিৰুপতি বালাজীৰ চৰণত প্ৰণিপাত কৰিছো। যি পৱিত্ৰ স্থানত এতিয়া আপোনালোক উপস্থিত আছে, সেয়া ভাৰতৰ শ্ৰম আৰু সামৰ্থ্যৰ সাক্ষী হৈ আছে। মোৰ বিশ্বাস আছে, এই কনফাৰেঞ্চৰ পৰা ওলোৱা চিন্তাই দেশৰ শ্ৰম-সামৰ্থ্যক শক্তিশালী কৰিব। মই আপোনালোক সকলোকে আৰু বিশেষকৈ শ্ৰম মন্ত্ৰালয়ক এই আয়োজনৰ বাবে অভিনন্দন জনাইছো।

 

বন্ধুসকল,

এই ১৫ আগষ্টত দেশে নিজৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিলে, স্বাধীনতাৰ অমৃত কালত প্ৰৱেশ কৰিলে। অমৃত কালত বিকশিত ভাৰতৰ নিৰ্মাণৰ বাবে আমাৰ যি সপোন আছে, যি আকাংক্ষা আছে, সেয়া সাকাৰ কৰাত ভাৰতৰ শ্ৰম শক্তিৰ বহুত ডাঙৰ ভূমিকা আছে। এই চিন্তাৰেই দেশে সংগঠিত আৰু অসংগঠিত ক্ষেত্ৰত কাম কৰা কোটি কোটি শ্ৰমিক বন্ধুৰ বাবে নিৰন্তৰ কাম কৰি আছে।

প্ৰধানমন্ত্ৰী শ্ৰম-যোগী মানধন যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ দৰে অনেক প্ৰয়াসে শ্ৰমিকসকলক এক ধৰণৰ সুৰক্ষা কৱচ দিছে। এনেকুৱা যোজনাৰ ফলত অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলৰ মনত এই ভাব জাগিছে যে দেশে তেওঁলোকৰ শ্ৰমকো সমানেই সন্মান কৰে। আমি কেন্দ্ৰ আৰু ৰাজ্যৰ এনেকুৱা সকলো প্ৰয়াসক সম্পূৰ্ণ সংবেদনশীলতাৰে একত্ৰিত কৰিব লাগিব, যাতে শ্ৰমিকসকলে তেওঁলোকৰ সবাতোকৈ অধিক লাভ পাব পাৰে।

 

বন্ধুসকল,

দেশৰ এই প্ৰয়াসবিলাকৰ কিমান প্ৰভাৱ আমাৰ অৰ্থনৈতিক ব্যৱস্থাত পৰিছে, ইয়াৰ সাক্ষী আমি কৰোণা কালতো হৈছো। 'ইমাৰ্জেঞ্চী ক্ৰেডিট লাইন গেৰাণ্টী স্কিম' ইয়াৰ ফলত লাখ লাখ ক্ষুদ্ৰ উদ্যোগে সহায় পালে। এটা অধ্যয়ন অনুসৰি, এই স্কিমৰ ফলত প্ৰায় ডেৰ কোটি মানুহৰ সংস্থাপন যাবলগা আছিল, সেয়া নগ'ল, সেই সংস্থাপন বাচি গ'ল। কৰোণাৰ সময়ত EPFOৰ পৰাও কৰ্মচাৰীয়ে ডাঙৰ সহায় পালে, কেইবা হাজাৰ কোটি টকা কৰ্মচাৰীক এডভাঞ্চ হিচাপে দিয়া হ'ল। আৰু বন্ধুসকল, আজি আমি দেখি আছো যে যেনেকৈ প্ৰয়োজনৰ সময়ত দেশে নিজৰ শ্ৰমিকসকলৰ লগ দিয়ে, তেনেকৈ এই মহামাৰীৰ পৰা ওলাই আহিবলৈ শ্ৰমিকসকলেও সম্পূৰ্ণ শক্তি লগাই দিলে। আজি ভাৰত আকৌ পৃথিৱীৰ সবাতোকৈ দ্ৰুতগতিত অগ্ৰসৰ হৈ থকা অৰ্থনৈতিক ব্যৱস্থা হৈছে, ইয়াৰ বহুত ডাঙৰ কৃতিত্ব আমাৰ শ্ৰমিকসকলৰে প্ৰাপ্য।

 

