চলিত বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ বাবে আপোনাৰ পৰামৰ্শ আৰু চিন্তাধাৰা বিনিময় কৰক

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেন্দ্ৰীয় বাজেটে ভাৰতৰ বিকাশৰ ক্ষেত্ৰত ১৩০ কোটি ভাৰতীয়ৰ প্ৰত্যাশাক প্ৰতিনিধিত্ব কৰে৷ চলিত বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ বাবে সকলোৰে পৰা পৰামৰ্শ বিনিময়ৰ আহ্বান জনোৱা হৈছে৷

 

তলৰ মন্তব্য স্থানত আপোনাৰ পৰামৰ্শ বিনিময় কৰক৷

 

Share
 
Comments
  • Your Suggestion
Comment 0