PM Modi launches projects pertaining to Patna metro, construction of ammonia-urea complex at Barauni and extension LPG pipe network to Patna and Muzaffarpur
I feel the same fire in my heart that’s burning inside you, says PM Modi in Bihar referring to the anger and grief in the country after the terror attack in Pulwama
Our aim is to uplift status of those struggling to avail basic amenities: PM

ভাৰত মাতাৰ জয়

ভাৰত মাতাৰ জয়

ভাৰত মাতাৰ জয়

মঞ্চত উপৱিষ্ট সকলো মহানুভৱ তথা বিশাল সংখ্যাত উপস্থিত মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷

আপোনালোকে ইয়ালৈ ইমান বৃহৎ সংখ্যাত আমাক আশীৰ্বাদ দিয়াৰ বাবে উপস্থিত হৈছে, এইবাৰে মই আপোনালোকক শিৰ দোৱাই অভিনন্দন জনাইছো৷ মই দেখিবলৈ পাইছো যে ভিডিঅ’ৰ মাধ্যমৰ জৰিয়তেও পাটনাৰ পৰা অনেক লোক ইয়াত জড়িত হৈছে৷ পাটনা আৰু হাজাৰিবাগত অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচীত উপস্থিত থকা লোকসকলক মই প্ৰণাম জনাইছো৷

বন্ধুসকল, আদি কুম্ভস্থলী সিমৰিয়া ধাম য’ত আছে, বিহাৰ কেশৰী শ্ৰী কৃষ্ণ সিঙে য’ত সত্যাগ্ৰহ কৰিছে, ৰাষ্ট্ৰকবি ৰামধাৰী সিং দিনকৰৰ দৰে মনিষীক যিয়ে প্ৰদান কৰিছে, সেই বেগুচৰাইৰ, বিহাৰৰ পবিত্ৰ ভূমিক মই প্ৰণাম জনাইছো৷ মই দেশৰ বাবে বলিদান দিয়া শ্বহীদ কনিষ্টবল সঞ্জয় কুমাৰ সিনহা আৰু ভাগলপুৰৰ শ্বহীদ ৰত্ন কুমাৰ ঠাকুৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷ তেওঁলোকৰ পৰিয়ালৰ সৈতে মোৰ সংবেদনা প্ৰকাশ কৰিছো৷ আৰু মই অনুভৱ কৰিছো আপোনালোকৰ আৰু দেশবাসীৰ হৃদয়তে কেনেকুৱা জুই জ্বলিছে৷ যি জুই আপোনালোকৰ হৃদয়ত আছে সেয়া মোৰ হৃদয়তো আছে৷ আজি জননায়ক কৰ্পুৰী ঠাকুৰজীৰো পুণ্য তিথি৷ সামাজিক ন্যায়ৰ বাবে নিজৰ জীৱন সমৰ্পিত কৰা কৰ্পুৰী বাবুৰ আশীৰ্বাদ যাতে আমাৰ শিৰত বৰষি ৰয় সেই কামনাৰে সৈতে মই তেওঁলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছো৷

বন্ধুসকল, আজি বিহাৰৰ সামূহিক বিকাশৰ বাবে হাজাৰ কোটিৰ প্ৰায় ডজনসংখ্যক প্ৰকল্পৰ লোকাৰ্পণ, উদঘাটন আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ ইয়াত পাটনা আৰু এই চহৰক স্মাৰ্ট চিটী হিচাপে গঢ়ি তোলাৰ প্ৰকল্পও আছে৷ বিহাৰৰ ঔদ্যোগিক বিকাশ আৰু যুৱ প্ৰজন্মক কৰ্ম সংস্থাপনৰ সৈতে জড়িত কৰাৰ প্ৰকল্পও ইয়াত আছে তথা বিহাৰৰ প্ৰতিজন ব্যক্তিৰ বাবে স্বাস্থ্যৰ সুবিধা প্ৰদান কৰা প্ৰকল্পও ইয়াত আছে৷ এইসমূহ প্ৰকল্পৰ বাবে মই আপোনালোক সকলোকে, নীতিশ বাবু তথা তেওঁৰ সমগ্ৰ দলটোক অশেষ অভিনন্দন জনাইছো৷ আজি আমাৰ মাজত ভোলা বাবু থাকিলে তেওঁ অধিক প্ৰসন্ন হ’লহেঁতেন৷

বন্ধুসকল, যিদৰে ভাৰতৰ পশ্চিম প্ৰান্তত আৰ্থিক গতিবিধি অধিক হয়, তাৰ সমকক্ষ হ’ব, মইতো ইয়াকো ক’ম যে তাৰো ঊৰ্ধলৈ যোৱাৰ ক্ষমতা আমাৰ বিহাৰ আৰু পূব ভাৰতৰ আছে৷ যিদৰে এনডিএ চৰকাৰে বিহাৰসহিতে পূব ভাৰতৰ বিকাশৰ বাবে, আধুনিক আন্তঃগাঁথনিৰ বাবে এটাৰ পিছত এটাকৈ প্ৰকল্প আৰম্ভ কৰি আছে, সেইদিন বেছি দূৰ নহয় যেতিয়া এই অঞ্চলটো দেশৰ বিকাশক অগ্ৰগতি প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে পৰিগণিত হ’ব৷