বন্ধুসকল,

দেশৰ প্ৰতিজন শ্ৰমিকক সামাজিক সুৰক্ষাৰ পৰিসৰলৈ আনিবলৈ, কেনেকৈ কাম হৈ আছে, তাৰ এটা উদাহৰণ 'ই-শ্ৰম পৰ্টেল'। এই পৰ্টেল যোৱা বছৰ আৰম্ভ কৰা হৈছিল, যাতে অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলৰ বাবে আধাৰেৰে সংযুক্ত নেচনেল ডেটাবেছ নিৰ্মাণ হ'ব পাৰে। মই আনন্দিত যে এই এবছৰতে, এই পৰ্টেলৰ সৈতে ৪০০ বেলেগ বেলেগ ক্ষেত্ৰত কাম কৰা প্ৰায় ২৮ কোটি শ্ৰমিক সংযুক্ত হৈছে। বিশেষভাৱে ইয়াৰ লাভ কনষ্ট্ৰাকছন ৱৰ্কাৰ্ছ, প্ৰৱাসী মজদুৰ, আৰু ডমেষ্টিক ৱৰ্কাৰ্ছে লাভ কৰি আছে। এতিয়া এওঁলোকেও Universal Account Numberৰ দৰে সুবিধাৰ মুনাফা পাই আছে। শ্ৰমিকসকলৰ সংস্থাপনৰ সুযোগ বৃদ্ধি কৰিবলৈ, 'ই-শ্ৰম পৰ্টেল'ক National Career Service, অসীম পৰ্টেল আৰু উদ্যম পৰ্টেলৰ সৈতেও সংযুক্ত কৰি থকা হৈছে।

এই কনফাৰেঞ্চত উপস্থিত আপোনালোক সকলোকে মোৰ আৱেদন যে নেচনেল পৰ্টেলৰ ইণ্টিগ্ৰেশ্যনৰ সমান্তৰালকৈ আমি ষ্টেট পৰ্টেলবিলাককো লগতে সমন্বিত কৰাৰ ওপৰত জৰুৰ কাম কৰো। ইয়াৰ ফলত দেশৰ সকলো শ্ৰমিকৰ বাবে নতুন সুযোগ মুকলি হ'ব, সকলো ৰাজ্যই দেশৰ শ্ৰমশক্তিৰ অধিক প্ৰভাৱশালী মুনাফা পাব।

 

বন্ধুসকল,

আপোনালোক সকলোৱে ভালদৰে জানে যে আমাৰ দেশত এনেধৰণৰ কিমান শ্ৰম আইন আছে যি ইংৰাজৰ সময়ৰ পৰা চলি আহিছিল। যোৱা আঠ বছৰত আমি দেশত দাসত্বৰ সময়ৰ, আৰু দাসত্বৰ মানসিকতাযুক্ত আইন শেষ কৰাৰ পদক্ষেপ লৈছো। দেশে এতিয়া এনেধৰণৰ শ্ৰম আইনবিলাক সলনি কৰি আছে, সংশোধন কৰি আছে, সিবিলাক সৰল বনাই আছে। এই চিন্তাৰেই ২৯খন শ্ৰম আইনক ৪টা সৰল লেবাৰ কোডছত পৰিণত কৰা হ'ল। ইয়াৰ ফলত আমাৰ শ্ৰমিক ভাতৃ-ভগ্নী ন্যূনতম দৰমহা, সংস্থাপনৰ সুৰক্ষা, সামাজিক সুৰক্ষা আৰু স্বাস্থ্য সুৰক্ষাৰ দৰে বিষয়ৰ ওপৰত আৰু শক্তিশালী হ'ব। নতুন লেবাৰ কোডছত Inter-State migrant laboursৰ পৰিভাষাও সংশোধিত হৈছে। আমাৰ প্ৰৱাসী শ্ৰমিক ভাতৃ-ভগ্নীয়ে 'ৱান নেচন, ৱান ৰেচন কাৰ্ড'ৰ দৰে যোজনাৰ পৰাও বহুত সহায় পাইছে।

 

