ভাৰতীয় সংবিধানৰ অনুবাদিত সংস্কৰণ মালয়ালম, মাৰাঠী, নেপালী, পাঞ্জাৱী, বড়ো, কাশ্মীৰী, তেলেগু, ওড়িয়া আৰু অসমীয়া- এই ৯ টা ভাষাত মুকলি কৰা হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ নৱেম্বৰত পুৱা প্ৰায় ১১ বজাত সংবিধান সদনৰ কেন্দ্ৰীয় হলত সংবিধান দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই বছৰ সংবিধান গ্ৰহণৰ ৭৬ সংখ্যক বাৰ্ষিকী উদযাপন কৰা হৈছে।

এই উদযাপনত ভাৰতৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ, উভয় সদনৰ সাংসদ আৰু অন্যান্যসকলে অংশগ্ৰহণ কৰিব।

কাৰ্যসূচীৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা পাঠৰ নেতৃত্ব দিব। ইয়াৰ উপৰি ভাৰতৰ সংবিধানৰ অনুবাদিত সংস্কৰণ অসমীয়াসহ মালয়ালম, মাৰাঠী, নেপালী, পাঞ্জাৱী, বড়ো, কাশ্মীৰী, তেলেগু আৰু ওড়িয়া এই ৯ টা ভাষাত মুকলি কৰা হ’ব। এই কাৰ্যসূচীৰ সময়ত ‘ভাৰতৰ সংবিধানত কলা আৰু কেলিগ্ৰাফি’ নামৰ স্মাৰক পুস্তিকাও মুকলি কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year

Media Coverage

IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 এপ্ৰিল 2026
April 28, 2026

From Orchids to Expressways: PM Modi’s Blueprint for a Self-Reliant, Connected & Proud India