ছিকিমৰ ৰাজ্যপাল শ্ৰী ওম প্ৰকাশ মাথুৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্স-ত এইদৰে প'ষ্ট কৰেঃ
“ছিকিমৰ ৰাজ্যপাল শ্ৰী @OmMathur_Raj-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।”
Governor of Sikkim, Shri @OmMathur_Raj, met Prime Minister @narendramodi. pic.twitter.com/FxYxfChO3m
— PMO India (@PMOIndia) June 13, 2025