বন্ধুসকল,

আমি আৰু এটা কথা মনত ৰাখিব লাগিব। পৃথিৱী দ্ৰুতগতিত সলনি হৈ আছে। যদি আমি নিজকে দ্ৰুতগতিত সাজু নকৰো তেন্তে আকৌ পিছপৰি যোৱাৰ বিপদ হ'ব। প্ৰথম, দ্বিতীয় আৰু তৃতীয় ঔদ্যোগিক ক্ৰান্তিৰ লাভ আদায় কৰাত ভাৰত পিছপৰি ৰৈছিল। এতিয়া চতুৰ্থ ঔদ্যোগিক ক্ৰান্তিৰ সময়ত ভাৰতে দ্ৰুতগতিত সিদ্ধান্তও ল'ব লাগিব আৰু তাক দ্ৰুতগতিত ৰূপায়ণো কৰিব লাগিব। পৰিৱৰ্তিত সময়ৰ সৈতে, যেনেকৈ Nature of Job সলনি হৈ আছে, সেয়া আপোনালোকেও দেখি আছে।

আজি পৃথিৱী Digital Eraত প্ৰৱেশ কৰি আছে, সমগ্ৰ বিশ্বৰ পৰিৱেশ দ্ৰুতগতিত সলনি হৈ আছে। আজি আমি সকলো gig আৰু platform economyৰ ৰূপত সংস্থাপনৰ এটা নতুন পৰিসৰৰ সাক্ষী হৈ আছো। অনলাইন শ্বপিঙেই হওক, অনলাইন হেল্থ ছাৰ্ভিচেছ হওক, অনলাইন টেক্সি আৰু ফুড ডেলিভাৰী হওক, এয়া আজি চহৰীয়া জীৱনৰ অংশ হৈ পৰিছে। লাখ লাখ যুৱকে এই সেৱাসমূহক, এই নতুন বজাৰক গতি দি আছে। এই নতুন সম্ভাৱনাসমূহৰ বাবে আমাৰ সঠিক নীতি আৰু সঠিক প্ৰয়াসে এই ক্ষেত্ৰত ভাৰতক গ্লবেল লীডাৰ বনোৱাত সহায় কৰিব।

বন্ধুসকল,

দেশৰ শ্ৰম মন্ত্ৰালয়ে অমৃত কাল বৰ্ষ ২০৪৭ৰ বাবে নিজৰ ভিজনো প্ৰস্তুত কৰি আছে। ভৱিষ্যতৰ প্ৰয়োজন- Flexible work places, work from home ecosystem. ভৱিষ্যতৰ প্ৰয়োজন- Flexi work hours। আমি flexible work placeৰ দৰে ব্যৱস্থাক মহিলা শ্ৰমশক্তিৰ অংশগ্ৰহণৰ বাবে সুযোগ হিচাপে ব্যৱহাৰ কৰিব পাৰো। এই ১৫ আগষ্টত লালকিল্লাৰ পৰা মই দেশৰ নাৰী শক্তিৰ সম্পূৰ্ণ অংশগ্ৰহণ আহ্বান কৰিছো। নাৰী শক্তিৰ সঠিক ব্যৱহাৰ কৰি ভাৰতে নিজৰ লক্ষ্যসমূহ আৰু খৰতকীয়াকৈ আহৰণ কৰিব পাৰে। দেশত নতুনকৈ উত্থান হৈ থকা খণ্ডবিলাকত মহিলাৰ বাবে আৰু কি কৰিব পাৰি, আমি এই দিশতো ভাবিব লাগিব।

বন্ধুসকল,

২১শ শতিকাত ভাৰতৰ সফলতা এই কথাৰ ওপৰতো নিৰ্ভৰ কৰিব যে আমি নিজৰ ডেমোগ্ৰাফিক ডিভিডেণ্ডৰ কিমান সফলতাৰে ব্যৱহাৰ কৰো। আমি high quality skilled workforce create কৰি বিশ্বজনীন সুযোগৰ লাভ ল'ব পাৰো। ভাৰতে পৃথিৱীৰ কেইবাখনো দেশৰ সৈতে migration and mobility partnership agreements-ও স্বাক্ষৰ কৰি আছে। দেশৰ সকলো ৰাজ্যই এই সুযোগৰ লাভ পাওক, ইয়াৰ বাবে আমি প্ৰয়াস বঢ়াব লাগিব, পৰস্পৰে পৰস্পৰৰ পৰা শিকিব লাগিব।

