প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কন্যাসকলক লক্ষ্মী হিচাপে সন্মান কৰা এখন দেশত ১১বছৰ পূৰ্বে এই দিনটোতে বেটি বচাও বেটি পঢ়াও অভিযান আৰম্ভ কৰা হৈছিল। আজি ভাৰতৰ কন্যাসকলে প্ৰতিটো ক্ষেত্ৰতে নতুন অভিলেখ গঢ়াৰ লগতে ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থকাটো অতি গৌৰৱৰ বিষয় বুলি তেওঁ উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে কন্যাৰ গুৰুত্ব সন্দৰ্ভত কালজয়ী ভাৰতীয় নৈতিকতা প্ৰতিফলিত কৰা এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে –
“दशपुत्रसमा कन्या दशपुत्रान् प्रवर्धयन्। यत् फलम् लभते मर्त्यस्तल्लभ्यं कन्ययैकया॥”
এগৰাকী কন্যা দহজন পুত্ৰৰ সমান তথা এজন ব্যক্তিয়ে দহজন পুত্ৰৰ পৰা লাভ কৰা যোগ্যতা বা পুণ্যও এগৰাকী কন্যাৰ জৰিয়তে লাভ কৰিব পাৰি বুলি এই হিতোপদেশৰ জৰিয়তে প্ৰকাশ কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
“यह बड़े गर्व की बात है कि आज भारत की बेटियां हर क्षेत्र में नित-नए रिकॉर्ड बना रही हैं।
কন্যাসকলক লক্ষ্মী হিচাপে সন্মান কৰা এখন দেশত ১১বছৰ পূৰ্বে এই দিনটোতে বেটি বচাও বেটি পঢ়াও অভিযান আৰম্ভ কৰা হৈছিল। আজি ভাৰতৰ কন্যাসকলে প্ৰতিটো ক্ষেত্ৰতে নতুন অভিলেখ গঢ়াটো অতি গৌৰৱৰ বিষয়।
दशपुत्रसमा कन्या दशपुत्रान् प्रवर्धयन्।
यत् फलम् लभते मर्त्यस्तल्लभ्यं कन्ययैकया॥”
कन्या को लक्ष्मी मानने वाले हमारे देश में 11 साल पहले आज ही के दिन बेटी बचाओ बेटी पढ़ाओ अभियान की शुरुआत हुई थी। यह बड़े गर्व की बात है कि आज भारत की बेटियां हर क्षेत्र में नित-नए रिकॉर्ड बना रही हैं।
— Narendra Modi (@narendramodi) January 22, 2026
दशपुत्रसमा कन्या दशपुत्रान् प्रवर्धयन्।
यत् फलम् लभते मर्त्यस्तल्लभ्यं… pic.twitter.com/OOnaRY6OKS


