প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মা ধৰিত্ৰীৰ আশীৰ্বাদৰ বিষয়ে আলোকপাত কৰি এটি সংস্কৃত শুভাষিতাম শ্বেয়াৰ কৰে।
"अस्मे वोऽअस्त्विन्द्रियमस्मे नृम्णमुत क्रतुरस्मे वर्चांसि सन्तु वः।
नमो मात्रे पृथिव्यै नमो मात्रै पृथिव्याऽ इयन्ते राड् यन्तासि यमनो ध्रुवोसि धरुणः कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा॥"
সুভাষিতামত কোৱা হৈছে, "আমি মা ধৰিত্ৰীক প্ৰণাম জনাইছো, য'ৰ পৰা আমি সম্পদ আৰু জীৱনৰ প্ৰয়োজনীয় মাধ্যম লাভ কৰো। তুমি স্থিৰ, সকলোকে ধৰি ৰাখা আৰু সকলোকে ভাৰসাম্য বজাই ৰাখা। আমি কৃষি, সমৃদ্ধি আৰু আমাৰ আহাৰৰ বাবে আপোনাৰ আশ্ৰয় বিচাৰো। "
প্ৰধানমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত লিখে;
“अस्मे वोऽअस्त्विन्द्रियमस्मे नृम्णमुत क्रतुरस्मे वर्चांसि सन्तु वः।
नमो मात्रे पृथिव्यै नमो मात्रै पृथिव्याऽ इयन्ते राड् यन्तासि यमनो ध्रुवोसि धरुणः कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा॥"
अस्मे वोऽअस्त्विन्द्रियमस्मे नृम्णमुत क्रतुरस्मे वर्चांसि सन्तु वः।
— Narendra Modi (@narendramodi) February 10, 2026
नमो मात्रे पृथिव्यै नमो मात्रै पृथिव्याऽ इयन्ते राड् यन्तासि यमनो ध्रुवोसि धरुणः कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा॥ pic.twitter.com/yvqxMMPntU