বন্ধুসকল,

আজি যেতিয়া ইমান ডাঙৰ উপলক্ষত আমি সকলো একত্ৰিত হৈছো সেয়ে মই সকলো ৰাজ্যক, আপোনালোক সকলোকে কিছু আৰু আৱেদন কৰিব বিচাৰিছো। আপোনালোক সকলো পৰিচিত যে আমাৰ বিল্ডিং এণ্ড কনষ্ট্ৰাকছন ৱৰ্কাৰসকল আমাৰ কৰ্মশক্তিৰ অভিন্ন অংগ। তেওঁলোকৰ বাবে যি 'ছেছ'ৰ ব্যৱস্থা কৰা হৈছে, তাৰ সম্পূৰ্ণ প্ৰয়োগ জৰুৰী। মোক কোৱা হৈছে যে এই ছেছৰ পৰা প্ৰায় ৩৮ হাজাৰ কোটি টকা এতিয়াও ৰাজ্যসমূহৰ দ্বাৰা ব্যৱহাৰ হোৱা নাই। ইএছআইচি, আয়ুষ্মান ভাৰত যোজনাৰ সৈতে মিলি কেনেকৈ সৰ্বাধিক শ্ৰমিকক লাভবান কৰিব পাৰি, এই দিশতো আমি মনোযোগ দিব লাগিব।

মোৰ বিশ্বাস আছে যে আমাৰ এই সামূহিক প্ৰয়াসে দেশৰ বাস্তৱিক সামৰ্থ্যক সন্মুখলৈ অনাত বিশেষ ভূমিকা পালন কৰিব। এই বিশ্বাসেৰেই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ! আৰু মোৰ বিশ্বাস আছে যে এই দুদিনীয়া আলোচনাত আপোনালোকে নতুন সংকল্পৰ সৈতে, নতুন বিশ্বাসৰ সৈতে দেশৰ শ্ৰমশক্তিৰ সামৰ্থ্য বঢ়োৱাত সফল হ'ব।

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature

Media Coverage

IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of Prime Minister addresses the Indian Community in Paris
June 18, 2026

नमस्ते!

बों जू!

ऐसा लग रहा है, आप सब छुट्टी के मूड में हैं।

साथियों,

ये पेरिस शहर, Lights का शहर है, रंगों का शहर है, यहां Art है, Ideas हैं, और innovation की प्रेरणा भी है। इस शहर को भारत के अलग-अलग राज्यों से आए आप सभी लोग और भी खूबसूरत बना देते हैं। नए नए रंगों से भर देते हैं।

कोई तमिल है, कोई पंजाबी है, कोई गुजराती है, तो कोई मराठी है, और कोई बंगाली है। भारत के हर कोने का प्रतिनिधित्व यहां दिखाई देता है।

साथियों,

मैं जब 14 जून को नीस पहुंचा था तो सबसे पहले भारत इनोवेट्स कार्यक्रम में शामिल हुआ था। आज जब मैं फ्रांस से वापसी की तैयारी में हूं तो लग रहा है जैसे भारत कनेक्ट्स कार्यक्रम में आ गया हूं।

फ्रांस में रहने वाले आप लोगों ने 21वीं सदी के भारत-फ्रांस रिश्तों को जिस तरह कनेक्ट किया है, वो हमारी Strategic Partnership की बहुत बड़ी ताकत बन रही है। मैं आप सभी के लिए भारत से 140 करोड़ देशवासियों की शुभकामनाएं लेकर आया हूं। इस आत्मीय स्वागत के लिए, मैं आप सभी का हृदय से आभार व्यक्त करता हूं।

साथियों,

आज मैं ऐसे समय में फ्रांस आया हूं जब कुछ ही दिन पहले हमारी सरकार के 12 वर्ष पूरे हुए हैं। चुने हुए प्रधानमंत्री के रूप निरंतर 12 साल तक देश की सेवा करना मेरे जीवन का बहुत बड़ा सौभाग्य रहा है। यह भारत के लोकतंत्र की शक्ति है जिसने एक चायवाले को यहां तक पहुंचा दिया।

साथियों,

बीते 12 वर्ष, 140 करोड़ भारतीयों के अद्भुत सामर्थ्य के रहे हैं। 12 साल के इस कालखंड में भारत का GDP दोगुना हुआ है। Airports की संख्या दोगुनी हुई है। Universities की संख्या भी दोगुनी हो गई है। Highway Construction की स्पीड तीन गुना बढ़ गई। और Metro Network, चार गुणा बड़ा हो गया है।