ভাতৃ আৰু ভগ্নীসকল, বিহাৰসহিতে পূব ভাৰতৰ কায়াকল্প নিৰ্ধাৰণ কৰাৰ লক্ষ্যৰ সৈতে সূচনা কৰা অনেক যোজনাৰ ভিতৰত এটা প্ৰধানমন্ত্ৰী উৰ্জা গংগা যোজনাও আছে৷ এই যোজনাৰ জৰিয়তে উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ আৰু উৰিষ্যাত গেছ পাইপ লাইনৰ সৈতে সংযোজিত কৰা হৈছে৷ এই যোজনাৰ প্ৰথম পৰ্যায়ত জগদীশপুৰ-হালদিয়া পাইপ লাইনৰ পাটনা-ফুলপুৰ অংশৰ লোকাৰ্পণো কিছুদেৰী পূৰ্বে কৰা হৈছে৷ আপোনালোকৰ মনত আছে যে প্ৰায় চাৰে তিনিবছৰ পূৰ্বে ২০১৫ চনৰ জুলাই মাহত পাটনাৰ পৰাই মই ইয়াৰ আধাৰশিলা স্থাপন কৰিছিলো৷ গেছ পাইপ লাইনৰ সুবিধা বৃদ্ধি কৰি হালদিয়া-দুৰ্গাপুৰ এলপিজি পাইপ লাইনৰো বিস্তাৰ মুজফ্ফৰপুৰ আৰু পাটনালৈ কৰা হৈছে৷ আজি ইয়াৰো আধাৰশিলা স্থাপন কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল, এই প্ৰকল্পৰ দ্বাৰা তিনিটা ডাঙৰ কাম একে লগতে সমাধা হ’ব৷ প্ৰথমে ইয়াত যি বাৰাউনীত সাৰ কাৰখানাৰ পুনৰাম্ভ কৰা হৈছে, তাৰ বাবে গেছৰ সুবিধা উপলব্ধ হ’ব; দ্বিতীয়তে- পাটনাত পাইপৰ জৰিয়তে ঘৰে ঘৰে গেছ যোগানৰ কাম হ’ব৷ পেট্ৰ’ল-ডিজেলৰ পৰিৱৰ্তে চিএনজিৰে গাড়ী চলিব৷ পাটনাত চিটী গেছ বিতৰণ প্ৰকল্পৰো উদঘাটন কৰা হৈছে৷ ইয়াৰ দ্বাৰা সহস্ৰাধিক পৰিয়ালে পাইপযুক্ত গেছৰ চুলা ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব৷ এই প্ৰকল্পৰ দ্বাৰা তৃতীয়টো লাভ এয়াই হ’ব যে যেতিয়াই উদ্যোগসমূহে পৰ্যাপ্ত পৰিমাণে গেছ লাভ কৰিব, তাৰ দ্বাৰা গেছভিত্তিক অৰ্থনীতিৰ নতুন পৰিস্থিতিতন্ত্ৰ বিকশিত হ’ব, যুৱ প্ৰজন্মই কৰ্ম সংস্থাপনৰ নতুন সুবিধা লাভ কৰিব, অৰ্থাৎ এক প্ৰকাৰে উৰ্জা গংগা পৰিযোজনাৰ দ্বাৰা ইয়াৰ জনতাই বিশেষকৈ মধ্যবিত্ত লোকসকলৰ জীৱনলৈ বৃহৎ পৰিৱৰ্তন আহিব৷ চিএনজিৰ দ্বাৰা গাড়ী চালকসকলৰ ব্যয় কম হ’ব আৰু পেট্ৰ’ল-ডিজেলৰ ব্যয়ো কম হ’ব৷ তাৰোপৰি পৰিবেশৰ ওপৰতো ধনাত্মক প্ৰভাৱ পৰিব৷

বন্ধুসকল, বাৰাউনীৰ এই সাৰ কাৰখানা ইয়াৰেই সন্তান তথা বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী ডাক্টৰ শ্ৰীকৃষ্ণ সিংহজীৰ প্ৰতি আমাৰ এক নম্ৰ শ্ৰদ্ধাঞ্জলি৷ তেওঁ ইয়াক স্থাপন কৰাৰ বাবে অনেক প্ৰয়াস কৰিছিল কিন্তু পুৰণি প্ৰযুক্তিৰ ফলত ই বন্ধ হৈ গ’ল৷ এতিয়া ইয়াত গেছ যোগান সহজ হৈ পৰাত ইয়াক গেছ আধাৰিত উদ্যোগ হিচাপে নিৰ্মাণ কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল, বাৰাউনীৰ উপৰিও গোৰখপুৰ, সিন্ধ্ৰী আৰু উৰিষ্যাৰ তালচৰতো এনেধৰণৰ কাৰখানা পুনৰ্জীৱিত কৰাৰ কাম দ্ৰুত গতিত চলিবলৈ ধৰিছে৷ এই সকলোবোৰ সম্ভৱ হোৱাৰ অন্তৰালত আছে প্ৰধানমন্ত্ৰী উৰ্জা গংগা যোজনা৷

