প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক ডিজিটেল জ্যোতিত আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু আজাদী কা অমৃত মহোৎসৱক সফল কৰি তুলিবলৈ আহ্বান জনাইছে।
এলানি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"আমাৰ স্বাধীনতা সংগ্ৰামৰ বীৰসকললৈ বিশেষ শ্ৰদ্ধাঞ্জলি!
ডিজিটেল জ্যোতিত প্ৰযুক্তিৰ প্ৰয়োগ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে আপুনি, আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি কৃতজ্ঞতাৰ আন্তৰিক বাৰ্তা শ্বেয়াৰৰ পথ প্ৰশস্ত হৈছে।"
"দিল্লীৰ চেন্ট্ৰেল পাৰ্কত এটা স্কাই বিম লাইট সংস্থাপন কৰা হৈছে। প্ৰতিবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেই ডিজিটেল জ্যোতিৰ আলোকসজ্জাক অধিক কৰি তুলিব। এই অনন্য প্ৰচেষ্টাত অংশগ্ৰহণ আৰু আজাদী কা অমৃত মহোৎসৱক সাফল্যমণ্ডিত কৰক।"
A special tribute to the heroes of our freedom struggle!
— Narendra Modi (@narendramodi) July 23, 2022
Digital Jyot uses technology and enables you to share a heartfelt message of gratitude to our freedom fighters. https://t.co/0nGXaK0P3g pic.twitter.com/zmV5j6KGJn


