মহামহিম ৰাষ্ট্ৰপতি লী,

দুয়োখন দেশৰ বিশিষ্ট প্ৰতিনিধিসকল,

সংবাদ মাধ্যমৰ বন্ধুসকল,

নমস্কাৰ!

ৰাষ্ট্ৰপতি লীক প্ৰথম ভাৰত ভ্ৰমণৰ সময়ত  আদৰণি জনাবলৈ পোৱাৰ কথাই  মোক অতি আনন্দিত কৰিছে। তেওঁৰ জীৱনটো স্থিতিস্থাপকতা, সেৱা আৰু সমৰ্পণৰ এক প্ৰেৰণাদায়ক উদাহৰণ হিচাপে থিয় দিছে। তেওঁ সন্মুখীন হোৱা প্ৰতিটো প্ৰত্যাহ্বানেই তেওঁৰ  মনত থকা জনসাধাৰণৰ সেৱাৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে। যদিও এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ, তথাপি আমাৰ প্ৰথম সাক্ষাতৰ পৰাই ভাৰতৰ প্ৰতি তেওঁৰ উষ্ম মৰম আৰু আত্মীয়তা স্পষ্ট হৈ পৰিছে।

 

বন্ধুসকল,

আঠ বছৰৰ ব্যৱধানৰ অন্তত কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে । গণতান্ত্ৰিক মূল্যবোধ, বজাৰ অৰ্থনীতি, আইনৰ শাসনৰ প্ৰতি সন্মান জনোৱা  আমাৰ দুয়োখন  জাতিৰ ডি এন এত গভীৰভাৱে নিহিত হৈ আছে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতিও আমাৰ এক উমৈহতীয়া দৃষ্টিভংগী আছে। এই ভাগ-বতৰা কৰা নীতিসমূহৰ ভিত্তিত যোৱা দশকত আমাৰ সম্পৰ্ক অধিক গতিশীল আৰু ব্যাপক হৈ পৰিছে।

আজি ৰাষ্ট্ৰপতি লীৰ ভ্ৰমণৰ জৰিয়তে আমি এই বিশ্বাসযোগ্য অংশীদাৰিত্বক ভৱিষ্যতৰ অংশীদাৰিত্বলৈ ৰূপান্তৰিত কৰিবলৈ সাজু হৈছো। চিপৰ পৰা জাহাজলৈকে, প্ৰতিভাৰ পৰা প্ৰযুক্তিলৈকে আৰু পৰিৱেশৰ পৰা শক্তিলৈকে আমি সকলো খণ্ডতে সহযোগিতাৰ নতুন সুযোগ উপলব্ধি কৰিম। আমি সকলোৱে মিলি আমাৰ দুয়োখন দেশৰ  প্ৰগতি আৰু সমৃদ্ধি নিশ্চিত কৰিম।

বন্ধুসকল,

ভাৰত আৰু কোৰিয়াৰ মাজত দ্বিপাক্ষিক বাণিজ্য আজি সাতাইশ বিলিয়ন ডলাৰ হৈছেগৈ। আমি আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো ,  ২০৩০ চনৰ ভিতৰত এয়া পঞ্চাশ বিলিয়ন ডলাৰ হৈ পৰিব।  দুয়োখন দেশৰ মাজত বিত্তীয় প্ৰবাহৰ সুবিধাৰ বাবে আমি ভাৰত-কোৰিয়া বিত্তীয় মঞ্চ আৰম্ভ কৰিছো। ব্যৱসায়িক সহযোগিতা শক্তিশালী কৰিবলৈ আমি এখন ঔদ্যোগিক সহযোগিতা সমিতি গঠন কৰিছো। গুৰুত্বপূৰ্ণ  প্ৰযুক্তি আৰু যোগান শৃংখলত সহযোগিতা বৃদ্ধি কৰিবলৈ আমি অৰ্থনৈতিক সুৰক্ষা সম্পৰ্কীয় আলোচনা আৰম্ভ কৰিছো। কোৰিয়ান কোম্পানী বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ভাৰতত প্ৰৱেশৰ সুবিধাৰ বাবে আমি কোৰিয়ান ঔদ্যোগিক টাউনশ্বিপো স্থাপন কৰিম। তদুপৰি অহা বছৰৰ ভিতৰত আমি ভাৰত-কোৰিয়া বাণিজ্য চুক্তি উন্নীত কৰিম।

বন্ধুসকল,

আজি আমি আগন্তুক দশকৰ সফলতাৰ কাহিনীৰ ভেটি স্থাপন কৰিছো। এআই, অৰ্ধপৰিবাহী  আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ অংশীদাৰিত্বক আৰু অধিক গভীৰ কৰিবলৈ আমি ভাৰত-কোৰিয়া ডিজিটেল সাকো মুকলি কৰিছো। আমি জাহাজ নিৰ্মাণ, বহনক্ষমতা, তীখা  আৰু বন্দৰৰ দৰে খণ্ডতো বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছো।সংস্কৃতি আৰু সৃষ্টিশীল উদ্যোগৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে আমি চলচ্চিত্ৰ, এনিমেচন  আৰু গেমিঙৰ ক্ষেত্ৰতো নতুন মাইলৰ খুঁটি স্থাপন কৰিম। আজিৰ ব্যৱসায়িক মঞ্চই এই সুযোগসমূহক স্পষ্ট ফলাফললৈ ৰূপান্তৰিত কৰাৰ এক মঞ্চ হিচাপে কাম কৰিব।

 

