প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কন্যাসকলক লক্ষ্মী হিচাপে সন্মান কৰা এখন দেশত ১১বছৰ পূৰ্বে এই দিনটোতে বেটি বচাও বেটি পঢ়াও অভিযান আৰম্ভ কৰা হৈছিল। আজি ভাৰতৰ কন্যাসকলে প্ৰতিটো ক্ষেত্ৰতে নতুন অভিলেখ গঢ়াৰ লগতে ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থকাটো অতি গৌৰৱৰ বিষয় বুলি তেওঁ উল্লেখ কৰে।


প্ৰধানমন্ত্ৰীয়ে কন্যাৰ গুৰুত্ব সন্দৰ্ভত কালজয়ী ভাৰতীয় নৈতিকতা প্ৰতিফলিত কৰা এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে –


“दशपुत्रसमा कन्या दशपुत्रान् प्रवर्धयन्। यत् फलम् लभते मर्त्यस्तल्लभ्यं कन्ययैकया॥”
 

এগৰাকী কন্যা দহজন পুত্ৰৰ সমান  তথা এজন ব্যক্তিয়ে দহজন পুত্ৰৰ পৰা লাভ কৰা যোগ্যতা বা পুণ্যও এগৰাকী কন্যাৰ জৰিয়তে লাভ কৰিব পাৰি বুলি এই হিতোপদেশৰ জৰিয়তে প্ৰকাশ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

“यह बड़े गर्व की बात है कि आज भारत की बेटियां हर क्षेत्र में नित-नए रिकॉर्ड बना रही हैं।

কন্যাসকলক লক্ষ্মী হিচাপে সন্মান কৰা এখন দেশত ১১বছৰ পূৰ্বে এই দিনটোতে বেটি বচাও বেটি পঢ়াও অভিযান আৰম্ভ কৰা হৈছিল। আজি ভাৰতৰ কন্যাসকলে প্ৰতিটো ক্ষেত্ৰতে নতুন অভিলেখ গঢ়াটো অতি গৌৰৱৰ বিষয়।

दशपुत्रसमा कन्या दशपुत्रान् प्रवर्धयन्।

यत् फलम् लभते मर्त्यस्तल्लभ्यं कन्ययैकया॥”

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Cheese from India makes its mark globally’: PM Modi lauds Indian winners at Mundial do Queijo

Media Coverage

‘Cheese from India makes its mark globally’: PM Modi lauds Indian winners at Mundial do Queijo
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 এপ্ৰিল 2026
April 23, 2026

Inclusive Innovation: Empowering Every Citizen in the New India Under the Leadership of PM Modi