প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ জুন, ২০২৩ত ৱাশ্বিংটন ডিচিত এলফাবেট আইএনচি. আৰু গুগলৰ চিইঅ’ সুন্দৰ পিচাইৰ সৈতে বৈঠকত মিলিত হ’ব।

প্ৰধানমন্ত্ৰীয়ে শ্ৰী পিচাইক কৃত্ৰিম বুদ্ধিমত্তা (এআই), ফিনটেক; চাইবাৰ সুৰক্ষাৰ সামগ্ৰী আৰু সেৱাসমূহৰ লগতে ভাৰতত মোবাইল ডিভাইচ নিৰ্মাণৰ ক্ষেত্ৰত সহযোগিতাৰ অধিক পথ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়।

প্ৰধানমন্ত্ৰী আৰু শ্ৰী পিচাইয়ে গৱেষণা আৰু উন্নয়ন আৰু দক্ষতা বিকাশৰ প্ৰসাৰৰ বাবে গুগল আৰু ভাৰতৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা সম্পৰ্কেও আলোচনা কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Short trip, big results: 7 crucial deals inked by PM Modi in UAE

Media Coverage

Short trip, big results: 7 crucial deals inked by PM Modi in UAE
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মে’ 2026
May 15, 2026

Viksit Bharat Unleashed: PM Modi's Blueprint Delivers Energy Independence, Tech Boom, and Diplomatic Dominance