প্ৰধানমন্ত্ৰী নেটান্যাহুৱে প্ৰধানমন্ত্ৰীক ইজৰাইল আৰু ইৰানৰ মাজৰ শেহতীয়া ঘটনাৱলী সম্পৰ্কে চমুকৈ কয়
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উদ্বেগৰ কথা ব্যক্তকৰণেৰে অঞ্চলটোত সোনকালেই শান্তি আৰু সুস্থিৰতাৰ পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেটান্যাহুৰ পৰা এটা টেলিফোন কল লাভ কৰে।

ইয়াত প্ৰধানমন্ত্ৰী নেটান্যাহুৱে প্ৰধানমন্ত্ৰীক ইজৰাইল আৰু ইৰানৰ মাজৰ শেহতীয়া ঘটনাৱলী সম্পৰ্কে চমুকৈ কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ উদ্বেগৰ কথা ব্যক্তকৰণেৰে অঞ্চলটোত সোনকালেই শান্তি আৰু সুস্থিৰতাৰ পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

দুয়োগৰাকী নেতাই যোগাযোগ অব্যাহত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India unveils 20 major maritime reforms to cut logistics costs and boost global trade presence

Media Coverage

India unveils 20 major maritime reforms to cut logistics costs and boost global trade presence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 এপ্ৰিল 2026
April 09, 2026

Self-Reliant India Rising: Record Investments, 3rd in Renewables & Affordable Skies Under PM Modi