বন্ধুসকল, এই বিভিন্ন সাৰ কাৰখানাৰ দ্বাৰা ইয়াৰে কৃষক ভাতৃসকলে পৰ্যাপ্ত পৰিমাণে সাৰ পোৱাৰ উপৰিও যুৱ প্ৰজন্মই ন ন কৰ্ম সংস্থাপনো লাভ কৰিব পাৰিব৷ আমাৰ কৃষক ভাতৃ-ভগ্নীসকলৰ বাবে এই বাজেটত চৰকাৰে এক ঐতিহাসিক যোজনাৰ ঘোষণা কৰিছে৷ প্ৰধানমন্ত্ৰী কৃষক সন্মান যোজনাৰ অধীনত অনাগত ১০টা বৰ্ষত চাৰে সাত লাখ কোটি টকা কৃষকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে জমা কৰা হ’ব৷ ইয়াৰে এক বৃহৎ লাভ বিহাৰৰ কৃষকসকলেও লাভ কৰিব৷ চিন্তা কৰক, যেতিয়া ইমান বৃহৎ ৰাশি দেশৰ গ্ৰামীণ ব্যৱস্থাত, গ্ৰামীণ অৰ্থব্যৱস্থাত প্ৰত্যক্ষভাৱে জমা হ’ব, বিনা মধ্যভোগীৰ হস্তক্ষেপৰ দ্বাৰা, তেন্তে গাঁওসমূহে, গাঁৱৰ বাসিন্দাসকলে কিমান সকাহ পাব৷

ভাতৃ আৰু ভগ্নীসকল, যেতিয়া কোনো উদ্যোগ স্থাপন হয় তেতিয়া নিকটৱৰ্তী অঞ্চলত কৰ্ম সংস্থাপনৰ এক পৰিবেশৰ সৃষ্টি হয় আৰু ইয়াৰ দ্বাৰা বিহাৰৰ সৈতে সমগ্ৰ পূব ভাৰতেই লাভান্বিত হ’ব৷ সেইদৰে বাৰাউনীৰ শোধনাগাৰৰো প্ৰসাৰণৰ দ্বাৰা ইয়াত খাৰুৱা তেলৰ শোধন ক্ষমতা বৃদ্ধি হ’ব আৰু বিহাৰৰ সৈতে নেপাল পৰ্যন্ত পেট্ৰ’লিয়ামৰ সৈতে জড়িত সামগ্ৰী সহজে উপলব্ধ হ’ব৷

বন্ধুসকল, আমাৰ চৰকাৰৰ দ্বাৰা যোগাযোগ ব্যৱস্থা সুদৃঢ়কৰণ কৰাতো গুৰুত্ব প্ৰদান কৰা হৈছে৷ আজি ইয়াৰ পৰা ৰাঁচী-পাটনা সাপ্তাহিক এক্সপ্ৰেছক সেউজীয়া পতাকা প্ৰদৰ্শন কৰা হৈছে৷ ইয়াৰোপৰি বাৰাউনী-কুমেদপুৰ, মুজফ্ফৰপুৰ-ৰক্সোল, ফতুহা-ইছলামপুৰ, বিহাৰ শ্বৰীফ-দানিয়াবান ৰে’ল লাইনসমূহৰ বৈদ্যুতিকীকৰণৰ কাম সম্পূৰ্ণ কৰা হৈছে৷

বন্ধুসকল, ৰে’লৰ সৈতে আমি চহৰসমূহতো ট্ৰেফিক ব্যৱস্থাৰ উত্তৰণ কৰি আছো৷ মই পাটনাৰ বাসিন্দাসকলক অশেষ অভিনন্দন জনাইছো কিয়নো পাটলিপুত্ৰ এতিয়া মেট্ৰ’ ৰে’লৰ সৈতে জড়িত হ’ব৷ ১৩ হাজাৰ কোটি টকাতকৈও অধিক এই প্ৰকল্পক বৰ্তমানৰ সৈতে ভবিষ্যতৰ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ প্ৰদান কৰি বিকশিত কৰা হৈছে৷ এই বিকশিত মেট্ৰ’ প্ৰকল্পৰ দ্বাৰা পাটনা চহৰৰ উন্নতি হোৱাৰ লগতে নতুন দিশত অগ্ৰসৰ হ’ব৷ ইয়াৰ সৈতে পাটনা ৰিভাৰ ফ্ৰণ্টৰ উন্নয়নৰ দ্বাৰা পাটনাত থকা লোকসকল আৰু ইয়ালৈ অহা পৰ্যটকসকলে নতুন অভিজ্ঞতা লাভ কৰিব৷

বন্ধুসকল, এনডিএ চৰকাৰৰ যোজনাৰ বীক্ষণ আৰু আমাৰ বিকাশৰ যাত্ৰা দুটা লাইনত একেসময়তে অগ্ৰসৰ হৈছে৷ প্ৰথম লাইনত আছে আন্তঃগাঁথনিৰ সৈতে জড়িত যোজনাসমূহ- ঔদ্যোগিক বিকাশ, জনতাক আধুনিক সুবিধা প্ৰদান; আৰু দ্বিতীয়টো লাইনত আছে- সেই বঞ্চিত, শোষিত, পীড়িতসকলৰ জীৱন সহজ কৰি তোলা, যিসকলে বিগত ৭০ বছৰ ধৰি মুলভূত সুবিধাসমূহৰ বাবে সংঘৰ্ষ কৰি আছে, সেই সুবিধাৰ পৰা বঞ্চিত হৈ আছে৷ আমাৰ সেই ভাই-ভনীসকলৰ বাবে পকী ঘৰ নিৰ্মাণ কৰা, তেওঁলোকৰ পাকঘৰ ধোঁৱাৰ পৰা মুক্ত কৰা, গেছৰ সংযোগ প্ৰদান কৰা, তেওঁলোকৰ ঘৰ বিদ্যুতৰ দ্বাৰা পোহৰ কৰা, শৌচালয়ৰ নিৰ্মাণ, তেওঁলোকক চিকিৎসাৰ সুবিধা প্ৰদান কৰা, ঔষধৰ খৰচৰ পৰা মুক্ত কৰা, কন্যাৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰা, এনেকুৱা অনেক যোজনা আমাৰ চৰকাৰে চলাইছে৷ নতুন ভাৰতৰ পথ এই দুটা লাইনৰ মাজেৰেই পাৰ হয়৷ কেন্দ্ৰ চৰকাৰৰ আৱাস যোজনাৰ অধীনত বিহাৰত দুখীয়া লোকৰ বাবে ১৮ লাখতকৈও অধিক গৃহ নিৰ্মাণ কৰা হৈছে৷ ইয়াৰ ৫০ হাজাৰতকৈও অধিক ইয়াতে, বেগুচৰাইত নিৰ্মাণ হৈছে৷