বন্ধুসকল,

ভাৰত আৰু কোৰিয়াৰ মাজত হাজাৰ হাজাৰ বছৰ ধৰি সাংস্কৃতিক সম্পৰ্ক আছে। অযোধ্যাৰ ৰাজকুমাৰী সুৰত্না আৰু কোৰিয়াৰ ৰজা কিম ছুৰোৰ কাহিনী দুটা সহস্ৰাব্দৰ আগৰ আমাৰ ভাগ-বাটোৱাৰা কৰা ঐতিহ্যৰ এটা অংশ।

আজি ভাৰতত কে-পপ আৰু কে-ড্ৰামা অত্যন্ত জনপ্ৰিয় হৈ পৰিছে। একেদৰে কোৰিয়াতো ভাৰতীয় চিনেমা আৰু সংস্কৃতিৰ স্বীকৃতি গভীৰ হৈছে । আমি আনন্দিত হৈছো  যে ৰাষ্ট্ৰপতি লী নিজেই ভাৰতীয় চিনেমাৰ প্ৰশংসক। এই সাংস্কৃতিক সংযোগক আৰু অধিক শক্তিশালী কৰিবলৈ আমি ২০২৮ চনত ভাৰত-কোৰিয়া বন্ধুত্ব মহোৎসৱৰ আয়োজন কৰিম। একে সময়তে মানুহৰ মাজত সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিবলৈ আমি শিক্ষা, গৱেষণা আৰু পৰ্যটনৰ ক্ষেত্ৰতো সহযোগিতাক প্ৰসাৰিত কৰিম।

বন্ধুসকল,

বিশ্বত চলি থকা  উত্তেজনাপূৰ্ণ  এই সময়ছোৱাত ভাৰত আৰু কোৰিয়াই একেলগে শান্তি তথা  স্থিতিশীলতাৰ বাৰ্তা প্ৰেৰণ কৰিছে। আমি আনন্দিত যে আজি কোৰিয়াই আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰৰ পদক্ষেপত যোগদান কৰিছে। আমাৰ ভাগ-বাটোৱাৰা  কৰা প্ৰচেষ্টাৰ জৰিয়তে আমি শান্তিপূৰ্ণ, প্ৰগতিশীল আৰু সৰ্বাংগীন ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়নত  অৰিহণা যোগাই যাম।সমসাময়িক বিশ্বজোৰা  প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্ব প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ প্ৰয়োজনীয় বুলিও আমি একমতত উপনীত  হৈছো।

 

বন্ধুসকল,

ভাৰত আৰু কোৰিয়াৰ মাজত হাজাৰ হাজাৰ বছৰ ধৰি সাংস্কৃতিক সম্পৰ্ক আছে। অযোধ্যাৰ ৰাজকুমাৰী সুৰত্না আৰু কোৰিয়াৰ ৰজা কিম ছুৰোৰ কাহিনী দুটা সহস্ৰাব্দৰ আগৰ আমাৰ ভাগ-বাটোৱাৰা কৰা ঐতিহ্যৰ এটা অংশ।

আজি ভাৰতত কে-পপ আৰু কে-ড্ৰামা অত্যন্ত জনপ্ৰিয় হৈ পৰিছে। একেদৰে কোৰিয়াতো ভাৰতীয় চিনেমা আৰু সংস্কৃতিৰ স্বীকৃতি গভীৰ হৈছে । আমি আনন্দিত হৈছো  যে ৰাষ্ট্ৰপতি লী নিজেই ভাৰতীয় চিনেমাৰ প্ৰশংসক। এই সাংস্কৃতিক সংযোগক আৰু অধিক শক্তিশালী কৰিবলৈ আমি ২০২৮ চনত ভাৰত-কোৰিয়া বন্ধুত্ব মহোৎসৱৰ আয়োজন কৰিম। একে সময়তে মানুহৰ মাজত সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিবলৈ আমি শিক্ষা, গৱেষণা আৰু পৰ্যটনৰ ক্ষেত্ৰতো সহযোগিতাক প্ৰসাৰিত কৰিম।

 

বন্ধুসকল,

বিশ্বত চলি থকা  উত্তেজনাপূৰ্ণ  এই সময়ছোৱাত ভাৰত আৰু কোৰিয়াই একেলগে শান্তি তথা  স্থিতিশীলতাৰ বাৰ্তা প্ৰেৰণ কৰিছে। আমি আনন্দিত যে আজি কোৰিয়াই আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰৰ পদক্ষেপত যোগদান কৰিছে। আমাৰ ভাগ-বাটোৱাৰা  কৰা প্ৰচেষ্টাৰ জৰিয়তে আমি শান্তিপূৰ্ণ, প্ৰগতিশীল আৰু সৰ্বাংগীন ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়নত  অৰিহণা যোগাই যাম।সমসাময়িক বিশ্বজোৰা  প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্ব প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ প্ৰয়োজনীয় বুলিও আমি একমতত উপনীত  হৈছো।

মহামহিম,

প্ৰায় এশ বছৰ আগতে ভাৰতৰ মহাকবি ৰবীন্দ্ৰনাথ ঠাকুৰে কোৰিয়াক "পূবৰ চাকি " বুলি উল্লেখ কৰিছিল। আজি আমি ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত কাম কৰাৰ সময়ত কোৰিয়াই এই যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে থিয় দিছে। আহক আমি আমাৰ অংশীদাৰিত্বৰ জৰিয়তে কেৱল আমাৰ দুয়োখন দেশৰে  নহয়, সমগ্ৰ বিশ্বৰ প্ৰগতি তথা  সমৃদ্ধিৰ পথ প্ৰশস্ত কৰোঁ।

আপোনালোকক অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s remarks during inauguration of Swaminarayan Hindu Temple in Paris
September 06, 2026

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!