ভাৰত-জাপানৰ শক্তিশালী সম্পৰ্ক পুনৰ সুনিশ্চিত কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত শ্বিনজো আবেৰ পত্নী শ্ৰীমতী আবেক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত, শ্ৰী মোদীয়ে প্ৰয়াত প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ সৈতে থকা তেওঁৰ ঘনিষ্ঠ ব্যক্তিগত বন্ধুত্বক আদৰেৰে স্মৰণ কৰে আৰু ভাৰত-জাপান সম্পৰ্কৰ সম্ভাৱনাৰ ওপৰত থকা আবে ছানৰ দৃঢ় বিশ্বাসৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সৈতে শ্ৰীমতী আবেৰ অবিৰত সম্পৰ্কৰ বাবেও গভীৰ শলাগ লয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;

“আজি বিয়লি শ্ৰীমতী আবেক লগ পাই ভাল লাগিল। জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ সৈতে থকা মোৰ ঘনিষ্ঠ ব্যক্তিগত বন্ধুত্বৰ কথা স্মৰণ কৰিলোঁ। ভাৰত-জাপান সম্পৰ্কৰ সম্ভাৱনাৰ ওপৰত আবে ছানৰ বিশ্বাস আমাৰ বাবে চিৰস্থায়ী শক্তিৰ উৎস হৈয়ে থাকিব। ভাৰতৰ সৈতে শ্ৰীমতী আবেৰ অবিৰত সংযোগৰ গভীৰ শলাগ লৈছোঁ।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi's record run: Assessing 12 years of governance and change

Media Coverage

PM Modi's record run: Assessing 12 years of governance and change
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 জুন 2026
June 06, 2026

Viksit Bharat Rising: PM Modi's Vision Powers Energy, Defense & Digital Dominance