সেইদৰে অমৃত অভিযানৰ অধীনত বিহাৰৰ ২৭খন চহৰ যেনে- আৰা, হাজীপুৰ, পাটনা, সাসাৰাম, মোতিহাৰী, ভাগলপুৰ, মুংগেৰ, সিৱান আদিক আধুনিক সুবিধাৰ সৈতে সংযোজিত কৰা হৈছে৷ আজিও পাটনাৰ সৈতে বিহাৰৰ অন্য চহৰৰ বাবে খোৱা পানী, শৌচালয়ৰ পৰা পানীৰ নিষ্কাশনৰ বাবে স্বচ্ছতাৰ সৈতে জড়িত ২২টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ ঠিক সেইদৰে কৰমালীচক, বাড়, চুলতানগঞ্জ আৰু নৌগঠিয়াৰ বাবে নৰ্দমাৰ নেটৱৰ্ক আৰু দূষিত পানীৰ পৰিষ্কাৰকৰণৰ সৈতে জড়িত প্ৰকল্প যেতিয়া সম্পূৰ্ণ হৈ উঠিব তেতিয়া ইয়াৰ দ্বাৰা নমামি গংগেৰ দৰে অভিযানৰ সৱলীকৰণ হ’ব৷ আমাৰ এই চহৰো পৰিষ্কাৰ হৈ থাকিব, ইয়াৰ পানীও পৰিষ্কাৰ হৈ থাকিব৷

ভাতৃ আৰু ভগ্নীসকল, গেছভিত্তিক অৰ্থব্যৱস্থাই হওক, যোগাযোগ ব্যৱস্থাই হওক, স্মাৰ্ট চিটীয়েই হওক, গংগাজীৰ পৰিষ্কাৰকৰণৰ কথাই হওক, এনেকুৱা সমগ্ৰ ব্যৱস্থাৰ সৈতে এনডিএ চৰকাৰে দুখীয়া আৰু মধ্যবিত্তবৰ্গৰ স্বাস্থ্যৰ ওপৰতো মনোযোগ প্ৰদান কৰিছে৷ বিহাৰত স্বাস্থ্য সেৱাৰ দৃষ্টিৰে আজিৰ দিনটো এক ঐতিহাসিক দিন৷ ছপৰা আৰু পুৰ্ণিয়াত এতিয়া নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হ’ব, ভাগলপুৰ আৰু গয়াৰ চিকিৎসা মহাবিদ্যালয়ৰ উন্নীতকৰণ কৰা হৈছে৷ ইয়াৰোপৰি বিহাৰৰ পাটনাৰ এইমছৰ উপৰিও আৰু এখন এইমছ নিৰ্মাণৰ কাম চলি আছে৷ এই সকলো সুবিধা বিকশিত হোৱাৰ পিছত বিহাৰৰ জনতাই গুৰুতৰ ৰোগৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰয়োজনীয়তা কম হৈ পৰিব৷

ভাতৃ আৰু ভগ্নীসকল, মই দুখীয়াৰ অন্তৰৰ সেই দুখ বুজি পাওঁ যেতিয়া তেওঁলোকে নিজৰ চিকিৎসা কৰিব নোৱাৰে কাৰণ তেওঁ নিজৰ ঘৰ চলাব লাগে, সন্তানক পঢ়ুৱাব লাগে৷ এনে স্থিতিত তেওঁৰ বেমাৰ আৰু গুৰুতৰ হৈ পৰে৷ দেশৰ সকলো দুখীয়া লোকক এই চিন্তাৰ পৰা মুক্ত কৰাৰ বাবে এনডিএ চৰকাৰে আয়ুষ্মান ভাৰত যোজনা প্ৰধানমন্ত্ৰী স্বাস্থ্য যোজনাৰ প্ৰণয়ন কৰিছে৷ এই যোজনাৰ দ্বাৰা দেশৰ প্ৰায় ৫০ কোটি দুখীয়া লোকৰ বাবে আশাৰ কিৰণ হৈ উঠিছে৷ ইয়াৰে পাঁচ কোটিতকৈও অধিক লোক মোৰ বিহাৰৰ৷ এই পৰ্যন্ত এই যোজনাৰ মাত্ৰ ১৫০ দিনো হোৱা নাই, ইমান কম সময়তে দেশৰ প্ৰায় ১২ লাখ দুখীয়া ভাই-ভনীয়ে ইয়াৰ দ্বাৰা বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ হৈছে৷ ইয়াত বিহাৰৰো প্ৰায় চাৰে বাৰ হাজাৰতকৈ অধিক লোকে চিকিৎসাৰ সুবিধা লাভ কৰিছে৷ অলপতে আমাৰ চৰকাৰে সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে আৰ্থিক ভিত্তিত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থাও কৰিছে৷ এয়া অন্য বৰ্গৰ সংৰক্ষণ ব্যৱস্থাৰ ক্ষতি নোহোৱাকৈ প্ৰণয়ন কৰা হৈছে৷