मैं आपको कुछ और फैक्ट्स दूंगा, उससे आप अंदाजा लगा पाएंगे कि भारत किस स्पीड और कितने बड़े स्केल पर काम कर रहा है। पिछले 12 वर्षों में भारत का Defence Export 35 गुणा यानि Thirty Five Times बढ़ गया है।

औऱ एक फैक्ट सुनिए भारत में मोबाइल मैन्यूफैक्टरिंग यूनिट्स में, 100 गुणा की बढ़ोतरी हुई है। 100 times. भारत अब दुनिया का दूसरा सबसे बड़ा mobile phone manufacturer है। इसी गति, इसी प्रगति का नतीजा है कि आज भारत दुनिया की Fastest Growing Major Economy है।

साथियों,

आज भारत की कहानी सिर्फ Economic Progress की कहानी नहीं है। सिर्फ यहाँ अटक नहीं जाती है। ये Social Transformation की भी कहानी है।

पिछले 12 साल में देश में 25 करोड़ लोग गरीबी से बाहर निकले हैं। यानि एक ऐसी प्रगति जिसका लाभ समाज के अंतिम व्यक्ति तक पहुंच रहा है। फ्रांस में जितने घर हैं, उससे भी अधिक पक्के घर बीते 12 वर्ष में हमने जरूरतमंदों के लिए बनाए हैं।

अब हर परिवार के पास, गरीब से गरीब क्यों न हो, Bank Account है। Financial Inclusion एक सरकारी कार्यक्रम नहीं, बल्कि सामाजिक परिवर्तन का अभियान बना है।

साथियों,

इन 12 वर्षों की उपलब्धियों में, एक उपलब्धि ऐसी भी है जिसे किसी आंकड़े से, या अंकों से, नहीं मापा जा सकता। वह है 140 करोड़ भारतीयों का आत्मविश्वास।

आज का भारत और आज के भारत का युवा बहुत बड़े सपने देख रहा है। भारत का किसान नई संभावनाओं के साथ आगे बढ़ रहा है। भारत की महिलाएं नए नेतृत्व का परिचय दे रही हैं। इसलिए ये सिर्फ Achievements के 12 साल नहीं हैं, ये भारत की एस्पिरेशन्स को नई बुलंदी देने का कालखंड रहा है।

साथियों,

एक समय था जब दूर-दराज के गांवों तक आधुनिक सुविधाएं पहुंचाना वाकई बहुत मुश्किल भरा था। आज उन्हीं गांवों में बिजली भी है, इंटरनेट भी है, और डिजिटल सेवाओं की पूरी दुनिया भी है। आज एक क्लिक पर, कभी भी, कहीं भी बैंकिंग सेवाएं उपलब्ध हैं।

आज मोबाइल फोन, भारत के नागरिकों को अनेक सुविधाओं से कनेक्ट कर रहा है। हमारे किसान, हमारे मछुआरे, हमारे dairy farmers, हमारी महिलाएं, हमारे स्टूडेंट्स, सभी टेक्नोलॉजी के माध्यम से सशक्त हो रहे हैं, और अपने लिए नए अवसर बना रहे हैं।

साथियों,

आपने 125 करोड़ से अधिक Aadhaar IDs के बारे में सुना है। लेकिन आज भारत सिर्फ पहचान को डिजिटल नहीं बना रहा। आज करीब 90 करोड़ भारतीयों की Unique Digital Health IDs बनाई जा चुकी हैं। जिससे मेडिकल रिकॉर्ड सुरक्षित और accessible बन गए हैं। इससे हेल्थकेयर डिलीवरी और अधिक आसान और efficient हो रही है।

साथियों,

इन उपलब्धियों की सबसे बड़ी विशेषता यह है कि इनमें से अधिकांश चीजें कुछ वर्ष पहले तक कल्पना जैसी लगती थीं। कौन सोच सकता था कि गांव-गांव तक हाई-स्पीड इंटरनेट पहुंचेगा ? कौन सोच सकता था कि दूर-सुदूर के गांवों में भी QR code जीवन का हिस्सा बन जायेगा ? गांव में कोई बहन, ड्रोन से खेती करने में मदद करेगी, ये भी असंभव लगता था।

लेकिन आज यह सब, भारत के करोड़ों लोगों के जीवन का सामान्य हिस्सा बनता जा रहा है। और आपको गर्व होगा साथियों, यही नए भारत की पहचान है।

