Quoteভাৰতে প্ৰথমবাৰৰ বাবে আয়োজন কৰিব দবা অলিম্পিয়াড
Quoteদবা অলিম্পিয়াডত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন অলিম্পিকৰ দৰে শিখা দৌৰ
Quoteভাৰতৰ পৰা আৰম্ভ হ’ব দবা অলিম্পিয়াডৰ ভৱিষ্যতৰ সকলো শিখা দৌৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ জুনত সন্ধিয়া ৫ বজাত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত ৪৪সংখ্যক দবা অলিম্পিয়াডৰ বাবে ঐতিহাসিক শিখা দৌৰ আৰম্ভ কৰিব। এই উপলক্ষে তেওঁ উপস্থিত দৰ্শক সম্বোধি ভাষণ আগবঢ়াব।

এই বছৰ প্ৰথমবাৰৰ বাবে অলিম্পিক পৰম্পৰাৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় দবা সংস্থা ফিডেই দবা অলিম্পিয়াডৰ শিখা দৌৰ আৰম্ভ কৰিছে, যিটো দবা অলিম্পিয়াডত পূৰ্বতে কেতিয়াও কৰা হোৱা নাছিল। দবা অলিম্পিয়াড শিখা দৌৰ উলিওৱা ভাৰত হৈছে প্ৰথমখন দেশ। উল্লেখযোগ্য যে দবাৰ ভাৰতীয় শিপাক অধিক উচ্চতালৈ লৈ গৈ দবা অলিম্পিয়াডৰ বাবে শিখা দৌৰৰ এই পৰম্পৰা এতিয়াৰে পৰা সদায় ভাৰতত আৰম্ভ হ’ব আৰু আয়োজক দেশত উপনীত হোৱাৰ আগতে সকলো মহাদেশ ভ্ৰমণ কৰিব।

ফিডেৰ সভাপতি আৰ্কাডি ভ’ৰকোভিচে প্ৰধানমন্ত্ৰীক শিখা অৰ্পণ কৰিব, ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দৰ হাতত শিখা তুলি দিব। ইয়াৰ পিছত চেন্নাইৰ সমীপৰ মহাৱলীপুৰমত উপনীত হোৱাৰ পূৰ্বে ৪০ দিনৰ ভিতৰত এই শিখা ৭৫খন চহৰলৈ লৈ যোৱা হ’ব। প্ৰতিটো স্থানতে ৰাজ্যৰ দবা গ্ৰেণ্ডমাষ্টাৰসকলে শিখা লাভ কৰিব৷

৪৪সংখ্যক দবা অলিম্পিয়াড ২৮ জুলাইৰ পৰা ১০ আগষ্ট, ২০২২লৈ চেন্নাইত অনুষ্ঠিত হ’ব৷ ১৯২৭ চনৰ পৰা অনুষ্ঠিত এই সন্মানীয় প্ৰতিযোগিতাখনি ভাৰতত প্ৰথমবাৰলৈ আৰু ৩০ বছৰৰ পাছত এছিয়াত অনুষ্ঠিত হৈছে৷ এই প্ৰতিযোগিতাত ১৮৯খন দেশে অংশগ্ৰহণ কৰিছে, যিটো পূৰ্বতে অনুষ্ঠিত সকলো দবা অলিম্পিয়াডৰ ভিতৰতে সৰ্বাধিক৷

 

  • krishangopal sharma Bjp January 26, 2025

    नमो नमो 🙏 जय भाजपा🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp January 26, 2025

    नमो नमो 🙏 जय भाजपा🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp January 26, 2025

    नमो नमो 🙏 जय भाजपा🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp January 26, 2025

    नमो नमो 🙏 जय भाजपा🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp January 26, 2025

    नमो नमो 🙏 जय भाजपा🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp October 30, 2023

    Jay shree Ram
  • Tushar Das February 06, 2023

    Congratulation for organizing a wonderful event for India
  • Tushar Das February 06, 2023

    Congratulation for organizing a wonderful event for India
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad September 13, 2022

    ✍️🙏🏻✍️🙏🏻
  • Chowkidar Margang Tapo August 03, 2022

    Jai jai jai shree ram Jai BJP
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Retail inflation falls to 2.82% in May, lowest since February 2019

Media Coverage

Retail inflation falls to 2.82% in May, lowest since February 2019
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Sikkim Governor meets Prime Minister
June 13, 2025

The Governor of Sikkim, Shri Om Prakash Mathur met the Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office handle posted on X:

“Governor of Sikkim, Shri @OmMathur_Raj, met Prime Minister @narendramodi.”