দেশৰ কোনো এটা প্ৰান্ত যাতে উন্নয়নমূলক কাৰ্যসূচীৰ পৰা বঞ্চিত হৈ নৰয়,সেয়া নিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপ গ্ৰহণ কৰে
এই মত বিনিময়ৰ লক্ষ্য হ’ল জিলা পৰ্যায়ত বিভিন্ন আঁচনিসমূহ তীব্ৰগতিৰে সম্পন্ন কৰা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰীৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বিভিন্ন জিলাৰ জিলা দণ্ডাধীশসকলৰ সৈতে মনবিনিময় কৰিব।

প্ৰধানমন্ত্ৰীয়ে জিলাসমূহত চৰকাৰী আঁচনি আৰু কাৰ্যসূচীসমূহৰ প্ৰগতি আৰু বৰ্তমানৰ স্থিতিৰ বিষয়ে পোনপটীয়া মতামত গ্ৰহণ কৰিব। মতবিনিময়ৰ ফলত চৰকাৰী আঁচনি আৰু কাৰ্যসূচীসমূহৰ পাৰদৰ্শিতা আৰু ৰূপায়নৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ পৰ্যালোচনা কৰাত সহায় হ’ব।

দেশৰ কোনো এটা প্ৰান্ত যাতে উন্নয়নমূলক কাৰ্যসূচীৰ পৰা বঞ্চিত হৈ নৰয়,সেয়া নিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপ গ্ৰহণ কৰে।

এই মত বিনিময়ৰ লক্ষ্য হ’ল জিলা পৰ্যায়ত বিভিন্ন আঁচনিসমূহ তীব্ৰগতিৰে সম্পন্ন কৰা।

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চৰকাৰে দেশৰ বিকাশ আৰু প্ৰগতিৰ হেঙাৰসমূহ দূৰ কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."