जो कभी सपना था, वह आज सच्चाई है। जो कभी नामुमकिन लगता था, वो आज मुमकिन हुआ है, औऱ ये करने के पीछे सबसे बड़ी ताकत क्या है? किसकी वजह से ये सब संभव हुआ है? यह मोदी के कारण नहीं, वो ताकत है- भारत का लोकतंत्र, भारत की डेमोक्रेसी। इस डेमोक्रेसी में सबका साथ है, सबका विकास है।

साथियों,

आज से 50 या 100 साल बाद जब भारत के इस कालखंड की समीक्षा होगी, तो ये बात उभरकर सामने आएगी कि इस कालखंड को भारत की Aspirations ने ड्राइव किया। यह भारत के एस्पिरेशन्स का नया युग है।

जहां बिजली पहुंची है, वहां लोग सिर्फ बिजली नहीं चाहते, वे Smart Living चाहते हैं। जहां ट्रेन पहुंची है, वहां लोग High-Speed Connectivity चाहते हैं। जहां हाईवे बने हैं, वहां लोग World-Class Expressways चाहते हैं। जहां इंटरनेट पहुंचा है, वहां लोग AI और Digital Innovation में नेतृत्व चाहते हैं।

यानि आज भारत के लोग अपने जीवन को भी Next Level पर ले जाना चाहते हैं, और भारत को भी Next Level पर ले जाना उनका मकसद है, उनका संकल्प है, उनके सपने है।

और साथियों,

यही Aspirations आज भारत की विकास यात्रा की सबसे बड़ी शक्ति हैं। मैं आपको भारत की Space Journey का उदाहरण दूंगा।

भारत ने चंद्रयान को चंद्रमा के South Pole पर उतारा। दुनिया ने इसे एक बहुत बड़ी उपलब्धि माना। लेकिन भारत इसे अपनी मंजिल मानकर रुका नहीं। आज देश गगनयान की तैयारी कर रहा है। भारत अंतरिक्ष में अपना Space Station बनाने की दिशा में आगे बढ़ रहा है।

हमारे Space Startups Global Space Economy में अपनी जगह बनाने के लिए पुरजोश काम कर रहे हैं, आगे बढ़ रहे हैं।

साथियों,

Green Energy के क्षेत्र में भी भारत की यही एस्पिरेशंस दिखाई देती है। Solar Power में भारत की उपलब्धियों की दुनिया भर में लगातार चर्चा हो रही हैं। लेकिन भारत अगली छलांग की तैयारी कर रहा है।

Green Hydrogen में बड़े निवेश हो रहे हैं। Advanced Nuclear Energy पर तेजी से काम हो रहा है। आपने भारत के Fast Breeder nuclear Reactor से जुड़ी प्रोग्रेस के बारे में भी सुना ज़रूर होगा। ये भारत के न्यूक्लियर एनर्जी लैंडस्केप में क्रांतिकारी परिवर्तन करने का बहुत बड़ा अचीवमेंट हमारे सीसेन्टिस्टों ने किया है।

साथियों,

आज का भारत भविष्य का पूरा Ecosystem बना रहा है। भारत एक साथ हर उस क्षेत्र में निवेश कर रहा है, जो आने वाले दशकों की दिशा तय करेगा।

अभी आपने कुछ दिन पहले ही देखा है नीस में भारत इनोवेट्स का एक आयोजन किया। ये इवेंट भारत के डीप टेक सामर्थ्य को दुनिया तक पहुंचाने का एक और माध्यम था। इसमें भारत के 120 Deep-Tech Startups उपस्थित थे। Bharat Innovates में करीब एक हजार चार सौ B2B Meetings हुईं है। कई Startups के लिए Investment Commitments आगे बढ़ीं, Commercial Orders के लिए रास्ते खुले। French और European Universities तथा Incubators के साथ Engagements बढ़ रही हैं।

Student Exchanges, Joint Research, और Innovation Support के नए रास्ते बने। इसलिए Bharat Innovates सिर्फ एक Summit नहीं रहा। यह Innovation Diplomacy का एक नया मॉडल बना है।