বন্ধুসকল, বিকাশ আু বিশ্বাসৰ এই সকলোবোৰ কাৰ্য এইবাবেই সম্ভৱ হৈছে কাৰণ আপোনালোকে চাৰে চাৰি বছৰ পূৰ্বে এক শক্তিশালী চৰকাৰৰ গঠন কৰিছিল যি সম্পূৰ্ণ ক্ষমতাৰ সৈতে দ্ৰুত গতিত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, সিদ্ধান্তসমূহ প্ৰণয়ন কৰিব পাৰে৷ আৰু সেইবাবে পুনৰবাৰ আপোনালোক সকলো শুভকামনাৰ সৈতে এই বিকাশৰ যোজনাসমূহে নতুন বিহাৰৰ পৰিচয় সাব্যস্ত কৰিব, যুৱপ্ৰজন্মক কৰ্ম সংস্থাপন প্ৰদান কৰিব, কৃষকসকলৰ সৱলীকৰণ কৰিব, আৰোগ্যৰ দৃষ্টিৰে সুস্থ বিহাৰৰ সপোন বাস্তৱায়িত কৰিব৷ এই সকলোবোৰৰ বাবে আপোনালোক সকলোকে অনেক শুভকামনা যাচিছো৷ নীতিশ বাবু আৰু তেওঁৰ সমগ্ৰ দললৈ বহুত বহুত অভিনন্দন৷

বহুত বহুত ধন্যবাদ৷ মোৰ সৈতে সমস্বৰে কওক-

ভাৰত মাতাৰ-জয়

ভাৰত মাতাৰ জয়-

ভাৰত মাতাৰ জয়-

অশেষ ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Barak Valley will become a major logistics and trade hub for the North East: PM Modi in Silchar, Assam
March 14, 2026
Today, North-East India is the center of India’s Act East Policy; It is becoming a bridge that connects India with South-East Asia: PM
The farmers of Barak Valley and tea garden workers have made a significant contribution to Assam’s development; the Government is continuously working for farmers’ welfare: PM
We consider border villages as the nation’s first villages; the next phase of the Vibrant Village Programme was launched from Cachar district to boost development in several Barak Valley villages as well: PM

भारत माता की जय।

भारत माता की जय।

भारत माता की जय।

प्रानोप्रिय बोराक उपत्यकार, सम्मानित नागरिकवृंद, आपनादेर शोबाई के आमार प्रोणाम जानाई।

राज्य के लोकप्रिय मुख्यमंत्री हिमंता बिस्वा सरमा जी, केंद्रीय मंत्रिमंडल में मेरे साथी सर्बानंद सोनोवाल जी, उपस्थित राज्य सरकार के मंत्रीगण, जनप्रतिनिधिगण और मेरे प्यारे भाईयों और बहनों।

संस्कृति, साहस और जीवंतता से भरपूर बराक वैली के आप सभी परिवारजनों के बीच आना बहुत विशेष अनुभव रहता है। सिलचर को तो बराक घाटी का गेटवे कहा जाता है। ये वो जगह है जहां इतिहास, भाषा, संस्कृति और उद्यम ने मिलकर अपनी एक विशेष पहचान बनाई है। यहां बांग्ला बोली जाती है, असमिया की गूँज सुनाई देती है और अन्य जनजातीय परंपराएं भी फुलती-फलती हैं। यहां इतनी विविधता को अपनी ताकत बनाकर आप सभी भाईचारे के साथ, सद्भाव के साथ, इस पूरे क्षेत्र का विकास कर रहे हैं। ये बराक वैली का बहुत बड़ा सामर्थ्य है

साथियों,

बराक नदी के उपजाऊ मैंदानों ने, यहां के चाय बागानों ने, यहां के किसानों को, यहां के ट्रेड रूट्स को, एजुकेशन सेंटर्स को हमेशा प्रोत्साहित किया है। ये क्षेत्र असम ही नहीं, पूरे नॉर्थ ईस्ट और पश्चिम बंगाल को भी कनेक्ट करता है। बराक घाटी के इसी महत्व को 21वीं सदी में और अधिक सशक्त करने के लिए मैं आज आपके बीच आया हूं, आपके आशीर्वाद लेने आया हूं। थोड़ी देर पहले यहां बराक वैली की कनेक्टिविटी से जुड़े, नॉर्थ ईस्ट की कनेक्टिविटी से जुड़े, हजारों करोड़ रूपये के प्रोजेक्ट्स का शिलान्यास और लोकार्पण हुआ है। रोड़ हो, रेल हो, एग्रीकल्चर कॉलेज हो, ऐसे हर प्रोजेक्ट्स से बराक वैली नॉर्थ ईस्ट का एक बड़ा लॉजिस्टिक और ट्रेड हब बनने जा रहा है। इससे यहां के नौजवानों के लिए रोजगार के, स्वरोजगार के अनगिनत, अनगिनत अवसर बनने जा रहे हैं। मैं आप सभी को इन सभी विकास परियोजाओं के लिए बहुत-बहुत बधाई देता हूं।

