প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰি কয় যে আজি উদ্যমী বা কঠোৰ পৰিশ্ৰমীসকলৰ বাবে একোৱেই অসম্ভৱ নহয়-
“नात्युच्चशिखरो मेरुर्नातिनीचं रसातलम्।
व्यवसायद्वितीयानां नात्यपारो महोदधिः॥"
এই সুভাশিতমে প্ৰকাশ কৰিছে যে কোনো পৰ্বত বেছি ওখ নহয় আৰু কোনো ঠাই ঢুকি পাবলৈ বেছি দূৰৈত নাই! একেদৰে কোনা সাগৰ পাৰ হ’বলৈ অতি বিশাল নহয়! দৰাচলতে, উদ্যমী বা কঠোৰ পৰিশ্ৰমীসকলৰ বাবে একোৱেই অসম্ভৱ নহয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
“नात्युच्चशिखरो मेरुर्नातिनीचं रसातलम्।
व्यवसायद्वितीयानां नात्यपारो महोदधिः॥"
नात्युच्चशिखरो मेरुर्नातिनीचं रसातलम्।
— Narendra Modi (@narendramodi) December 29, 2025
व्यवसायद्वितीयानां नात्यपारो महोदधिः॥ pic.twitter.com/drNJNTbEm0


