প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ ক্ৰা দাদি জিলাৰ ৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ইয়াংতে-তালি পথৰ সম্পূৰ্ণতাত সন্তোষ প্ৰকাশ কৰিছে।
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৱে ৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ইয়াংতে-তালি পথৰ সম্পূৰ্ণতা সন্দৰ্ভত কৰা টুইটৰ থ্ৰেডসমূহলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“এয়া প্ৰত্যক্ষ কৰি আনন্দিত হৈছো।”
Gladdening to see this. https://t.co/CKRD2FO5Yn
— Narendra Modi (@narendramodi) March 2, 2023