साथियों,

आजादी के अनेक दशकों तक कांग्रेस की सरकारों ने नॉर्थ ईस्ट को दिल्ली से और दिल से, दोनों से ही दूर रखा। कांग्रेस ने नॉर्थ ईस्ट को एक प्रकार से भुला दिया था। लेकिन बीजेपी की डबल इंजन सरकार ने नॉर्थ ईस्ट को ऐसे कनेक्ट किया है कि आज हर तरफ इसकी चर्चा है। आज नॉर्थ ईस्ट भारत की एक्ट ईस्ट पॉलिसी का केंद्र है, दक्षिण पूर्व एशिया के साथ भारत को जोड़ने वाला सेतु बन रहा है।

लेकिन साथियों,

जैसे कांग्रेस ने नॉर्थ ईस्ट को अपने हाल पर छोड़ दिया था, ठीक वैसे ही बराक वैली को भी बेहाल करने में कांग्रेस की बहुत बड़ी भूमिका रही है। जब देश आज़ाद हुआ, तो कांग्रेस ने ऐसी बाउंड्री खींचने दी, जिससे बराक घाटी का समंदर से संपर्क ही कट गया। जो बराक वैली कभी ट्रेड रूट के रूप में, एक औद्योगिक केंद्र के रूप में जानी जाती थी, उस बराक वैली से उसकी ताकत ही छीन ली गई। आज़ादी के बाद भी दशकों तक कांग्रेस की सरकारें रहीं, लेकिन बराक घाटी के विकास के लिए कुछ खास नहीं हुआ।

साथियों,

बीजेपी की डबल इंजन सरकार, इस स्थिति को बदल रही है। हम बराक घाटी को फिर से व्यापार कारोबार का बड़ा हब बनाने के लिए निरंतर काम कर रहे हैं। आज इस दिशा में एक बहुत बड़ा और अत्यंत महत्वपूर्ण कदम उठाया जा रहा है। आज करीब 24 हजार करोड़ रुपए के शिलांग-सिलचर हाई-स्पीड कॉरिडोर का भूमि पूजन हुआ है, 24 हजार करोड़ रुपए, कितने? कितने? 24 हजार करोड़ रुपए। कितने? कितने? कितने? ये जरा कांग्रेस वालों को पूछना, जरा कागज पेन देना और उनको कहना कि जरा कागज पर 24 हजार करोड़ लिखो तो, कितने, कितने जीरो लगते हैं, आएगा नहीं उनको। ये कांग्रेस वालों के दिमाग का ताला जहां बंद हो जाता है ना, वहां हमारा काम शुरू हो जाता है। यह नॉर्थ-ईस्ट का पहला Access Controlled High-Speed Corridor होगा।

साथियों,

ये सिर्फ एक हाईवे प्रोजेक्ट नहीं है, ये नॉर्थ ईस्ट के लोगों के दशकों पुराने इंतजार का अंत हो रहा है। इस कॉरिडोर से सिलचर, मिजोरम, मणिपुर और त्रिपुरा, ये सब राज्य कनेक्ट होने वाले हैं। इन तीनों राज्यों से आगे बांग्लादेश और म्यांमार हैं और फिर आगे दक्षिण-पूर्व एशिया का विशाल बाजार है। यानी बराक घाटी, एक बहुत उज्जवल भविष्य की तरफ जुड़ने का आज शिलान्यास कर रही है। इसका फायदा असम सहित पूरे नॉर्थ ईस्ट के किसानों को होगा, यहां के नौजवानों को होगा। इतनी अच्छी कनेक्टिविटी वाले ये सारा क्षेत्र बनने से, इस पूरे क्षेत्र में इंडस्ट्री को बल मिलेगा, टूरिज्म को फायदा होगा और सबसे बड़ी बात, हिन्दुस्तान का कोना-कोना आसानी से आप लोगों से जुड़ जाने वाला है।

साथियों,

आप सभी यहां सिलचर में ट्रैफिक को लेकर भी काफी परेशान रहे हैं। अब सिलचर फ्लाईओवर से ये समस्या भी कम हो जाएगी। सिल्चर मेडिकल कॉलेज, NIT सिल्चर और असम यूनिवर्सिटी में पढ़ाई कर रहे युवा साथियों के लिए, ये बहुत अच्छी सुविधा हो गई है। इससे आने-जाने में उनका बहुत ही कीमती समय बचने वाला है।

साथियों,

डबल इंजन की बीजेपी सरकार, असम की रेल कनेक्टिविटी पर भी बहुत अधिक काम कर रही है। खासतौर पर रेलवे का बिजलीकरण हमारी बहुत बड़ी प्राथमिकता रहा है। अब असम का ढाई हजार किलोमीटर से अधिक का रेल नेटवर्क, अब इलेक्ट्रिफाई हो चुका है। अब यहां भी तेज़ गति से ट्रेनें चल पाएंगी, इससे बराक वैली के स्वच्छ वातावरण को भी फायदा मिलेगा।