और आज ही पेरिस में VivaTech इवेंट के जरिए, इस यात्रा को हमने और आगे बढ़ाया। नीस में हमने Ideas को Capital से जोड़ा और पेरिस में Indian Innovation को Global Scale से जोड़ा। आज दुनिया देख रही है भारत केवल भविष्य के लिए तैयार नहीं हो रहा है। भारत भविष्य को आकार दे रहा है।

साथियों,

एक समय था, जब देशों के बीच रिश्ते केवल व्यापार से तय होते थे। आज व्यापार के साथ-साथ Trust यानि भरोसा भी उतना ही महत्वपूर्ण हो गया है।

हर देश Reliable Supply Chains चाहता है। हर देश Stable Partnerships चाहता है। हर देश ऐसे साथियों की तलाश में है, जिन पर लंबे समय तक भरोसा किया जा सके। और ऐसे समय में, भारत विश्व में एक Trusted Partner के रूप में उभर रहा है।

एवियां में G7 बैठक के दौरान मैंने trust based partnerships बनाने पर ज़ोर दिया। ग्लोबल साउथ के देशों के साथ equal पार्टनर्स के रूप में आगे बढ़ने का आह्वान किया। भारत का G7 समिट में संदेश था Global Governance तभी प्रभावी होगी जब वह Inclusive होगी। Global Growth तभी Sustainable होगी जब वह शेयर्ड होगी। और Global Technology तभी मानवता के लिए उपयोगी होगी जब वह Trusted होगी।

साथियों,

भारत और दुनिया के बीच व्यापारिक रिश्तों में नई ऊर्जा नज़र आ रही है। फ्रांस के साथ भारत का ट्रेड लगतार बढ़ रहा है। पिछले कुछ वर्षों में भारत ने दुनिया के अनेक देशों के साथ Free Trade Agreements किए हैं। यूरोपियन यूनियन हो, यूनाइटेड किंगडम हो दुनिया के हर देश, हर रीजन के साथ भारत समझौते कर रहा है।

अगले महीने से भारत और UK के बीच ट्रेड एग्रीमेंट भी लागू हो जाएगा। यह एग्रीमेंट भारत के farmers, workers और innovators को अनेक नए अवसर प्रदान करेगा।

साथियों,

आज दुनिया Uncertainty और Disruption के दौर से गुजर रही है। ऐसे समय में भारत और फ्रांस की साझेदारी विश्वास, स्थिरता और सहयोग का एक मजबूत स्तंभ बन रहा है।

इस वर्ष हमने भारत और फ्रांस के संबंधों को Special Global Strategic Partnership का दर्जा दिया था। नीस में मेरे मित्र President Macron और मैंने हमारे संबंधों को force for global good बनाने पर चर्चा की। Defence से लेकर space और नुक्लियर तक AI और क्रिटीकल मिनरल्स से लेकर high speed railway तक, हर क्षेत्र में हम मिलकर आगे बढ़ेंगे।

साथियों,

Solar energy हो, या AI के क्षेत्र में सहयोग हो, भारत और फ्रांस मिलकर ऐसे समाधान विकसित कर रहे हैं जो पूरी मानवता के हित में हैं। पिछले वर्ष पेरिस में और इस वर्ष दिल्ली में हमने AI Summit को Co-chair किया।

अब हम साथ मिलकर अगले वर्ष “तृष्णा” satellite को लॉन्च करने जा रहें हैं। यह “तृष्णा” satellite जो विश्व में फूड और वाटर सिक्युरिटी सुनिश्चित करने में योगदान देगा।

और साथियों,

यह सभी गवर्नमेंट टू गवर्नमेंट पहलो में आप सभी का योगदान बहुत महत्वपूर्ण है। ये आप हैं जो भारत और यूरोप के बीच सबसे मजबूत सेतु हैं। आप दोनों समाजों को समझते हैं। दोनों बाजारों को समझते हैं। आने वाले समय में Talent, Trade, Technology, Tourism और Investment के नए अवसरों को आगे बढ़ाने में आपकी भूमिका लगातार बढ़ने वाली हैं।

साथियों,

भारत और फ्रांस के रिश्तों को साझा इतिहास, साझा मूल्यों और साझा विश्वास ने आगे बढ़ाया है। विश्व युद्धों के दौरान फ्रांस की धरती पर बलिदान देने वाले भारतीय सैनिकों की स्मृतियां आज भी हमें जोड़ती हैं।

