প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যুৱসকলক কুইজত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় যিয়ে তেওঁলোকক ঐতিহাসিক বিকশিত ভাৰত ইয়ং লিডাৰ্ছ ডায়লগৰ অংশ হোৱাটো নিশ্চিত কৰিব পাৰে। তেওঁ মন্তব্য কৰে যে বিকশিত ভাৰতৰ আমাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এয়া  তেওঁলোকৰ উল্লেখনীয় অৱদান হ'ব।

এক্সত এটা পোষ্টত তেওঁ এনেদৰে লিখিছে:

"মোৰ যুৱ বন্ধুসকল,

এক আকৰ্ষণীয় কুইজ আছে, যিয়ে আপুনি ১২ জানুৱাৰী, ২০২৫ তাৰিখে ঐতিহাসিক বিকশিত ভাৰত ইয়ং লিডাৰ্ছ ডায়লগৰ অংশ হোৱাটো নিশ্চিত কৰিব।

mybharat.gov.in

চৰকাৰৰ শীৰ্ষ পৰ্যায়ৰ দ্বাৰা আপোনাৰ উদ্ভাৱনী ধাৰণাবোৰ শুনাৰ বাবে এইটো এটা অতি বিশেষ সুযোগ।

বিকশিত ভাৰতৰ আমাৰ লক্ষ্যত উপনীত হোৱাত এয়া আপোনাৰ উল্লেখনীয় অৱদান হ'ব।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Govt disburses Rs 28,748 crore under 14 PLI schemes till December 2025

Media Coverage

Govt disburses Rs 28,748 crore under 14 PLI schemes till December 2025
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 ফেব্ৰুৱাৰী 2026
February 21, 2026

Citizens Agrees Modi Hai To Mumkin Hai: Human-Centric AI, Solar Surge & Manufacturing Boom – India’s Golden Rise