साथियों,

बराक वैली के किसानों और यहां के चाय-बागानों में काम करने वाले श्रमिकों का असम के विकास में बहुत बड़ा योगदान है। डबल इंजन सरकार किसानों के कल्याण के लिए निरंतर कदम उठा रही है। कल ही, गुवाहाटी से मैंने पीएम किसान सम्मान निधि की अगली किश्त जारी की है। अब तक पीएम किसान सम्मान निधि का देश के किसानों को लाखों करोड़ रूपया, और अकेले हमारे असम के किसानों को 20 हजार करोड़ रुपए से ज्यादा पैसा असम के किसानों को मिल चुका है। अब आप सोचिये, हमने 10 साल में यहां के किसानों की जेब में, 20 हजार करोड़ रुपया उनकी जेब में दिया है। ये कांग्रेस वालों ने 10 साल राज किया, प्रधानमंत्री तो असम से चुनकर के गए थे, उसके बावजूद भी एक फूटी कौड़ी नहीं दी, एक फूटी कौड़ी किसानों को नहीं दी, हमने 20 हजार करोड़ रूपया दिया है। कल बराक वैली के हज़ारों किसानों के खाते में भी, ये आखिरी किस्त भी पहुंची है, ये वाली किस्त पहुंची है और फिर जब चुनाव के बाद आएगा समय, तब भी पहुंचेगी। ये पैसा खेती से जुड़ी छोटी-छोटी जरूरतों को पूरा करने में, मेरे गांव के छोटे-छोटे किसान भाई-बहनों को बहुत बड़ी मदद कर रहा है।

साथियों,

बराक वैली अब अपनी फसलों के लिए ही नहीं, बल्कि कृषि से जुड़ी पढ़ाई और रिसर्च के लिए भी जानी जाएगी। पत्थरकांडी में बराक घाटी के पहले एग्रीकल्चर कॉलेज का निर्माण कार्य आज से शुरु हो रहा है। इससे किसानों को तो फायदा होगा ही, यहां के नौजवानों को कृषि स्टार्टअप्स के लिए सहयोग, समर्थन और प्रोत्साहन मिलेगा।

साथियों,

भाजपा का मंत्र है- जो विकास की दौड़ में पीछे रह गया, उसे प्राथमिकता देना। कांग्रेस की सरकारें बॉर्डर एरिया को, देश के अंतिम गांव मानती थीं। हम बॉर्डर के गांवों को देश के पहले गांव मानते हैं। और इसलिए, बॉर्डर एरिया के विकास के लिए, कछार जिले से ही वाइब्रेंट विलेज प्रोग्राम का अगला चरण शुरु किया था। इससे बराक वैली के अनेक गांवों में भी सुधार होना तय हो गया है।

साथियों,

यहां बड़ी संख्या में चाय-बागानों में कार्य करने वाले साथी भी हैं। असम सरकार ने, चाय-बगानों से जुड़े हजारों परिवारों को, उनकी जमीन का अधिकार देने का ऐतिहासिक काम किया है, वो इन परिवारों के भविष्य को बदलने की एक बड़ी शुरुआत है। जमीन के पट्टे मिलने से, इन परिवारों को सुरक्षा मिली है, उन्हें सम्मान का जीवन मिलना सुनिश्चित हुआ है।

साथियों,

आप जरा वहां से दूर रहिए, अब जगह नहीं है, आगे नहीं आ सकते हैं। देखिए वहां से जरा दूर रखिये उनको, अब आगे नहीं आ सकते भईया, अरे हमारे असम के भाई-बहन तो बड़े समझदार हैं। आपका से प्यार, आपका आशीर्वाद, ये इतनी बड़ी ताकत है, कृपा करके आप।

साथियों,

मैं हेमंता जी की सरकार को बधाई देता हूं, चाय-बागानों में करीब 200 सालों से सेवा दे रही अनेक पीढ़ियों के संघर्ष को आपने आज सम्मान दिया है। देखिए मेरी इस बात पर बादल भी गरजने लग गए। मुझे खुशी है कि जिनको पहले की सरकारों ने अपने हाल पर छोड़ दिया था, उनकी सुध बीजेपी सरकार ने ली है।

साथियों,

ये सिर्फ भूमि पर कानूनी अधिकार का ही मामला नहीं है। इससे ये लाखों परिवार, केंद्र और राज्य सरकार की अनेक कल्याणकारी योजनाओं से भी तेज़ी से जुड़ेंगे। पक्के घर की योजना हो, बिजली, पानी और गैस की योजनाएं हों, इन सब स्कीम्स का पूरा फायदा अब इन परिवारों को मिलना संभव होगा।

साथियों,

बीते सालों में बीजेपी सरकार ने चाय-बागानों में अनेक स्कूल खोले हैं, बच्चों को स्कॉलरशिप्स दिए हैं। सरकारी नौकरियों के लिए भी रास्ते खोले गए हैं। ऐसे प्रयासों से चाय-बागानों के युवाओं के लिए सुनहरे भविष्य के द्वार खुल रहे हैं।

साथियों,

बीजेपी की डबल इंजन सरकार के लिए शिक्षा, कौशल विकास और स्वास्थ्य सुविधाएं बहुत बड़ी प्राथमिकताएं रही हैं। असम ने तो शिक्षा और स्वास्थ्य को लेकर कांग्रेस की उपेक्षा को बहुत लंबे समय तक भुगता है। आज असम शिक्षा और स्वास्थ्य का बहुत बड़ा हब बनकर सामने आ रहा है। इसका बहुत अधिक फायदा बराक वैली को मिला है। आज यहां शिक्षा और स्वास्थ्य से जुड़े अनेक बड़े संस्थान बन चुके हैं।

साथियों,

कांग्रेस ने असम के युवाओं को सिर्फ हिंसा और आतंकवाद के कुचक्र में ही उलझाए रखा था। कांग्रेस ने असम को फूट डालो और राज करो की नीति की प्रयोगशाला बनाया। आज असम के युवाओं के सामने अवसरों का खुला आसमान है। आज असम भारत के सेमीकंडक्टर सेक्टर का अहम हिस्सा बन रहा है। यहां नेक्स्ट जेनरेशन टेक्नॉलॉजी से जुड़ा इकोसिस्टम और टैलेंट तैयार हो रहा है। यहां IIT और IIM जैसे संस्थान बन रहे हैं। मेडिकल कॉलेज, एम्स और कैंसर अस्पतालों का सशक्त नेटवर्क बन रहा है। शांति और प्रगति का ये नया दौर, अनेक बलिदानों और अनेक प्रयासों से आया है। अब ऐसी हर ताकत को मुंहतोड़ जवाब देना है, जो असम को पुराने दौर में धकेलने की कोशिश करती है।

