প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাদুৰাইৰ পৰা এছটি সংগমমৰ বাবে প্ৰথমটো যাত্ৰীৰ দল কঢ়িয়াই নিয়া মাদুৰাইত শুভাৰম্ভ কৰা বিশেষ ৰে’লৰ প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে টুইটত কয়,

“পুথাণ্ডুৰ বিশেষ ক্ষণত মাদুৰাইৰ পৰা বীৰাবললৈ এক বিশেষ যাত্ৰা আৰম্ভ হৈছে৷ এই #STSangamam হৈছে এক অতি আকাংক্ষিত অনুষ্ঠান আৰু ই এক অতি ইতিবাচক পৰিৱেশ সৃষ্টি কৰিছে৷

আন এক টুইটত তেওঁ লগতে প্ৰাণৱন্ত আৰু ইতিবাচক পৰিৱেশৰ প্ৰশংসা কৰে৷

তেওঁ এটা টুইটত কয় এছটি সংগমমে সংগমমৰ যাত্ৰাৰ চৌদিশ উৎসৱমুখৰ পৰিৱেশক সূচাইছে৷

“অতি সুন্দৰ!#STSangamamৰ প্ৰতি উৎকষ্ঠা স্পষ্ট ৰূপত পৰিলক্ষিত হৈছে৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Democracy Won, Intimidation Lost': PM Modi Hails BJP's Falta Bypoll Win

Media Coverage

'Democracy Won, Intimidation Lost': PM Modi Hails BJP's Falta Bypoll Win
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 মে’ 2026
May 24, 2026

Strength, Growth & Global Trust: How PM Modi is Transforming India Across Frontiers