मुझे पहले नव शापेल में श्रद्धांजलि देने का अवसर मिला, पिछले वर्ष प्रेसिडेंट मैक्रों के साथ मार्सेय के वॉर मेमोरियल जाने का अवसर भी मिला। ये हमारी साझा विरासत है।

फ्रांस, भारतीयों के योगदान को संजोता भी है और सराहता भी है। भारतीय मूल की नूर इनायत खान हों, जिन्होंने फ्रांस की Resistance के लिए अपना जीवन बलिदान किया, या महाराजा रणजीत सिंह के साथ काम करने वाले जनरल जां फ्रांस्वा अलार हों ये सभी भारत और फ्रांस की साझा विरासत के प्रतीक हैं।

भारत के राज्य पुडुचेरी में भी फ्रेंच विरासत की झलक दिखाई देती है। वहां का Architecture, वहां की कला-संस्कृति और खान-पान सभी में हमारे संबंधों की महेक है।

साथियों,

इस समय फ्रांस समेत पूरी दुनिया में International Yoga Day की तैयारी भी चल रही है। इस अवसर पर मैं, फ्रांस में योग को आगे बढ़ाने वाले श्रीमान महेश घाट्राड्याल जी को भी आदरपूर्वक श्रद्धांजलि देता हूं। मैं पद्म पुरस्कार से सम्मानित, शार्लोत शोपां जी को भी प्रणाम करता हूं। जिन्होंने सौ वर्ष की आयु में भी, योग के माध्यम से फ़्रांस को भारत की विरासत से जोड़ा है। उनका जीवन यह सिद्ध करता है: Yoga does not add years to life, it adds life to years.

साथियों,

मैं फ्रेद नेग्री जी को भी आदरपूर्वक श्रद्धापूर्वक याद करता हूं। भारतीय विरासत को संरक्षित करने में उनका योगदान अतुल्य रहा है।

साथियों,

भारत और फ्रांस को कनेक्ट करने वाली एक और चीज है, और वो है फुटबॉल। इस वक्त यहां फुटबॉल फीवर पूरे जोर पर है। फ्रांस में इसकी दीवानगी, चप्पे-चप्पे पर दिखती है। लेकिन भारत में भी फुटबॉल का क्रेज़ सिर चढ़कर बोलता है।

खासतौर पर फ्रांस की टीम के फैन्स भारत में बहुत अधिक हैं। फ़्रांस ने इस वर्ल्ड कप की शुरुआत एक जोरदार जीत से शुरू की है। मैं फ्रांस की टीम को बहुत-बहुत शुभकामनाएं देता हूं।

साथियों,

जाने से पहले, आप सभी के लिए कुछ और अच्छी खबरें भी लेकर के आया हूँ। वो आपके लिए हैं। पिछले वर्ष, मार्सेय में कॉन्सुलेट खोला गया, इससे काफी अधिक सुविधा मिल रही है। कुछ हफ्ते पहले, Indian Nationals के लिए French Airports पर Visa-free Transit की व्यवस्था शुरू हो गई है।

Students और Professionals की Mobility बढ़ाना हो, या Educational Qualifications की Mutual Recognition की बात हो, या फिर French Universities के भारत में Campus खोलना हो, इन सभी पर हम मिलकर आगे बढ़ रहें हैं।

अब फ्रांस में UPI के उपयोग का दायरा भी और बढ़ने जा रहा है। यानि भारत-फ्रांस कनेक्ट भी Instant और आपसी Payment भी Instant!

साथियों,

इन सभी पहलों से, हम भारत और फ़्रांस को और करीब ला रहें हैं। और मैं फिर कहूंगा इस साझेदारी की नींव, इस रिश्ते की असली ताकत आप सभी हैं। आप सब मेरे देशवासी हैं।

आज जब भारत तेज़ी से विकसित भारत के लक्ष्य की ओर बढ़ रहा है, तो मैं आप सभी से भारत के साथ और गहराई से जुडने का आग्रह करूंगा। इससे भारत की विकास यात्रा को नई शक्ति मिलेगी, और आपको अपनी पुरखों की धरती की सेवा करने का अवसर भी मिलेगा।

इन्हीं शब्दों के साथ आप सभी के प्रेम आपके उत्साह और इस आत्मीय स्वागत के लिए मैं एक बार फिर आप सभी का आभार व्यक्त करता हूं।

भारत माता की जय!

बहुत बहुत धन्यवाद।