साथियों,

आज मैं सिलचर से असम को सावधान-सतर्क भी करना चाहता हूं। आपने कांग्रेस को असम से बाहर किया। आज देश का हर राज्य कांग्रेस को सबक सिखा रहा है। कांग्रेस एक के बाद एक चुनाव हार रही है। अब निकट भविष्य में, कांग्रेस खुद के पराजय के इतिहास की सेंचूरी मारने वाला है। हार की हताशा से भरी कांग्रेस ने देश के खिलाफ ही मोर्चा खोल दिया है। कांग्रेस के नेता देश को बदनाम करने में जुट गए हैं, आपने देखा है, दिल्ली में इतनी बड़ी AI समिट हुई। आज पूरी दुनिया जब आर्टिफिशियल इंटेलिजेंस, AI को लेकर बहुत ही उत्सुक है। दिल्ली में सफलतापूर्वक विश्व की एक नई आशा पैदा करने वाला AI समिट हुआ। दुनियाभर के नेता, दुनियाभर की टेक्नॉलॉजी कंपनियां, टेक्नॉलॉजी के बड़े-बड़े लीडर दिल्ली आए थे। कांग्रेस ने इस समिट को बदनाम करने के लिए कपड़ा फाड़ प्रदर्शन किया। अब कांग्रेस के पास खुद के कपड़े फाड़ने के सिवा कुछ नहीं बचा है। पूरे देश ने कांग्रेस के इस भौंडे और भद्दे प्रदर्शन की आलोचना की। लेकिन दिल्ली में जो कांग्रेस का शाही परिवार है, वो इस कांड को भी अपना मेडल बता रहा है, देश को बदनाम करने वालों की वाहवाही कर रहा है। ऐसी कांग्रेस, जो देश की विरोधी हो, वो किसी राज्य का भला नहीं कर सकती, वो असम के युवाओं का कभी भला नहीं सोच सकती।

साथियों,

आजकल दुनिया में चारों तरफ और हमारे तो अड़ोस पड़ोस में ही युद्ध के हालात और आप सब भलिभांति युद्ध कि क्या भयानकता है, वो रोजमर्रा देख रहे हो। युद्ध से जो स्थितियां बनी हैं, हमारी सरकार उनसे निपटने के लिए, हमारे देश के नागरिकों को कम से कम मुसीबत आए इसलिए हो सके उतने सारे प्रयास कर रही है। हमारा प्रयास है कि देश के नागरिकों पर युद्ध का कम से कम प्रभाव पड़े। इस समय कांग्रेस से उम्मीद थी कि वो एक जिम्मेदार राजनीतिक दल की भूमिका निभाए, लेकिन कांग्रेस देश हित के इस महत्वपूर्ण काम में भी फिर एक बार फेल हो गई। कांग्रेस पूरी कोशिश कर रही है कि देश में पैनिक क्रिएट हो, देश मुश्किल में फंस जाए। और उसके बाद कांग्रेस भर-भर कर मोदी को गाली दे।

साथियों,

कांग्रेस के लिए और कांग्रेस असम के लिए, देश के लिए कांग्रेस का कोई विजन ही नहीं है, इसलिए, इन्होंने अफवाहों को, झूठ-प्रपंच को ही, और जैसे झूठे रील बनाने की इंडस्ट्री खोलकर रखी है, उसी को हथियार बना दिया है। दुनिया में जो ताकतें भारत के तेज़ विकास को नहीं पचा पा रहीं हैं, जिन विदेशी ताकतों को देश की प्रगति रास नहीं आ रही, कांग्रेस देश का दुर्भाग्य देखिए, कांग्रेस उनके हाथ की कठपुतली बनती जा रही है। इसलिए, असम के हर नागरिक को, हर नौजवान को कांग्रेस से सावधान रहना है।

साथियों,

असम हो, बराक वैली हो, अब ये विकास के पथ पर बढ़ चुका है। बराक वैली, अपनी भाषा, अपने साहित्य, अपनी संस्कृति के लिए जानी जाती है। वो दिन दूर नहीं, जब बराक वैली को विकास के नए सेंटर के रूप में पहचान मिलेगी।

साथियों,

आप इतनी बड़ी तादाद में हमें आशीर्वाद देने आए हैं। जो राजनीति के भविष्य की रेखाएं अंकित करने वाले लोग हैं, वो भांति-भांति की जो संभावनाएं तलाशते रहते हैं, वे आज बराक वैली का ये दृश्य, कल बोड़ो समुदाय का वो दृश्य, टी गार्डन वालों के समूह का दृश्य, ये साफ-साफ बता रहा है कि, इस चुनाव का नतीजा भी क्या होने वाला है। और आप इतनी बड़ी तादाद में आशीर्वाद देने के लिए आए हैं, मैं आपका हृदय से आभारत व्यक्त करता हूं और आप सभी को फिर से विकास परियोजनाओं की बहुत-बहुत बधाई देता हूं। मेरे साथ बोलिये-

भारत माता की जय!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!