প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ত ২০২৫ চনৰ ৮ নৱেম্বৰত সন্ধিয়া প্ৰায় ৫ বজাত ‘আইনী সাহায্য প্ৰদান ব্যৱস্থা সৱলীকৰণ’ শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ (এন এ এল এছ এ)ৰ দ্বাৰা প্ৰস্তুত কৰা সামূহিক মধ্যস্থতা প্ৰশিক্ষণ মডিউল মুকলি কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উপস্থিতসকলক সম্বোধন কৰিব।

এন এ এল এছ এৰ দ্বাৰা আয়োজিত দুদিনীয়া সন্মিলনত আইনী সেৱা পৰিকাঠামোৰ মূল দিশসমূহ যেনে আইনী সাহায্য প্ৰতিৰক্ষা পৰামৰ্শ প্ৰণালী, পেনেল অধিবক্তা, পেৰা-আইনী স্বেচ্ছাসেৱক, স্থায়ী লোক আদালত আৰু আইনী সেৱা প্ৰতিষ্ঠানসমূহৰ বিত্তীয় ব্যৱস্থাপনা সন্দৰ্ভত আলোচনা কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Domestic air passenger traffic to rise by 3-6 pc in this fiscal: ICRA

Media Coverage

Domestic air passenger traffic to rise by 3-6 pc in this fiscal: ICRA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জুলাই 2026
July 24, 2026

Aatmanirbhar in Action — Space, Missiles, EVs & Livelihoods Under PM Modi’s Watch