ছিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাঙে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স হেণ্ডেল পোষ্টত কয়ঃ
“ছিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী @PSTAmangGolay,-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”
CM of Sikkim, Shri @PSTamangGolay met Prime Minister @narendramodi. pic.twitter.com/4TAPakoZFM
— PMO India (@PMOIndia) October 6, 2025




