Prime Minister extends condolences for the tragic loss of life during the recent protests in Nepal
Prime Minister conveys India’s full support for the restoration of peace, stability and for the progress of the people of Nepal

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী সুশীলা কাৰ্কিৰ সৈতে এক উষ্ম বাৰ্তালাপ কৰে। শ্ৰী মোদীয়ে শেহতীয়াকৈ প্ৰাণ হেৰুওৱা লোক সকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু শান্তি তথা সুস্থিৰতা ঘূৰাই অনাৰ বাবে শ্ৰীমতী সুশীলা কাৰ্কিৰ প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ অটল সমৰ্থন পুনৰ নিশ্চিত কৰে। "লগতে, মই তেওঁক আৰু নেপালৰ জনসাধাৰণক কাইলৈৰ ৰাষ্ট্ৰীয় দিৱসৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো", শ্ৰী মোদীয়ে লগতে কয়।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

"নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী সুশীলা কাৰ্কীৰ সৈতে উষ্ম বাৰ্তালাপ কৰি শেহতীয়া শোকাৱহ ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰো আৰু শান্তি তথা সুস্থিৰতা পুনৰুদ্ধাৰৰ বাবে তেওঁৰ প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ অটল সমৰ্থন পুনৰ নিশ্চিত কৰো, লগতে কাইলৈৰ ৰাষ্ট্ৰীয় দিৱসত মই তেওঁক আৰু নেপালৰ জনসাধাৰণক শুভেচ্ছা জনাইছো।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival