PM Modi says her visit would impart fresh momentum to bilateral ties.
PM Modi recalls his State visit to Sri Lanka in April this year and his fruitful discussions with President Disanayaka.
The two leaders discuss measures to strengthen cooperation in education, technology, innovation development cooperation and welfare of fishermen.
PM Modi reaffirms India’s commitment to work together in the shared development journey of the two countries.
PM Modi conveys warm wishes to President Disanayaka, and looks forward to continued engagements.

গণতান্ত্ৰিক সমাজবাদী গণৰাজ্য শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহামহিম ডঃ হৰিণী অমৰসূৰ্য্যই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে তেওঁক উষ্ম আদৰণি জনাই এই ভ্ৰমণে ভাৰত-শ্ৰী লংকাৰ ঐতিহাসিক আৰু বহু-মুখী সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিব বুলি কয়।

প্ৰধানমন্ত্ৰীয়ে চলিত বৰ্ষৰে এপ্ৰিলত শ্ৰীলংকালৈ চৰকাৰী ভ্ৰমণৰ কথা স্মৰণ কৰে। উক্ত ভ্ৰমণকালত তেখেত ৰাষ্ট্ৰপতি অনুৰ কুমাৰ দিশানায়কৰ সৈতে সহযোগিতাৰ সকলো ক্ষেত্ৰ সামৰি ফলপ্ৰসূ আলোচনাত মিলিত হৈছিল।

দুয়োগৰাকী নেতাই শিক্ষা, প্ৰযুক্তি, উদ্ভাৱন বিকাশৰ সহযোগিতা আৰু মাছমৰীয়াৰ কল্যাণ সাধনকে প্ৰমুখ্য কৰি একাধিক ক্ষেত্ৰত সহযোগিতাক সুদৃঢ়কৰণৰ উপায় সম্পৰ্কে আলোচনা কৰে।

ভাৰত আৰু শ্ৰী লংকাৰ মাজৰ বিশেষ সম্পৰ্কত আলোকপাতেৰে প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ উমৈহতীয়া উন্নয়ন যাত্ৰাত একেলগে কাম কৰিবলৈ ভাৰতৰ অংগীকাৰৰ কথা দোহাৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি দিশানায়কলৈ উষ্ম শুভেচ্ছা জনাই যোগাযোগ অব্যাহত ৰখাৰ আগ্ৰহ প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year

Media Coverage

IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister praises Sikkim’s extraordinary biodiversity during visit to Gangtok Orchidarium
April 28, 2026

Prime Minister Shri Narendra Modi visited the Orchidarium in Gangtok, Sikkim today and expressed his profound admiration for its beauty and the state's extraordinary biodiversity.

The Prime Minister described his visit to the Orchidarium as a mesmerizing experience. Shri Modi observed that such dedicated conservation efforts perfectly reflect our deep-rooted harmony with the natural world. He further noted that these initiatives serve as a vital inspiration for citizens to embrace conservation and sustainable living.

The Prime Minister wrote on X:

"Visited the Orchidarium in Gangtok and was mesmerised by its beauty. Sikkim’s rich biodiversity is truly extraordinary. Such efforts reflect our deep harmony with nature. They also inspire us towards conservation and sustainable living."